Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে “৩০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু “ৰাজ্যিক…
শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ ৰাজ্যখনৰ তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কাইলৈৰ পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ…
লখিমপুৰ নগৰৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত দুবৃৰ্ত্তৰ হাতোৰা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত থকা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূত্তিটো কোনো দুবৃৰ্ত্তই ভঙাৰ সন্দেহ ব্যক্ত কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে৷ এই ভগ্ন প্ৰতিমূৰ্ত্তিটো শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত কোচ…
মুকলিৰ পথত ৰঙানৈৰ ওপৰত নতুন পকী দলং
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰঙানৈৰ ওপৰত এখন নতুন দলং। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৰ পাঁচনৈত ৰঙানদীৰ ওপৰত ৬৯৮.০২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী দলংখন ১৬ ডিচেম্বৰত মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৮-১৯ বৰ্ষৰ নাবাৰ্ডৰ RIDF…
জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি আৰম্ভ
জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভাৰম্ভ কৰাৰ পিছত…
তেজপুৰৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ১৮ ডিচেম্বৰত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা…
ভাৰত-চীনৰ সেনা সংঘৰ্ষঃ পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে অৰুণাচলৰ কেতবোৰ অঞ্চলৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪ ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা সম্প্ৰতি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে ইয়াংষ্টে অঞ্চলৰ চুমী গীয়েছেৰ জলপ্ৰপাতৰ দৰ্শন কৰিবলৈ যোৱা পথো পৰ্যটকৰ বাবে বন্ধ…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ত ডিজিটেল বেংকিং সজাগতা অভিযান.
উত্তৰ লখিমপুৰ, ১৪ ডিচেম্বৰ:লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি ডিজিটেল বেংকিং সম্পৰ্কে এক সজাগতা অভিযান অনুষ্ঠিত হয়। আইচিআইচিআই বেংকৰ উত্তৰ লখিমপুৰ শাখাৰ সহযোগত মহাবিদ্যালয়খনৰ আইকিউএ চেলৰ দ্বাৰা উত্তম অনুশীলন কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন…
আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ’ব
ত্ৰিৰঞ্জন টাইড
ঘূনাসুঁতি
শ্ৰদ্ধেয় ৰাইজ --
অহা ষোল্ল ডিচেম্বৰ/২২ত
আমাৰ গাঁৱত নক্ষত্ৰৰ শোভাযাত্ৰা হ'ব।সেইদিনা আমাৰ গাঁৱলৈ জোনও নামি আহিব তৰাও নামি আহিব সুখৰ পাঠ্য কঢ়িয়াই
সুখৰ আবাস কঢ়িয়ায়।আচলতে
আজিলৈকে আমাক যিমানবোৰ দুখে কোঙা…
‘আল হিম’ৰ পথত আৰু এখোজ : ফাইনেলত মেছিৰ আৰ্জেণ্টিনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ডিচেম্বৰ : আল হিম... কাটাৰত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈকে ব্যৱহাৰ কৰা হৈছিল ‘আল ৰিলাই’। ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে ব্যৱহাৰ কৰা হৈছে ‘আল হিম’। বিশেষ পাৰ্থক্য নাই গঠন বা আন কোনো দিশত। মাত্ৰ…
ৰাজ্যৰ বিশিষ্ট পৰিৱেশ কৰ্মী জয়নাল আবেদিন ওৰফে বেণুদাক সাহায্যৰ প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ ডিচেম্বৰ : ৰাজ্যৰ এজন বিশিষ্ট পৰিৱেশ কৰ্মী তথা উত্তৰ পূৰ্বাঞ্চলৰ ইক' টুৰিজিম ধাৰণাৰ বাটকটীয়াস্বৰূপ তিনিচুকীয়াৰ গুইজান নিবাসী জয়নাল আবেদিন ওৰফে বেণু সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত…
