Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত চি আৰ পি এফৰ উদ্যোগত হিন্দী পষেক

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ছেপ্তেম্বৰঃ হিন্দী প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় হিন্দী পষেক কাৰ্যসূচীৰ। যোৱা ১৪ চেপ্তেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ তেজপুৰস্থিত চি আৰ পি এফ ৩০ নং বেটেলিয়নৰ মুখ্য…

বৃদ্ধ নাগৰিকক নিৰ্যাতনৰ অভিযোগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বিত কৰা হৈছে পিতৃ-পুত্ৰৰ যুটিক মদ্যপান কৰি নিৰ্যাতন চলোৱাৰ অভিযোগত। স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়াৰ পিছতে অসম চৰকাৰে তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ জাৰি…

লখিমপুৰত ড্ৰিংকিং ৱাটাৰৰ নামত বৰবিহ বিক্ৰী

শতাব্দ , লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ লখিমপুৰত এতিয়া বিশুদ্ধ খোৱা পানীৰ নামত ৰাইজে একপ্ৰকাৰে বৰবিহ সেৱন কৰি আহিছে৷ জিলা খাদ্য সুৰক্ষা বিভাগৰ অভিযানত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে লখিমপুৰ জিলাত অবৈধ ভাৱে চলি থকা ৫টা খোৱাপানী উদ্যোগ…

সীমা সমস্যাঃডিব্ৰুগড়ৰ অৰুণাচল ভৱনত অসম-অৰুণাচল আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

শতাব্দ প্ৰতনিধি‍, তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰঃ "নামচাই ঘোষণা পত্ৰ" অনুসৰি আৰু শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলসমূহৰ যুটীয়া পৰিদৰ্শনৰ পাছত আজি ডিব্ৰুগড়স্থিত অৰুণাচল ভৱনত তিনিচুকীয়া, নামচাই, নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ…

মেছি-ৰ’নাল্ডোৰ লগতে সুনীল ছেত্ৰীক স্বীকৃতি ফিফাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ভাৰতৰ এজন ৰাজ্যপালে ফটোত নিজক ভালকৈ ৰাখিবলৈ গৈ তেওঁক ঠেলি দিছিল; কিন্তু বিশ্ব ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থাই সুনীল ছেত্ৰীক প্ৰাপ্য সন্মান দিয়াত কৃপণালি নকৰিলে। সুনীল ছেত্ৰীৰ জীৱন আৰু…

দিবাং উপত্যকা পৰিদৰ্শন ৰাজনাথ সিঙৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ ফৰৱাৰ্ড এলেকাসমূহ পৰিদৰ্শন কৰে। অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ ফৰৱাৰ্ড এলেকাসমূহ ভ্ৰমণৰ…

ধুবুৰী চিকিৎসা মহাবিদ্যালয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ অহা ১২ অক্টোবৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ধুবুৰী মেডিকেল কলেজ হ’ব অসমৰ নৱমখন মেডিকেল কলেজ। গুৱাহাটীৰ…

গাড়ীত ৬ টা এয়াৰবেগ থকাৰ প্ৰয়োজনীয়তা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ কেন্দ্রই যাত্ৰীবাহী গাড়ীত ৬টা এয়াৰবেগ থকাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে কয় যে ২০২৩ চনৰ অক্টোবৰৰ পৰা গাড়ীত ৬টা…

নোৰম মেচুকাঃ সংযোগ হ’ব আকাশী পথেৰে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ শ্বি-য়োমি জিলাৰ চিত্ৰময় মেচুকা উপত্যকাটো অতি সোনকালে ডি অ’-২৮৮ ফিক্সড উইং বিমান সেৱাৰ সৈতে সংযোগ কৰা হ’ব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনত অৰুণাচল প্ৰদেশৰ স্থলবন্দী অঞ্চলত চলাচলৰ বাবে ১৬খন…

প্ৰায় ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰত ডুবিল নাও!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত ডুব যায় এখন নাও। প্ৰায় ১০০ জন যাত্ৰী থকা নাওখন হঠাতে লুটি খাই পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো ঘটে। প্ৰথমে স্থানীয় লোকে আৰু তাৰ পিছত চৰকাৰী উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ…