Browsing Category

ট্ৰেণ্ডিং

ডিগবৈত ৰজাফেঁটী সাপৰ চফৰ, উদ্ধাৰ, মুক্তি

ডিগবৈ, ১২ অক্টোবৰঃ সমগ্ৰ সৰ্পকূলৰ ভিতৰত আটাইতকৈ বিষধৰ বুলি পৰিচিত তথা অসমত সেৰেঙা উপস্থিতি থকা এটা ৰজা ফেঁটী সাপ আজি ডিগবৈত উদ্ধাৰ হয়। বিষধৰ হলেও সততে বিহ প্ৰয়োগ নকৰা তথা সৰ্প জগতৰ মাজত "গহীন", "ভদ্ৰ" বুলি পৰিচিত ৰজাফেঁটীক কিং কোব্ৰা…

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হোৱা এজনী হাতীৰ মংগলবাৰে নিশা  গিবনত মৃত্যু ঘটে ( ফটো সংবাদ)

ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হোৱা এজনী হাতীৰ মংগলবাৰে নিশা  গিবনত মৃত্যু ঘটে ( ফটো সংবাদ)

মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে জন্ম হৈছিল চন্দ্ৰৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১2 অক্টোবৰ : চন্দ্ৰৰ সৈতে আমাৰ ৰোমান্টিকতা বা উন্মাদনাৰ অন্ত নাই। কবিতা-গীত-সাহিত্যত কিমানবাৰ যে চন্দ্ৰৰ বিষয় আহিছে তাৰ হিচাপ নাই। চন্দ্ৰৰ বিষয়ে এই নান্দনিক প্ৰথাৰ সমান্তৰালভাৱে মানুহে চন্দ্ৰৰ জন্মৰ বিষয়েও বহু…

তিনিচুকীয়াৰ আদালতত নিষিদ্ধ হ’ল গোটকা, ধপাত, চিগাৰেট, তামোলপাণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ অক্টোবৰ : জনস্বাস্থ্যৰ সুৰক্ষা তথা জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু আদালত চৌহদৰ চাফচাফচিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে ফৌজদাৰী কাৰ্য্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ…

লখিমপুৰত অসম-অৰুণাচলৰ মন্ত্ৰীৰ উপস্থিতিত সীমা সমস্যাৰ গুৰুত্বপূৰ্ণ বৈঠক

সীমা সমস্যাটো আমি পৰিয়ালৰ দৰে সমাধান হোৱাটো বিচাৰিছো- মন্ত্ৰী সঞ্জয় কিষাণ শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ অসম-অৰুণাচলৰ সীমা সমস্যা সন্দৰ্ভত আজি লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত দুয়োখন ৰাজ্যৰ দুই মন্ত্ৰীৰ উপস্থিতিত এক সৌহাদ্যপূৰ্ণ…

“বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ” শীৰ্ষক আলোচনা সত্ৰ সম্পন্ন

গুৱাহাটী, ১১ অক্টোবৰ: গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত “বি.টেকৰ পিছত কেৰিয়াৰৰ সুযোগ(Career opportunities after B.Tech)” শীৰ্ষক এখন আলোচনা সত্ৰ ১১ অক্টোবৰ, ২০২২ তাৰিখে…

লখিমপুৰত ঘোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১১ অক্টোবৰঃ লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ এ এছ আই ডম্বৰুধৰ দত্তই আজি এজন অভিযোগকাৰীৰ পৰা গোচৰৰ নামত ধন লোৱাৰ সময়তে ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষী বিষয়াজনে চিলনীবাৰী…

এতিয়াও অবিবাহিত আপুনি? কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা আপোনাৰ বেছি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ অক্টোবৰ : আপুনি অবিবাহিত নেকি? সংগীৰ সৈতে বিচ্ছেদৰ বাবে নিসংগতাত ভুগিছে নেকি? এই কাৰণেই শৰীৰৰ ফোঁহাটোৰ বিষয়ে অৱগত নহয় চাগে আপুনি, তাৰ পিছতে মাৰাত্মক ৰোগ কৰ্কট ৰোগৰ বিষয়ে! শেহতীয়াকৈ কৰা এক অধ্যয়নৰ পৰা এনে…

আজিৰে পৰা বালিপৰা,চাৰিদুৱাৰ,ভালুকপুং,টাৱাং সংযোগী পথৰে যাতায়াত বন্ধ ঘোষণা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১১ অক্টোবৰ : শোণিতপুৰৰ বালিপৰা তথা চাৰিদুৱাৰ আৰু পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুং, টাৱাং সংযোগী পথটো আজিৰে পৰা বন্ধ ঘোষণা কৰিছে পশ্চিম কামেং জিলাৰ প্ৰশাসনে৷এক জৰুৰী নিৰ্দেশনাৰ দ্বাৰা জিলা প্ৰশাসনে উক্ত পথৰে…

লুপ্ত হ’ব প্ৰশান্ত মহাসাগৰ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ অক্টোবৰ : আৰ্কটিক মহাসাগৰ আৰু কেৰিবিয়ান সাগৰ নোহোৱা হৈ যাব। অহা ২০ৰ পৰা ৩০ কোটি বছৰত এছিয়া মহাদেশ আৰু আমেৰিকা মহাদেশ লগ হৈ এখন বিশাল নতুন মহাদেশৰ সৃষ্টি হ’ব— আমেছিয়া! ইয়াক ছুপাৰ কন্টিনেণ্ট বোলা হ'ব। কিন্তু এনে…