Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰত এন এইচ পিচিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জাতীয় যুৱবাহিনী ,অসমীয়া যুৱ মঞ্চৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ মাজ মজিয়াত আজি ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহতাৰ বিৰুদ্ধে ৰাইজৰ দলৰ জাতীয় যুব বাহিনী লখিমপুৰ জিলা সমিতিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ…
৯ বছৰীয়া ভাৰতীয় কন্যাৰ প্ৰতিভাত আপ্লুত এপলৰ চিইঅ’ টিম কুক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : বৰ্তমান এপলক বিশ্বৰ অন্যতম বিখ্যাত টেক কোম্পানী হিচাপে গণ্য কৰা হয়। লগতে প্ৰাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰি এই সংস্থাটোত চাকৰি এটা লাভ কৰে। অৱশ্যে এইবাৰ এপলৰ চিইঅ’ টিম কুক (টিম কুক) নিজেই এগৰাকী ভাৰতীয়…
বিশ্বত সমাদৃত তেজপুৰৰ লিচু পুখুৰী
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭চেপ্তেম্বৰঃ ‘লিচু পুখুৰী’ নামৰ তেজপুৰৰ ঐতিহাসিক এটা পুখুৰীয়েও এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ চৌপাশৰ শাৰী শাৰী সুস্বাদু লিচু গছৰ বাবেই ‘লিচু পুখুৰী’ নামেৰে বৰ্তমান পৰিচিত হৈ…
তেজপুৰত অসুৰৰ ৰূপত এপিডিচিএল
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ছেপ্টেম্বৰঃ চৰকাৰৰ মানসিক সন্তুলন হেৰাইছেনে, এপিডিচি এলৰ হেৰাইছে? এইসকলক ঠিক কৰিবলৈ তেজপুৰত মানসিক চিকিৎসালয় আছে৷ গতিকে তেজপুৰতে এইসকলক চিকিৎসা আৰম্ভ কৰিব লাগিব৷ আজি তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত…
অসমত পুনৰ গ্ৰেপ্তাৰ পি এফ আইৰ ২৫ নেতা-কৰ্মী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৭ ছেপ্টেম্বৰঃ ইছলামিক সংগঠন পি এফ আইৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে অভিযান। অসমতো অব্যাহত আছে ব্যাপক অভিযান। অসমত পুনৰ ২৫ জন পি এফ আই নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। সোমবাৰে নিশাৰ পৰা আজি পুৱালৈ ৰাজ্যৰ বিভিন্ন…
তেজপুৰত প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭ ছেপ্টেম্বৰঃ ইতিহাসৰ সমলৰে ভৰপুৰ তেজপুৰ৷ এই ইতিহাসে মহিয়ান কৰি ৰখা তেজপুৰতেই আছে বৃহৎ শিৱলিঙ্গ মহাভৈৰৱ মন্দিৰত৷ এই মন্তব্য প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিৱেক দেৱৰয়ৰ৷ কাজিৰঙা অনুষ্ঠিত…
সফল নাছাৰ ডাৰ্ট অভিযান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰঃ গ্ৰহাণুৰ প্ৰভাৱৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ প্ৰথাত নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন চমুকৈ নাছাই যথেষ্ট সফলতা লাভ কৰিছে। মহাকাশ সংস্থাটোৰ ডাৰ্ট অভিযান সফলভাৱে সম্পন্ন হৈছে। জনছ হপকিন্স…
চীনত সামৰিক অভ্যুত্থান সঁচা নেকি?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ ছেপ্টেম্বৰঃ কিছুদিন পূৰ্বে চীনত সামৰিক অভ্যুত্থানৰ চৰ্চা ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং আৰম্ভ হৈছিল। চীনৰ ৰাষ্ট্ৰপতি তথা কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক জিনপিং গৃহবন্দী হৈ থকা বুলি টুইটাৰত ধাৰাবাহিকভাৱে প্ৰকাশ কৰা…
অসমৰ পৰ্যটন বিকাশত আমাৰ কৰণীয়
ড° বুলজিৎ বুঢ়াগোহাঁই
আমাৰ ৰাজ্যখনৰ পৰ্যটন ক্ষেত্রখনত বিকাশৰ সম্ভাৱনা বহু আছে । পৰ্যটন ক্ষেত্রখনৰ বিকাশত আমাৰ সকলোৰে কিছু কৰণীয় আছে । পৰ্যটনৰ ক্ষেত্রখনৰ বিকাশৰ বাবে চৰকাৰে লোৱা আঁচনিবোৰত আমি সহায়-সহযোগিতা কৰিলেহে এই আঁচনিবোৰ সফল হ’ব।…
লখিমপুৰত প্ৰধানমন্ত্ৰী, শক্তিমন্ত্ৰী, মুখ্য মন্ত্ৰী, এন এইছ পি চিৰ প্ৰতিকৃতি দাহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মান অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ানক ভূমিস্খলনৰ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি উত্তপ্ত হৈ পৰিছে লখিমপুৰ । ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য…
