Browsing Category

ট্ৰেণ্ডিং

কেৱল দেৱতাই নহয়, আপুনিও অমৰ হ’ব পাৰে!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰ : কোন অমৰ হ'ব নিবিচাৰে? আদিম কালৰ কিছুমান পৌৰাণিক কাহিনীৰ পৰা জানিব পাৰোঁ যে, অমৃতৰ ভাগ-বতৰাক লৈ অসুৰ আৰু দেৱতাৰ মাজত যুদ্ধ হৈছিল। বিষ্ণুৱে নিজেই হস্তক্ষেপ কৰিবলগা হৈছিল। তেওঁ কেৱল হস্তক্ষেপ কৰাই নহয়,…

লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰিৰ মথাউৰি চিঙাৰ উপক্ৰম

 বিপন্ন মথাউৰিত কেন্দ্ৰীয় জল আয়োগৰ দল, সাংসদ, জিলা উপায়ুক্ত ঃ যুদ্ধকালীন তৎপৰতাৰে মথাউৰি সুৰক্ষাৰ চেষ্টা জলসম্পদ বিভাগৰ শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ লখিমপুৰৰ ঘনচৰাইত সোৱণশিৰি নদীৰ ভীমপৰা মথাউৰিটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত…

গাড়ীচোৰ,ফকিৰ আব্দুলৰ গৃহত মাটিত পুতিথোৱা অৱস্থাতউদ্ধাৰ১৫লাখঃ তেজপুৰত চাঞ্চল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকীৰ অন্তগত এক ভিতৰুৱা অঞ্চল আলিচিঙা উৰিয়ামগুৰিত এটা বাসগৃত পুতি থোৱা অৱস্থাত লাখ লাখ টকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চ্যলৰ সৃষ্টি হৈছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে,…

৩৯ তম শোণিতপুৰ জিলা ভাৰ উত্তোলনত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

জুনিয়ৰ মহিলা বেষ্ট লিফ্‌টাৰ বৃষ্টি ৰেখা হাজৰিকা - পুৰুষৰ বেষ্ট লিফ্‌টাৰ খিতাপ জয়ন্ত কোঁচলৈ ছিনিয়ৰ মহিলা শাখাত বেষ্ট লিফ্‌টাৰ আমিনা খাতুন আৰু পুৰুষ শাখাত নীলম নাথ শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬,ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু…

আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰৰ লিচুৱে ২০১৫ বৰ্ষত জি আই টেগ পোৱাৰ লগতে চলিত বছৰৰ জুন মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত তেজপুৰৰ লিচুৰ বিভিন্ন প্ৰজাতি ক্ৰমে বোম্বায়া,বিলাতী আৰু…

সোৱণশিৰি প্ৰকল্পত চৌদিশে ঐ পলা পলা চিঞৰ

শনিবাৰে নিশা এন এইচ পি চিত হাহাকাৰঃ আজি তৃতীয় দিনাও আতংক অব্যাহতঃ সত্যৰ দিশে আগবাঢ়িছে বিশেষজ্ঞৰ প্ৰতিবেদনঃ গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ফলশ্ৰুতি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি…

ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰৰ বাবে কৰ দিব লাগিব কেন্দ্ৰীয় চৰকাৰক

ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ভূ-জল প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত 'এৰিডা'ৰ সংবাদমেল। ভূগৰ্ভস্থ পানী ব্যৱহাৰকাৰীৰ বাবে কেতবোৰ কঠোৰ নিয়ম জাৰি কৰা হৈছে। যাৰ ফলত ভূ-গৰ্ভৰ পানী ব্যৱহাৰ কৰাটো অধিক ব্যয়বহুল হৈ পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

আঠ নৱেম্বৰত “দিছপুৰ যাত্ৰা” চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ছেপ্টেম্বৰঃ আজি দিনৰ দুই বজাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ একনম্বৰ গেলাৰীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্হাৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে সংস্হাৰ…

শাৰদীয় বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱনঃ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত কালি বিয়লি বিভিন্ন কবিৰ কবিতাৰে সিক্ত হ'ল তেজপুৰ সাহিত্য সভা ভৱন ।তেজপুৰ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত বিশেষ কাব্যানুষ্ঠানটিত বিভিন্ন কবি তথা লেখক - লেখিকাৰ কাব্যিক…

জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত লখিমপুৰত চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত…

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি লখিমপুৰত সদৌ লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ সন্ধিয়া ৬ বজাত চুতীয়া…