Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ এটা তহলদাৰী দলে পাঁচ অক্টোবৰত এজন যুৱকক কাৰণবিহীন ভাবে বৰ্বৰোচিত ভাবে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ দোলাবাৰীৰ এজন বন্ধুৰ নিমন্ত্ৰণ ক্ৰমে বিজয়া দশমীৰ দিনা বন্ধুজনৰ…
শোণিতপুৰৰ মইনাজুলিত বন্যহস্তীয়ে ভাঙিলে দুটা বাসগৃহ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰঃ শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে যোৱা নিশা ৰঙাপৰাৰ দুই নম্বৰ মইনাজুলিৰ জোচেফ তপ্ন আৰু লৰেঞ্চ তপ্নৰ বাসগৃহ দুটা ভাঙি খাদ্যৰ সন্ধান চলায়৷ সেই সময়ত বাসগৃহতে থকা…
অৰুণাচলত তিনিচুকীয়া আৰক্ষীৰ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৭ অক্টোবৰঃ তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ থানা এলেকাত অভিযান চলাই তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰাৰ লগতে বাইক চুৰিৰ অভিযোগত ৩ ব্যক্তিক আটক কৰে৷ ধৃত ব্যক্তিত্ৰয় ক্ৰমে তিনিচুকীয়াৰ…
মালয়েছিয়াত অনুষ্ঠিত ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত তৃষাণু আৰু হিমাংশুৰ অংশগ্ৰহণ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰঃ লয়েছিয়াৰ কুৱালালামপুৰৰ ইন্টাৰনেচনেল য়ুথ চেন্টাৰত যোৱা ৩০ ছেপ্তেম্বৰত পৰা ২ অক্টোবৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত অংশ লয় ৰাজ্যৰ দুই প্ৰতিভাশালী যুৱক…
তেজপুৰত মহিলাৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰঃ কালি তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত জাৰণিত একাংশ দুৰ্বৃত্তই ৰেখা ৰাণা নামৰ মহিলাৰ ওপৰত চলোৱা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ অঞ্চলটোৰ অতি পুৰণা এটা পৰিয়ালৰ জীয়ৰী ৰাণাৰ ওপৰত আক্ৰমণকাৰীয়ে…
তেজপুৰত ২খন গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৭ অক্টোবৰঃ তেজপুৰৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ উপস্থিতিত উন্মোচিত হয় "প্ৰজ্ঞা ভাৰতী মৃণালী চেতিয়া অভিনন্দন গ্ৰন্থ"।উল্লেখ্য যে, সদৌ…
এতিয়াও সন্ধানহীন পৰ্বতাৰোহী দ্বীপশিখা হাজৰিকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ উত্তৰকাশীত ব্যাপক হিমস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯জনলৈ বৃদ্ধি পাইছে। উক্ত ঘটনাৰ ৭০ ঘন্টা পাৰ হৈ যোৱাৰ পিছত এতিয়াও চলি আছে উদ্ধাৰ অভিযান। ৬ অক্টোবৰৰ নিশাৰ ভাগত আৰু তিনিটা মৃতদেহ উদ্ধাৰ…
গৰ্ভস্থ শিশুৰ হাওঁফাওঁ, মগজু, যকৃতত প্ৰদূষক কণা!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশতো ইয়াৰ প্ৰভাৱ পৰে। হাওঁফাওঁ আৰু যকৃতৰ গুৰুতৰ ক্ষতি হয়। এখন গৱেষণা পত্ৰই চহৰ অঞ্চলৰ প্ৰদূষিত পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিশুৰ ‘ভৱিষ্যৎ’ক লৈ…
এলচে বিয়ালিয়াটস্কিলৈ শান্তিৰ নোবেল বঁটা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলচে বিয়ালিয়াটস্কিয়ে লাভ কৰিছে শান্তিৰ নোবেল বঁটা। ৰাছিয়ান হিউমেন ৰাইটছ অৰ্গেনাইজেচন মেম’ৰিয়েল (ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল) আৰু ইউক্ৰেইনৰ হিউমেন ৰাইটছ…
বিশ্বত মন্দাৱস্থাৰ আশংকা বাঢ়িছে!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ অক্টোবৰঃ ভাৰতত টকাৰ মূল্য কমিছে। ৰিজাৰ্ভ বেংকেও সম্ভাৱ্য হাৰ বৃদ্ধি কৰ্তন কৰিছে। কিন্তু এই অৱস্থা কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে হৈছে। কিন্তু পৰিস্থিতি ভাল হোৱাতকৈ বেয়া হোৱাৰ সম্ভাৱনা বেছি। আই এম এফৰ পৰিচালন…
