Browsing Category

ট্ৰেণ্ডিং

মহিলাৰ ওপৰত আক্ৰমণ:শোণিতপুৰ জিলা গোৰ্খা সন্মিলন আৰু গোৰ্খা ছাত্ৰ সন্হাৰ যৌথ বিবৃতি

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৪অক্টোবৰ: যোৱা ছয় অক্টোবৰত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট অঞ্চলত বসবাস কৰা একমাত্ৰ গোৰ্খা সম্প্ৰদায়ৰ ঘৰৰ জীয়ৰী বোৱাৰীৰ ওপৰত চলা আক্ৰমণৰ বাবে অসম গোৰ্খা সন্মিলন আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ…

আই আই টিত অধ্যয়নৰত তিনিচুকীয়াৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ অক্টোবৰঃ আই আই টি, খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ এজন মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি দুপৰীয়াৰ ভাগত ছাত্ৰজনৰ মৃত্যুৰ বাতৰি পৰিয়ালৰ লোকে লাভ…

অগপৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত আঞ্চলিকতাবাদী শক্তি বৃদ্ধি কৰিবলৈ সংকল্প তেজপুৰ জিলা অগপৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৪ অক্টোবৰঃ অসম গণ পৰিষদ দলৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি শক্তিশালী কৰি তুলিবলৈ পুনৰ তেজপুৰৰ পৰা সৰব হৈ পৰিল অগপৰ তেজপুৰ জিলা সমিতিৰ বিষয়ববীয়া তথা দলীয় নেতা-কৰ্মীসকল।…

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত বিশেষ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৪ অক্টোবৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ অধীনত সাংবাদিকৰ সুৰক্ষাৰ সম্পৰ্কত "Journalist Safety Session" নামেৰে এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত…

বেজীৰ দিন ওকলিল! এইবাৰ ৰবটে পোনে পোনে পেটলৈ যোগান ধৰিব ইনচুলিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ অক্টোবৰ : ঔষধ আগতকৈ অধিক সক্ৰিয় হ’ব; সঠিক সময়ত সঠিক ঠাইত যোগান ধৰা হ’ব। বেজীৰ আৰু প্ৰয়োজন নাই। মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিয়ে আৱিষ্কাৰ কৰিছে এক নতুন পদ্ধতি। তেওঁলোকে এটা ‘ৰবটিক পিল’ আৱিষ্কাৰ কৰিছে; যিয়ে…

তেজপুৰৰ নিকটৱৰ্তী বৰঘাট গাৱঁত ভূমি কেন্দ্ৰীক সংঘাত সন্দৰ্ভত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি 

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ অক্টোবৰঃ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘাট গাঁৱৰ পট্টা নং ৪৮ আৰু দাগ নং-৩৪৭,৩৪৮,৩৪৯ ভূমি সম্পৰ্কীয় বিবাদৰ ফলত দুটা ফৈদৰ মাজত হিংসাত্মক ঘটনাৰ উদ্ভৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই সন্দৰ্ভত চাৰিদুৱাৰ ৰাজহ…

গুজৰাটৰ সদ্য সমাপ্ত ৩৬সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত সোণৰ পদক লাভ কৰা তানিয়া চৌধুৰীক জিলা প্ৰশাসনৰ…

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৩ছেপ্তেম্বৰঃ গুজৰাটত সদ্য সমাপ্ত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰা অসমৰ লন বল খেলুৱৈ তানিয়া চৌধুৰীক আজি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সম্বৰ্ধনা জনায়। আজি লোক নিৰ্মাণ (পথ) বিভাগয তেজপুৰ,…

ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল আৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আজিৰে পৰা তেজপুৰৰ পলফিল্ডত আৰম্ভ হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী মেছত সঞ্জীৱন সমাজ নগাঁও একাদশ দলে মৰাণ টাউন ক্লাৱ ক ৫-৩গলৰ…

তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ অক্টোবৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি তথা সম্পত্তিৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷…

তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰি স্পেইনৰ যুৱকে

শতাব্দ প্ৰতিনিধি তেজপুৰ,১৩ অক্টোবৰঃ যুদ্ধ কেতিয়াও কাম্য নহয়। যুদ্ধই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে, বৰ্তমান সময়ত ইউৰোপৰ দুখন দেশৰ ৰাছিয়া আৰু ইউক্ৰেনৰ মাজত চলি থকা যুদ্ধৰ বাবে দয়োখন দেশৰ ৰাষ্ট্ৰপতিক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই এই…