Browsing Category
ট্ৰেণ্ডিং
চাহ বাগিচা অঞ্চলত সুলভ মূল্যৰ সামগ্ৰী যোগানৰ অনুজ্ঞাপত্ৰ বাগিচা কৰ্তৃপক্ষক প্ৰদানৰ বাবে তৎপৰ ৰাজ্য…
মুখ্যমন্ত্ৰীক জনোৱা আহ্বানো অসাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০অক্টোবৰঃ ৰাজ্যৰ চাহ বাগিচা অঞ্চলত স্হানীয় এজেন্টৰ দ্বাৰা পৰিচালিত সুলভ মূল্যৰ দোকান সমূহ শীঘ্ৰেই বন্ধ হৈ পৰিব৷ ইয়াৰ বিপৰীতে চাহ বাগিছা কৰ্তৃপক্ষই এনে সুলভ মূল্যৰ সামগ্ৰী বিতৰণৰ…
কয়লা মাফিয়াক নাকী লগোৱাৰ চেষ্টা অৰুণাচলৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লাখনিত চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত খনন চলাবলৈ গৈ নিৰীহ শ্ৰমিক কৰুণভাৱে মৃত্যুমুখত পৰাৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈ অহাৰ পাছতো অসম চৰকাৰ, জিলা…
তিনিচুকীয়াৰ পৰা সন্ধানহীন কিশোৰী বিহাৰত উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : বিগত ৫ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা তিনিচুকীয়াৰ নপুখুৰী অঞ্চলৰ এগৰাকী কিশোৰী বিহাৰত উদ্ধাৰ হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি ইয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলৰ জ্যোতি…
লংডিঙত সন্দেহজনক নগা বিদ্ৰোহীৰ গুলীত নিহত বৃদ্ধ ব্যৱসায়ী
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১০ অক্টোবৰ : নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ শক্তিশালী ঘাটিৰূপে পৰিচিত অৰুণাচল প্ৰদেশৰ লংডিং চহৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত অজ্ঞাত আততায়ীয়ে এজন বয়োজ্যেষ্ঠ ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ…
আহিনমহীয়া লখিমপুৰত সোৱণশিৰিয়ে ছিঙিলে ভীমপৰা মথাউৰি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ অৱশেষত সকলোৱে আশংকা কৰাৰ দৰেই আজি সোৱণশিৰিয়ে ভীমপৰা মথাউৰিৰ ন-আলি ঘনচৰাইত মথাউৰি ছিঙে ৷ মথাউৰিৰ ছিগা অংশৰে হোৰাহোৰে পানী সোমোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত আজি বিয়লি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ…
গেৰুকামুখত বৃহৎ নদীবান্ধ সম্পূৰ্ণ হ’বলৈ নিদিয়ে প্ৰকৃতিয়ে
খহিয়ে আছে পাহাৰঃ ভূমিস্খলনত বন্ধ হৈ পৰিছে এটাৰ পিছত আন এটা টাৰ্নেলঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ অশনি সংকেত
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক নিৰ্মাণ হৈ উঠিবনে? শেহতীয়াকৈ এনে আশংকাই ঘনীভূত হৈ পৰিছে…
চৰকাৰী ঘোষণাৰ বিপৰীতে শোণিতপুৰত চিকিৎসাৰ পয়ালগা অৱস্থা
শতাব্দ প্ৰতিনিধি,তেজপুৰ, ৯অক্টোবৰঃ বৃহৎ অট্টালিকাৰে চিকিৎসালয় নতুবা চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণ হ’লেও ৰাজ্যত সম্প্ৰতি চিকিৎসালয়ৰ অৱস্হা তেনেই পয়ালগা অৱস্হাতে আছে৷ উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালকে…
তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ অভিনেতা, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাৰ…
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৯ অক্টোবৰঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী, শিল্পী পেঞ্চনাৰ, মঞ্চ আৰু ভাওনাৰ প্ৰবীণ শিল্পী, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন মঞ্চাধ্যক্ষ, দা ধৰা বামুণ চুবুৰী নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ আজি পুৱা নিজ বাসগৃহতে…
এন এইচ পি চিত পুনৰ ভয়াৱহ ভূমিস্খলন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ অক্টোবৰঃ পুনৰ ভয়াৱহ ভূমিস্ফলনৰ ঘটনা সংঘটিত হৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত৷ যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত পুনৰ এন এইচ পি চিত অঘটন ঘটিছে৷ জলবিদ্যুৎ প্ৰকল্পটোৰ ২ নং ডাইভাৰ্চন টাৰ্নেলৰ ওপৰত…
ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুতিনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ সেনাবাহিনীয়ে নহয়; এইবাৰ ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ বাহিনীৰ নেতৃত্ব দিব বায়ুসেনাই। ৮ অক্টোবৰ শনিবাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। সেই দেশৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইউক্ৰেইন…
