Browsing Category

ট্ৰেণ্ডিং

গাড়ীত ৬ টা এয়াৰবেগ থকাৰ প্ৰয়োজনীয়তা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ কেন্দ্রই যাত্ৰীবাহী গাড়ীত ৬টা এয়াৰবেগ থকাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে কয় যে ২০২৩ চনৰ অক্টোবৰৰ পৰা গাড়ীত ৬টা…

নোৰম মেচুকাঃ সংযোগ হ’ব আকাশী পথেৰে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ শ্বি-য়োমি জিলাৰ চিত্ৰময় মেচুকা উপত্যকাটো অতি সোনকালে ডি অ’-২৮৮ ফিক্সড উইং বিমান সেৱাৰ সৈতে সংযোগ কৰা হ’ব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনত অৰুণাচল প্ৰদেশৰ স্থলবন্দী অঞ্চলত চলাচলৰ বাবে ১৬খন…

প্ৰায় ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত ডুব যায় এখন নাও। প্ৰায় ১০০ জন যাত্ৰী থকা নাওখন হঠাতে লুটি খাই পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। প্ৰথমে স্থানীয় লোকে আৰু তাৰ পিছত চৰকাৰী উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ…

তেজপুৰত এগৰাকী অসহায় মহিলাক উদ্ধাৰ কৰিলে আন এগৰাকী মহিলাই

 শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৯ছেপ্টেম্বৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ কটন মিলটো বন্ধ হৈ যোৱাৰ পাছত ইয়াত এসময়ত কৰ্মৰত শ্ৰমিকৰ কেনে শোকাৱহ পৰিণতি হৈছে তাৰ শেহতীয়া নিদৰ্শন এগৰাকী পৌঢ়া মহিলা৷ গহপুৰৰ ৰেজিয়া বেগম নামৰ মহিলা গৰাকীয়ে গহপুৰৰ পৰা আহি এসময়ত কটন…

আকাশত উৰিল বিশ্বৰ প্ৰথমখন বৈদ্যুতিক বিমান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : পৰম্পৰাগত ইন্ধনৰ পৰিৱৰ্তে আমেৰিকাৰ ৱাশ্বিংটনৰ আকাশত উৰিল এখন সম্পূৰ্ণ বৈদ্যুতিক যাত্ৰীবাহী বিমান। এলিছ নামৰ বিমানখনে আমেৰিকাৰ সময় অনুসৰি ২৭ ছেপ্টেম্বৰ মঙলবাৰে পুৱা ৱাশ্বিংটনৰ গ্ৰাণ্ট কাউন্টি…

অসম-অৰুণাচলৰ দুদিনীয়া ভ্ৰমণ সূচীৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ উপস্থিত দিনজানত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৮ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ তথা ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ প্ৰতিৰক্ষা শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ৰাজ্যত পদাৰ্পণ কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ প্ৰতিৰক্ষা…

লখিমপুৰত নিশা দুৰ্বৃত্তই জ্বলালে ২খন ডাম্পাৰ, ২খন ট্ৰাক আৰু ১খন জে চি বি সহ প্ৰায় ডেৰ কোটি টকাৰ…

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ নগৰৰ খেলমাটিত যোৱা নিশা এক অভাৱনীয় কাণ্ড সংঘটিত হয়৷ এজন চালকে নিজৰ আখেজ পুৰাবলৈ গৈ নগৰখনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জ্যোতি প্ৰসাদ হাজৰিকাৰ কেবাখনো মূল্যবান বাহন জ্বলাই দিয়া ঘটনাই নগৰখনত চাঞ্চল্যৰ…

পি এফ আইকে ধৰি একাধিক সংগঠনক নিষিদ্ধ ঘোষণা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : মুছলমান উগ্ৰপন্থী সংগঠন পি এফ আইক ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে। ইয়াৰ পিছত ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। পিএফআইৰ কাৰ্যালয়ৰ পৰা বোমা নিৰ্মাণৰ সূত্ৰৰ পৰা আৰম্ভ কৰি ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ…

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা : আৰু ৩ মাহৰ বাবে বিনামূলীয়া ৰেচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : কেন্দ্ৰই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY)ৰ অধীনত ৰেচন বিতৰণৰ সময়সীমা বৃদ্ধি কৰিছে। কেন্দ্ৰই ঘোষণা কৰিছে যে অহা তিনিমাহ অৰ্থাৎ ২০২২ চনৰ ডিচেম্বৰ মাহলৈকে বিনামূলীয়া ৰেচন দিয়া হ’ব। মন…

ছুইডেনৰ ছাব কোম্পানীয়ে ভাৰতত নিৰ্মাণ কৰিব Carl-Gustaf M4

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ ছেপ্টেম্বৰ : কাৰ্ল-গুষ্টাফ এম৪— প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ! ছুইডেনৰ প্ৰতিৰক্ষা কোম্পানী ছাবে ভাৰতত নিৰ্মাণ কৰিব বিচাৰিছে কাৰ্ল-গুষ্টাফ এম৪ গণধ্বংসী অস্ত্ৰ। দেশখনৰ অন্যতম বৃহৎ প্ৰতিৰক্ষা কোম্পানী ছাব। এইবাৰ…