Browsing Category

ট্ৰেণ্ডিং

ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত তেজপুৰৰ আয়ুস শৰ্মাৰ কৃতিত্ব

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৩ অক্টোবৰঃ অলপতে গুজৰাটত অনুষ্ঠিত হৈ যোৱা এম পি এল ৩৫ সংখ্যক ৰাষ্ট্ৰীয় ইউ-৭ মুকলি আৰু ছোৱালী দবা চেম্পিয়নশ্বিপত (MPL 35th National U-7 Open and Girls Chess Championship) ত‌ অংশগ্ৰহণ কৰি শোণিতপুৰৰ  আয়ুস শৰ্মাই…

মালদ্বীপকে ধৰি ৫খন দেশ ডুব যাব সাগৰত!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ অক্টোবৰঃ অদূৰ ভৱিষ্যতে প্ৰকৃতিৰ ব্যাপক ধ্বংসৰ সাক্ষী হ’বলৈ গৈ আছে সমগ্ৰ মানৱ জাতি। বিদেশ ভ্ৰমণৰ কথা ভাবিছে নেকি? যদি ভাবিছে, তেন্তে পলম নকৰাকৈ অতি সোনকালে মালদ্বীপলৈ যাওক। কাৰণ অহা কেইবছৰমানৰ ভিতৰত এই দেশৰ…

মহাকাশত আছে বিশাল সাগৰ, বালিৰ পাহাৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ অক্টোবৰঃ মহাকাশৰ বিভিন্ন দিশত নতুন দিগন্ত মুকলি হৈছে। কেতিয়াবা চন্দ্ৰ, কেতিয়াবা মংগল, কেতিয়াবা বৃহস্পতি। কেতিয়াবা গ্ৰহাণুৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ গৱেষণা চলি আছে। সকলো কথাৰ উপলব্ধ জ্ঞানৰ লগে লগে…

কোটি কোটি টকীয়া আঁচনি ৰূপায়ণৰ নামত বিষয়া-ঠিকাদাৰে মিলি শৰাধ কৰিছে ধনঃ আছু

সৰব আছু-নিবনুৱা সন্থাঃ ঘনচৰাইত সোৱণশিৰিৰ বান-খহনীয়াত অবৰ্ণনীয় পৰিস্থিতি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ চূড়ান্ত হেমাহী আৰু অকৰ্মণ্য়তাৰ বাবেই সোৱণশিৰিয়ে যোৱা ১০ অক্টোবৰত…

লভিতাৰ শুধৰণিৰ বাবে ১০দিনৰ সময়সীমা লাচিত সেনাৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি "লভিতা" নাটকখন বিকৃত ৰূপ দি উপস্থাপন কৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈছে বীৰ লাচিত সেনা অসম৷ আৱাহন থিয়েটাৰক এই ভুলৰ শুধৰণি কৰিবলৈ ১০ দিনৰ সময় সীমা বান্ধি দিছে…

উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা যুৱ উৎসৱ

লখিমপুৰ,১২অক্টোবৰঃ আজি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জিলা পৰ্যায়ৰ যুৱ উৎসৱটি অনুষ্ঠিত হৈ যায়।লখিমপুৰ জিলাৰ আহুচাউল গাঁৱৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ ৰঙ্গমঞ্চত…

এন পি এছ বাতিলৰ দাবীত তিনিচুকীয়াত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ ৬ ঘন্টীয়া ধৰ্মঘট

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰৰ অন্যতম হঠকাৰী নীতি এন পি এছ বাতিলৰ দাবীত আজি তিনিচুকীয়াত অল ইণ্ডিয়া ৰে’লৱমেনছ ফেডাৰেচনৰ আহ্বানক্ৰমে এন এফ ৰে'লৱে মজদুৰ ইউনিয়নে ৬ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।…

বণাৰ্ঢ্য কাৰ্যসূচীৰে বিহগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ অক্টোবৰঃ তেজপুৰ মহকুমাৰ অগ্ৰণী মাধ্যমিক শিক্ষাৰ অনুষ্ঠান বিহগুৰি উচ্ছ মাধ্যমিক বালিকা বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ৷ বালিকা বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আজি এক…

কাইলৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

শতাব্দ প্ৰতিনিধি তেজপুৰ ১২ অক্টোবৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় পল’ফিল্ডত অহা ১৩ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ ১১ দিনীয়াকৈ ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে৷…

লখিমপুৰত তিনি দুবৃৰ্ত্তই মহিলাক দলবদ্ধ ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ গ’ল জংঘলত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ অক্টোবৰঃ লখিমপুৰ জিলাৰ লীলাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৰাজগড় বঙালীত মঙ্গলবাৰে সন্ধিয়া এগৰাকী মহিলাক তিনি দুবৃৰ্ত্তই ধৰ্ষণ কৰি জংঘলত পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ লীলাবাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷…