Browsing Category

ট্ৰেণ্ডিং

‘গৰীয়সী’ আলোচনীৰ ‘সামাজিক স্বীকৃতি’ৰ পদক্ষেপ

মাননীয় সম্পাদক মহোদয়, অসমৰ সকলো জিলাতে তথা দেশ-বিদেশৰ বিভিন্ন অঞ্চলত থকা অসমৰ বহুতো লোকৰ অসমৰ সমাজ, সংস্কৃতি, শিক্ষা তথা সাহিত্যকে আদি কৰি বিভিন্ন ক্ষেত্রলৈ অৰিহণা আছে । কিন্তু সেই বহুত ব্যক্তিৰ বিষয়ে আমি নাজানো বা কিছুমানৰ বিষয়ে মৃত্যু…

তৌফিক ৰহমানলৈ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ডিচেম্বৰঃ নাট্য সম্ৰাট হিচাপে খ্যাত প্ৰয়াত প্ৰফুল্ল বৰাৰ ষষ্ঠদশ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি এইবাৰ ২০২২ বৰ্ষৰ নাট্য সম্ৰাট প্ৰফুল্ল বৰা বঁটা আগবঢ়োৱা হৈছে অসমৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা, পৰিচালক আৰু…

তেজপুৰত প্ৰথমবাৰৰ বাবে “সাহিত্য উৎসৱ – ২০২২” আৰম্ভ

নতুন প্ৰজন্মৰ লেখক সকল বিভিন্ন বিষয়ৰ ধাৰণা অন্বেষী হোৱা উচিত - - ডা০ ধ্ৰুৱজ্যোতি বৰা তেজপুৰ সাহিত্য উৎসৱক জয়পুৰ সাহিত্য উৎসৱৰ লেখিয়াকৈ উন্নীত কৰিবলৈ আহ্বান অইলৰ মুখ্য মহা প্ৰৱন্ধক মাধূৰ্য বৰুৱাৰ অসমৰ নতুন প্ৰজন্মৰ গৱেষক সকলে…

এটাও চৰকাৰী চাকৰি নথকা গাঁওখন…

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ‘গাঁৱলৈ যাওঁ বলক’ কাৰ্যসূচীঃ বঞ্চনাৰ অন্য নাম লোহিত খাবলুৰ চেঙামাৰী মৰতপুৰ কৈৱৰ্ত গাঁওঃ মৰতপুৰলৈ যাবলৈ নাই কোনো পথ, নাৱেই একমাত্ৰ ভৰষা গাঁওবাসীৰঃ উচ্ছেদ জাননী প্ৰত্যাহাৰৰ দাবীশতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ,…

তেজপুৰ ৱাৰ মেমোৰিয়েলত আৰ্ম ফৰ্চ ফ্লেগ দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে কাৰ্গিল যুদ্ধৰ আহত সৈন্য কেপ্তেইন ঘনকান্ত কেওটত চিকিৎসালয়ত দেখা কৰি কৈছিল যে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ যাব পাৰিবা নে । কাৰ্গিল যুদ্ধৰ সময়ত বাতালিকত শত্ৰুৰ…

হাতী খেদিবলৈ চালোৱা গুলীৰ টুকুৰাই আঘাত কৰিলে যুৱকক

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ ডিচেম্বৰ : তেজপুৰৰ পৰ্বতীয়াৰ এটা পাহাৰত আশ্ৰয় লৈ থকা এটা বনৰীয়া হাতী খেদিবলৈ গৈ তেজপুৰৰ বনকৰ্মীয়ে শূন্যলৈ কৰা গুলীচালনাত এজন যুৱক আহত হোৱাৰ অভিযোগ উঠিছে৷ কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত এই ঘটনাটো সংঘটিত হয়৷…

লখিমপুৰত সৈনিকৰ ‘আৰ্মচ ফৰ্চ ফ্লেগ দে’ পালন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৭ ডিচেম্বৰঃ লখিমপুৰ জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰাক্তন সৈনিক সন্থাৰ সহযোগত আজি আৰ্মচ ফৰ্চ ফ্লেগ দে পালন কৰা হয়৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত পুৱা ১১ বজাত এই উপলক্ষে অনুষ্ঠিত সভাত…

প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্ত্বাৰ অধিকাৰী, ৫২ খন আধুনিক নাটকৰ স্ৰষ্টা, ‘নাট্যভূষণ’ অৰ্পণ বেজবৰুৱা…

শতাব্দৰ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৭ ডিচেম্বৰঃ প্ৰৱল সংগ্ৰামী, জাতীয়তাবাদী সত্বাৰ অধিকাৰী তথা আধুনিক-বিজ্ঞানসন্মত শৈলীৰে নাট্যশিল্পৰ চৰ্চাৰ ক্ষেত্ৰত পৰীক্ষা-সম্পৰীক্ষাৰে বিকাশ আৰু উত্তৰণৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা ৫২ খনতকৈ অধিক আধুনিক…

আধাৰ সম্পৰ্কে ডাঙৰ আপডেট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিচেম্বৰ : আধাৰ কাৰ্ডধাৰীসকলৰ বাবে অতি ডাঙৰ খবৰ। যদি আপুনিও আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে জানি থওক যে এতিয়া চৰকাৰে নতুন আদেশ জাৰি কৰিছে। এই নিৰ্দেশনা পালন নকৰিলে গ্ৰাহক বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব…

ভাৰতীয় শিক্ষণ মণ্ডলৰ সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ: ৬ ডিচেম্বৰ: ভাৰতীয় শিক্ষণ মণ্ডলৰ এখনি সভা আজি লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতীয় শিক্ষণ মণ্ডলৰ লখিমপুৰ জিলা গোটৰ সভাপতি ড° লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাত মূল…