Browsing Category
ট্ৰেণ্ডিং
দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্যৰ শপত গ্ৰহণ অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৭ ডিচেম্বৰ: আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠানটি লক্ষীমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈ যায়। দুটা স্থানত এই শপত গ্ৰহণ অনুষ্ঠিত হয়। প্ৰথমে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ…
লক্ষীমপুৰত অসম কলেজ শিক্ষক সংস্থাৰ অধিৱেশন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ অসম কলেজ শিক্ষক সংস্থাৰ ৬৭ সংখ্যক ৰাজ্যিক অধিৱেশনখন আজিৰে পৰা নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি বিয়লি ৩ বজাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২ সহস্ৰাধিক কলেজ শিক্ষক…
উত্তৰ লখিমপুৰত মিলাদ-উন-নবী উদযাপন
উত্তৰ লখিমপুৰঃ ২৬ ডিচেম্বৰঃ উত্তৰ লখিমপুৰ কেন্দ্ৰীয় ঈদগাহ সমিতিৰ উদ্যোগত আৰু চহৰৰ ৮ টা মছজিদ পৰিচালনা সমিতিৰ সহযোগত উত্তৰ লখিমপুৰৰ কেন্দ্ৰীয় ঈদগাহত ২৪ আৰু ২৫ ডিচেম্বৰত হজৰত মহম্মদৰ জন্মদিৱস ঈদ মিলাদুন নবী কেন্দ্ৰীয়ভাৱে পালন কৰা হয়।…
শোণিতপুৰৰ ঢেকিয়াজুলিত যুৱতী বৰ্বৰভাবে এচিড আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬ডিচেম্বৰ: শোণিতপুৰত সংঘটিত হৈছে এচিড আক্ৰমণৰ এক বৰ্বৰ কাণ্ড৷ জিলাখনৰ ঢেকিয়াজুলিত কালি দিনৰ প্ৰায় দুই বজাত এগৰাকী যুৱতীৰ ওপৰত এজন বিকৃত মানসিকতাৰ যুৱকে এচিডৰে আক্ৰমণ চলোৱা এক বৰ্বৰোচিত ঘটনা আজি পোহৰলৈ আহিছে৷…
তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ দুদিনীয়া “আলোকচিত্ৰ প্ৰদৰ্শনী”
সুন্দৰ-অৰ্থবহ আলোকচিত্ৰৰ বাবে উঠি অহা প্ৰজন্মক প্ৰতিযোগিতামুখী কৰি তুলিব লাগিব - উৎপল পঞ্চানন, সভাপতি, তেজপুৰ ফটোগ্ৰাফী ক্লাব
অসমৰ নাট্য ক্ষেত্ৰত অনন্য সংযোজন ‘অসম নাট্যকোষ’ প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ এক সু-পৰিকল্পনা আৰু তথ্য সংগ্ৰহৰ যোগেদি প্ৰায় চাৰি বছৰৰ শ্ৰমৰ অন্তত অসমৰ নাটকৰ ক্ষেত্ৰখনত এক অনন্য সংযোজন হিচাপে চিহ্নিত হৈ আজি অসমৰ আগশাৰীৰ টেলিভিশ্বন চেনেল ‘প্ৰতিদিন টাইম’ৰ অভিমত অনুষ্ঠানত…
ৰাইজে ধৰে ড্ৰাগছ সৰবৰাহকাৰীক, আৰক্ষীয়ে দিয়ে এৰিঃ ক্ষুব্ধ জনতাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰী অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে স্থানীয় আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আজি পেঙেৰীবাসী ৰাইজৰ হৈ শতাধিক পুৰুষ, মহিলাই জিলা সদৰ…
তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২ আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৬ ডিচেম্বৰঃ কেবাটাও ভাষাৰ ছখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু দুখন চুটি ছবিৰে আজিৰে পৰা ২৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আৰম্ভ হৈছে "তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ -…
লখিমপুৰত কাকৈ নৈৰ বলুকাত কবিতাৰ গুঞ্জন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ২৬ ডিচেম্বৰ: কাব্য, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সৌজন্যত ২৫ ডিচেম্বৰত "লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ এখনি বৈঠক, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ"…
