Browsing Category

ট্ৰেণ্ডিং

ভাৰতৰ মংগলযানৰ যাত্ৰা শেষ হোৱাৰ পথত!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ ভাৰতৰ মংগলযানৰ দীঘলীয়া যাত্ৰা নিৰৱে বন্ধ হ’বলৈ গৈ আছে। দেশখনৰ প্ৰথম মংগল অভিযান আৰম্ভ হৈছিল এদশক পূৰ্বে। কিন্তু হঠাতে আজি ৯ অক্টোবৰ দেওবাৰে সেই যাত্ৰাৰ ছন্দত যতি পৰিল। ইছৰোৱে কোনো ধৰণে বাহনখনৰ সৈতে…

নতুন আৱিষ্কাৰ! এই বিশেষ উপাদান মধ্যবয়সীয়া মগজুৰ বাবে অপৰিহাৰ্য…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ শেহতীয়াকৈ আমেৰিকান একাডেমী অৱ নিউৰ’লজিৰ ‘নিউৰ’লজি’ নামৰ আলোচনীত এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছে। ইয়াত ওমেগা-৩ য়ে মধ্যবয়সীয়া মগজুত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আলোচনা কৰা হৈছে। ছান অন্টাৰিঅ’ৰ…

৬ বছৰৰ পাছতো শুকুৱা নাই চেৰনোবিলৰ ঘাঁ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ ইউক্ৰেইন যুদ্ধক লৈ পাৰমাণৱিক যুদ্ধৰ আশংকা উত্থাপন কৰিছে ৰাছিয়াই। ইফালে আন এক অধ্যয়নত পাৰমাণৱিক বিস্ফোৰণৰ ক্ষতিৰ এক অদ্ভুত ছবি প্ৰকাশ পাইছে। ১৯৮৬ চনত ইউক্ৰেইনৰ চেৰনোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰত এক দুৰ্যোগ…

ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীয়ে দেশৰ অৰ্থনৈতিক ভাৰসাম্য ক্ষতিগ্ৰস্ত কৰিছে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীয়ে দেশৰ অৰ্থনৈতিক স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰিছে বুলি দাবী কৰিছে ৰিজাৰ্ভ বেংকে। দেশৰ ডিজিটেল মুদ্ৰাৰ বিষয়ে কওঁতে ৰিজাৰ্ভ বেংকে জনাইছে যে ব্যক্তিগত ক্ৰিপ্টোকাৰেন্সীৰ বাবে…

পুনৰ কৰ’নাৰ নতুন ঢৌ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ ইউৰোপত পুনৰ উদ্বেগ বৃদ্ধি পাইছে। কোৱা হৈছে যে সমগ্ৰ ইউৰোপত কৰ’নাৰ নতুন ঢৌ আৰম্ভ হ’ব পাৰে। কোৱা হৈছে যে লক্ষণসমূহ ইতিমধ্যে দেখা দিবলৈ আৰম্ভ কৰিছে। জনস্বাস্থ্য বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে এই ঘটনাৰ বাবে…

ৰাজ্যিক কাৰাটেত শোণিতপুৰৰ সফলতা

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ অক্টোবৰঃ অহা নৱেম্বৰত শ্বলিঙত অনুষ্ঠিত হ’বলগীয়া নৰ্থ ইষ্ট অলিম্পিকত অংশ গ্ৰহণৰ বাবে শোণিতপুৰৰ তিনিজন কাৰাটে খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে৷ উল্লেখযোগ্য যে, ৬ আৰু ৭ অক্টোবৰত গুৱাহাটী খানাপাৰাত অসম ৰাজ্যিক কাৰাটে…

ভাৰতত অচিৰেই প্ৰৱৰ্তন হ’ব নিজা ডিজিটেল মুদ্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ অপেক্ষাৰ অন্ত পৰিবলৈ আৰু বেছিদিন নাই; ভাৰতে অতি সোনকালে নিজৰ ডিজিটেল টকা বা মুদ্ৰা লাভ কৰিব। এই ডিজিটেল মুদ্ৰা প্ৰৱৰ্তন কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে। যদিও বৰ্তমানলৈ সঠিক সময় ঘোষণা কৰা হোৱা নাই, তথাপি…

জন্মদিনত পুটিনক ট্ৰেক্টৰ উপহাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ৭০ সংখ্যক জন্মদিনত তেওঁৰ ঘনিষ্ঠ বন্ধু বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে এখন ট্ৰেক্টৰ উপহাৰ দিছে। লুকাচেংকোৱে কয় যে ট্ৰেক্টৰেৰে ঘেঁহুৰ খেতি কৰিব পাৰি। বেলাৰুছ…

পেৰুত উদ্ধাৰ ৭৬টা কেঁচুৱাৰ কবৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ প্ৰত্নতত্ত্ববিদসকল খনন কাৰ্যত এক ভয়ংকৰ অভিজ্ঞতাৰ সাক্ষী হৈছিল। কাৰণ দক্ষিণ আমেৰিকাৰ পেৰুত কেইবা ডজন শিশুৰ কংকাল উদ্ধাৰ কৰা হৈছে, যিবোৰক বলিদান দিয়া বুলি কোৱা হৈছিল। প্ৰত্নতাত্ত্বিকসকলে জনোৱা মতে, এই…

অৱশেষত উদ্ধাৰ পৰ্বতাৰোহী দ্বীপশিখাৰ শৱদেহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ অৱশেষত সন্ধান পোৱা গ'ল অসমৰ পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকাৰ। অৱশ্যে এই সন্ধান জীৱন্ত অৱস্থাত পোৱা হোৱা নাই। গিৰিৰাজ হিমালয়ৰ তুষাৰ বক্ষত উদ্ধাৰ হৈছে দ্বীপশিখা হাজৰিকাৰ শৱদেহ। হিমালয়ক ভালপোৱা অসম…