Browsing Category

ট্ৰেণ্ডিং

নাছাক পৰাস্ত কৰিলে চীনেঃ টিয়ানৱেন-১ মংগল অভিযানে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : নাছাক পৰাস্ত কৰি চীনে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা! চীনৰ টিয়ানৱেন-১ মংগল অভিযানক আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা প্ৰদান কৰা হৈছে। এই অভিযানত চীনৰ ৰবটিক্সে ইতিহাস ৰচনা কৰে। চীনৰ টিয়ানৱেন-১…

অৰুণাচলৰ টিপ্পিত ভয়ংকৰ ঢলে উটুৱাই নিলে তিনি বাহন :চালকক উদ্ধাৰঃ পথ বন্ধ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ ধাৰাষাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ টিপ্পিত যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে৷ কালি বিয়লি প্ৰায় ৩-৩০বজাত লুমুন জলপ্ৰপাতৰ সমীপত হঠাত পানী আৰু মাটিৰ ধলে উটুৱাই নিয়ে ভালুকপুং অৰুণাচল পথৰে গৈ থকা…

সোৱণশিৰি প্ৰকল্পত এইবাৰ ভাগিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ দুৰ্ভাগ্যই লগ নেৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এইবাৰ খহিল পাৱাৰ হাউচৰ গাৰ্ড ৱাল৷ ফলত এতিয়া পাৱাৰ হাউচৰ প্ৰায় চাৰি হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে আধাতে কাম এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা…

১৯ বছৰ বয়সতে ১০০০ কোটিৰ সম্পত্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : শেহতীয়াকৈ AIIFL Wealthই প্ৰকাশ কৰিছে Hurun India Rich List 2022। দেশৰ আটাইতকৈ ধনী লোকসকলে এই তালিকাত স্থান লাভ কৰিছে। তাত কেইবাজনো ষ্টাৰ্ট-আপ বিল্ডাৰৰ নামো ৰখা হৈছে। তাৰে এজন হৈছে কৈবাল্য বহৰা। এই…

তেজপুৰত কবি অমূল্য বৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতা সম্পন্ন

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৪ ছেপ্তেম্বৰঃ অমূল্য বৰুৱাই অসমীয়া আধুনিক কবিতাৰ নতুন ধাৰা সৃষ্টি কৰিছিল। তেওঁৰ কবিতা মানেই বহু পঠিত কবিতা। অমূল্য বৰুৱাই প্ৰচলিত ৰমন্যাসবাদৰ ধাৰাটোৰ পৰা আঁতৰি প্ৰগতিশীল আধুনিক কবিতাৰ পথ প্ৰশস্ত কৰি তুলিছিল বুলি…

সাংবাদিকৰ সুৰক্ষাৰ কাৰণে দেশজুৰি শক্তিশালী সংগ্ৰাম কৰিব লাগিব – পৰমানন্দ পাণ্ডে

হায়দৰাবাদৰ পৰা অমৰজ্যোতি আৰন্ধৰা ,২৪ ছেপ্টেম্বৰ; দেশজুৰি কৰ্মৰত সাংবাদিকসকলৰ সমস্যা আছে । দা - দৰ্মহাৰ সমস্যা , পেঞ্চনৰ সমস্যা , জীৱন বীমা , চিকিৎসা সমস্যা আদি । বিশেষকৈ কৰ্মৰত সাংবাদিকৰ সুৰক্ষাৰ বিষয়টো গুৰুত্বপূৰ্ণ হৈ পৰিছে। সাংবাদিকৰ…

ঢকুৱাখনাৰ এবাছ মানুহ কিয় লখিমপুৰলৈ কঢিয়াই আনিব “ব্ৰিজ”ৰ পৰিচালক কৃপাল কলিতাই

শতাব্দ প্ৰতিনিধি, তেজপুৰ ২৪ ছেপ্টেম্বৰঃ অহা ৩০ ছেপ্টেম্বৰত ৪৫ টা ছবিগৃহত একেলগে মুক্তি লভিব লগা, ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ছবিৰ ৰজত কমল বঁটাৰ লগতে ১৯ টাকৈ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় সন্মান কঢ়িয়াবলৈ সক্ষম হোৱা "ব্ৰীজ"…

অৰ্থনৈতিক সংকটৰ দিশে ভাৰত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ ছেপ্টেম্বৰ : অৰ্থনৈতিক সংকটৰ অভিলেখ গঢ়াৰ প্ৰক্ৰিয়া অব্যাহত আছে মোদী চৰকাৰৰ। ৪৫ বছৰৰ ভিতৰত এতিয়ালৈকে সৰ্বাধিক নিবনুৱা সমস্যা, ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ অভিলেখ, ২৫ বছৰত পাইকাৰী মূল্য বৃদ্ধিৰ আন এক…

গেৰুকামুখত ভয়ংকৰ ভূমিস্খলনত খহি পৰিল পাহাৰঃ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ ছেপ্টেম্বৰঃ পুনৰ যেন প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ যোৱা নিশা প্ৰচণ্ড বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন ঘটিছে গেৰুকামুখত৷ যাৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাতে লাগি থকা পাহাৰ খহি…

ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা আৰম্ভ

ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল ইয়াৰ কোনো গেটকিপাৰ আৰু সীমা নাই যদিও ইয়াৰ সীমাহীন প্ৰসাৰ আছে ৷ কিন্তু কেৱল ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত ব্যক্তিয়ে সাংবাদিকতাৰ নিয়ম আৰু নীতি-নিয়মৰ মাজত বান্ধ খাই নিজকে সাংবাদিক বুলি দাবী…