Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী
উত্তৰ লখিমপুৰ, ১৮ ডিচেম্বৰঃ গৌৰৱোজ্জ্বল ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা…
ইৰাণৰ দুফুটীয়া যুৱকৰ বিশ্ব অভিলেখ
ডুবাই, ১৮ ডিচেম্বৰঃ ২০১০ চনত ২৪ বছৰীয়া এডৱাৰ্ডৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি। সেই বছৰ গিনিজ কৰ্তৃপক্ষই তেওঁক বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ইৰাণৰ যুৱক আফছিন ইছমাইল গাদাৰজাদাই নতুন অভিলেখ গঢ়ি আন এক উচ্চতাত উপনীত…
তেজপুৰৰ বাণ থিয়েটাৰত শুভাৰম্ভ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূৱ থিয়েটাৰ উৎসৱ –…
শতাব্দ প্ৰতিনিধি, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কালিৰে পৰা দেশৰ আগশাৰীৰ নাট্য দলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে আৰম্ভ হৈছে এন এছ ডিৰ "উত্তৰ পূব থিয়েটাৰ উৎসৱ - ২০২২"। অহা ১৯ ডিচেম্বৰলৈকে…
তেজপুৰত পথ দুৰ্ঘটনাঃ হতাহত চাৰি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৭ডিচেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ভোমোৰাগুৰিৰ সমীপৰ কছাৰীপামত আজি বিয়লি প্ৰায় তিনিবজাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মুঠ চাৰিজন লোক হতাহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এএছ১২চিচি ১০৯২ নম্বৰ বাহনখনে এখন ইৰিক্সা…
তেজপুৰত শুভাৰম্ভ “ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু অসম চৰকাৰৰ “ৰাজ্যিক বিজ্ঞান…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৭ ডিচেম্বৰঃ ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কালিৰে পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত…
সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫১ সংখ্যক ওপজা দিনত তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ডিচেম্বৰঃ তাহানিতেই অসমীয়া ভাষা-সাহিত্যৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে অনবদ্য অৱদান আগবঢ়াই যোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা কিয় সেইসময়ত বৃটিছ শাসকৰ বিৰুদ্ধে বিশেষ ভাৱে সোচ্চাৰ হোৱা নাছিল? বৃটিছ চৰকাৰে…
তেজপুৰত স্কুটিৰ খুন্দাত নিহত চাইকেল আৰোহী
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৬ডিচেম্বৰঃ আজি পুৱা প্ৰায় ৯ বজাত তেজপুৰৰ হলেশ্বৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেজপুৰৰ নিকটৱৰ্তী নাহৰণি অঞ্চলৰ বাসিন্দা কণক বড়ো(৬০) চাইকেলৰে তেজপুৰ শ’লমৰাস্হিত…
গুৱাহাটীৰ লাচিত ঘাটত দুদিনীয়াকৈ মঞ্চস্থ হ’ব “লাচিত-বুৰঞ্জী লিখা তৰোৱাল”
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ডিচেম্বৰঃ ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগাই, যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ…
লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত মহাবিদ্যালয়ৰ ছাত্ৰী নিহত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ ডিচেম্বৰঃ আজি পুৱাই উত্তৰ লখিমপুৰ নগৰৰ চুতীয়াকাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৮.৩০ মান বজাত বধাকৰা সোণোৱাল…
লখিমপুৰৰ ঘূনাসুঁতিত সোৱণশিৰিৰ ওপৰত ৩৮৩ কোটি টকীয়া দলঙৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
বিকাশৰ পষেক কাৰ্যসূচীৰে ৰাজ্যত বিকাশৰ গংগা বৈছে- ড॰ হিমন্ত বিশ্ব শৰ্মা
