Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকে গছকি ভাঙিলে বিলাসী বাহন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ…

তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ ওপৰত সজাগতামূলক কৰ্মশালা সম্পন্ন 

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত তথা জিলা শিক্ষা বিভাগৰ সহযোগত স্থানীয় চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'যুৱ সমাজৰ ড্ৰাগছৰ প্ৰতি বৰ্দ্ধিত আসক্তি আৰু ইয়াৰ…

 তিনিচুকীয়া পালেহি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ আৰম্ভ হোৱা কংগ্ৰেছ দলৰ ’ভাৰত জোড়ো যাত্ৰা’ আজি তিনিচুকীয়াত উপস্থিত হয়। উল্লেখ্য, এই যাত্ৰাই আজি তিনিচুকীয়াত ৪৩ দিন সম্পূৰ্ণ কৰে। আজি স্থানীয়…

উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তাৰকাগৃহ ১৬ ডিচেম্বৰত মুকলি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়তো তথা দেশৰ ষষ্ঠতো 3D show সমৃদ্ধ আৰু অসমৰ পঞ্চমতো তাৰকাগৃহ অহা ১৬ ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব আপোনালোকৰ…

লখিমপুৰৰ ৰাজপথত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত এজন ড্ৰাগছ আসক্ত যুৱকে এখন বিলাসী বাহন গছকি ভঙাৰ ঘটনাই সমগ্ৰ লখিমপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সোমবাৰে পুৱা দৈনিক বজাৰৰ মধু নামৰ ড্ৰাগছ আসক্ত যুৱকজনে নিচাত আসক্ত হৈ পথৰ দাঁতিত…

বিশ্বকাপৰ ছেমিত আজি মেছি আৰু মড্ৰিচৰ যুঁজ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : আজি নিশা (মঙলবাৰ) কাটাৰত অনুষ্ঠিতব্য বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ক্ৰ’ৱেচিয়া মুখামুখি হ’ব। পূৰ্বে বিশ্বকাপত যেতিয়া ক্ৰ’ৱেচিয়া ফাইনেলত প্ৰৱেশ কৰিছিল, তেতিয়া বহুতৰে মতে সেয়া আছিল…

বিহপুৰীয়াত সৰবৰহী যুৱকৰ অকাল মৃত্যুত শোক

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ১৩ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া ভোগদৈগুৰি নিবাসী প্ৰয়াত পুষ্পকান্ত বৰাৰ মাজু পুত্ৰ ভূপেন বৰা (৫০)ৰ আজি পুৱতি নিশা ৩ বজাত অকাল বিয়োগ ঘটে৷ তেওঁৰ বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মাত্ৰ কেইদিনমানৰ পূৰ্বে…

ভয়ংকৰ বেগেৰে পৃথিৱী অভিমুখে ‘খ্ৰীষ্টমাছ গ্ৰহাণু’! কোনেও নাজানে কি হ’ব…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : ইউৰোপীয়ান মহাকাশ সংস্থাই নতুন প্ৰতিযোগিতামূলক বাতাবৰণ সৃষ্টি কৰিছে। তেওঁলোকে বিজ্ঞানীসকলক দিছে মুকলি প্ৰত্যাহ্বান— পৃথিৱীৰ ফালে আহি থকা গ্ৰহাণুটো বিচাৰি উলিয়াওক! পৃথিৱীৰ ফালে আহি আছে এটা গ্ৰহাণু যাক…

আমাক শিক্ষকৰ মৰ্যাদা দিয়ক- ধেমাজিত টিউটৰ শিক্ষকৰ বিশাল গণ অৱস্থান

ধেমাজিত চাৰিখন জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। প্ৰতিবাদীসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে  বিভিন্ন শ্লোগান দিয়াৰ লগতে টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়। চাৰি জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ ঐক্যবদ্ধ…