Browsing Category

ট্ৰেণ্ডিং

তিনিচুকীয়াত ৰে’লৱেৰ মাটিত থকা ১৫১ বাসগৃহত চলিল বুলডজাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া অঞ্চলৰ ৰাজাআলি এলেকাত আজি ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হয় ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগে চলোৱা এই…

ক্ষীৰধৰ বৰুৱাক ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক কালি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" প্ৰদান কৰে।শোণিতপুৰ…

সাংবাদিক হেমন্ত বেজলৈ ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা’

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ডিচেম্বৰঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি লখিমপুৰৰ এন কে টিভিৰ সাংবাদিক হেমন্ত বেজক ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা- ২০২২’ প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্বনত…

ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত ( ফটো সংবাদ)

এইখন শিৱসাগৰ দিচাংমুখ ঘাটৰ পৰা মাজুলী জিলাৰ চৰ চাপৰিলৈ যোৱা দলং... ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত... ৰাইজে চৰকাৰক কৰা দাবীবোৰ পূৰণ  হব কেতিয়া !আলোকচিত্ৰঃ আব্দুল মতিন

তেজপুৰত পুৰোধা শিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লাক ২০২২ বৰ্ষৰ “চাতক সন্মান” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ ডিচেম্বৰঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ…

নিশা অৰুণাচলী বন্দুকধাৰীয়ে পাৱাৰ শ্ব’ মেচিনেৰে কাটি নিয়ে লখিমপুৰৰ বনাঞ্চলৰ বৃহৎ বৃহৎ গছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ ডিচেম্বৰঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চল সমূহত এতিয়া চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য বৃদ্ধি পাব ধৰিছে৷ এনে চোৰাং কাঠ ব্যৱসায়িক বাধা দিয়াত বনকৰ্মীয়ে চূড়ান্ত ভাৱে…

প্ৰখ্যাত সাহিত্যিকৰ সৈতে কথোপকথন, অন্তৰংগ আলাপেৰে মনোজ্ঞ তেজপুৰ সাহিত্য উৎসৱ – ২০২২

অসমীয়া সাহিত্যত বুৰঞ্জীয়েই আছিল সাহিত্যিকৰ প্ৰথম আকৰ্ষণ - য়েছে দৰজে ঠংচিঅসমীয়া সাহিত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পৰাকৈ শিপাৰ সৈতে ভূমিৰ সংলগ্ন হৈ আছে - অৰিন্দম বৰকটকীহোমেন বৰগোহাঞিৰ অনুপ্ৰেৰণাক স্মৰণ শৰ্মিষ্ঠা প্ৰীতমৰ…

তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী আৰু হেলমেট প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াস্থিত বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ও অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমাকে ধৰি…

ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৯ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। এই মাৰ্গদৰ্শনেৰে কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা…

তেজপুৰ সাহিত্য উৎসৱত ৰজত কাপুৰৰে অন্তৰংগ আলাপ

সাহিত্য আৰু চলচ্চিত্ৰৰ অংগাংগী সম্পৰ্ক আছে -  ৰজত কাপুৰ মহাবিদ্যালয় - বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰশ্নবাণত ক'লে - চিনেমা হিট হোৱা নোহোৱাকলৈ মই কাম নকৰোঁ - দহজন মানুহে মোৰ চিনেমা চালেও মই সুখী তেজপুৰৰ সুন্দৰতা আৰু তেজপুৰবাসীৰ অতিথি…