Browsing Category

ট্ৰেণ্ডিং

তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থাৰ উদ্যোগ সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক ড° জুৰি দত্তক বিশেষ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড° জুৰি দত্তই ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হৈ তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালক গৌৰৱান্বিত কৰিছে। বিগত প্ৰায় দুটা দশক ধৰি গল্প চৰ্চা…

শোণিতপুৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩ ডিচেম্বৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰ অন্তৰ্গত নামেৰী সংৰক্ষিত বনাঞ্চল আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে থকা অঞ্চলত বনভোজকাৰী দ'লবোৰে মদ্যপান কৰা তথা প্লাষ্টিক ব্যৱহাৰ কৰি  আৱৰ্জনাৰ সৃষ্টি হোৱা ফলত জৈৱ প্ৰাকৃতিক…

বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী তিনিদিয়া বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন 

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ তেজপুৰৰ সমীপৱৰ্তী বেছেৰীয়াৰ একাংশ বিদ্বান ব্যক্তিৰ প্ৰচেষ্টাত ১৯৪৬ত প্ৰতিষ্ঠা হোৱা বেছেৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় ১৯৯২ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়৷বৰ্তমান বেছেৰীয়াৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক…

তেজপুৰত এহেজাৰ কাৰ্টন চোৰাং সুৰা জব্দ:গ্ৰেপ্তাৰ চাৰিজনক

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৩ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ পৰা দেশৰ সুৰা নিষিদ্ধ ৰাজ্যলৈ  বৃহৎ পৰিমানৰ সুৰা গোপনে সৰবৰাহ হৈ থকাৰ বিষয়ে অভিযোগ উঠি অহাৰ সময়তে আজি কাহিলি পুৱাতে শোণিতপুৰৰ আৱকাৰি বিভাগে অতি কৌশলৰে মণিপুৰলৈ বুলি কঢ়িয়াই অনা প্ৰায়…

তেজপুৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূব থিয়েটাৰ উৎসৱ – ২০২২”

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ দেশত চলি থকা অন্ধ বিশ্বাস আৰু কু- সংস্কাৰৰ ফলত এতিয়াও কেতবোৰ প্ৰত্যন্ত অঞ্চলত ভূত - প্ৰেত বিশ্বাসৰ সমান্তৰাল ভাৱে ডাইনী বিশ্বাস চলি আহিছে। সেই একেই বিশ্বাসৰ দ্বাৰা পশ্চিম বংগ বা কেতবোৰ অঞ্চলত "বাঁয়েন"…

তেজপুৰত সুৰীয়া – সাংগীতিক অনুষ্ঠানত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ডিচেম্বৰঃ অসমীয়া আধুনিক সংগীত ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই স্বনামধন্য গীতিকাৰ-সুৰকাৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলিৰ সংগীত যাত্ৰাৰ সোণালী জয়ন্তী উপলক্ষে…

তেজপুৰত জলজীৱানৰ দিল্লীৰ ৰাষ্ট্ৰীয় দল উপস্থিত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ছাৰি খনকৈ গাঁৱত আজি জলজীৱান আছনি ৰূপায়ন অথা সজাগতাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে ৰাষ্ট্ৰীয় দল এটাই। আজি পুৱাই  জগদীশ সিং চিব আৰু  জি এছ ওজা ৰাষ্ট্ৰীয় খোৱা…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

উত্তৰ লখিমপুৰ, ১৮ ডিচেম্বৰঃ গৌৰৱোজ্জ্বল ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা…

ইৰাণৰ দুফুটীয়া যুৱকৰ বিশ্ব অভিলেখ

ডুবাই, ১৮ ডিচেম্বৰঃ ২০১০ চনত ২৪ বছৰীয়া এডৱাৰ্ডৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি। সেই বছৰ গিনিজ কৰ্তৃপক্ষই তেওঁক বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ইৰাণৰ যুৱক আফছিন ইছমাইল গাদাৰজাদাই নতুন অভিলেখ গঢ়ি আন এক উচ্চতাত উপনীত…

তেজপুৰৰ বাণ থিয়েটাৰত শুভাৰম্ভ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ “উত্তৰ পূৱ থিয়েটাৰ উৎসৱ –…

শতাব্দ প্ৰতিনিধি, ১৭ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত কালিৰে পৰা দেশৰ আগশাৰীৰ নাট্য দলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে  আৰম্ভ হৈছে এন এছ ডিৰ "উত্তৰ পূব থিয়েটাৰ উৎসৱ - ২০২২"। অহা ১৯ ডিচেম্বৰলৈকে…