Browsing Category

ট্ৰেণ্ডিং

মৰমেৰে সজোৱা এটি দিন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ অক্টোবৰঃ আজি শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় তথা জিলাৰ সমাজ কল্যাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তেজপুৰ আৱৰ্ত ভৱনত আয়োজন কৰা এক অনুষ্ঠানত আন্তৰ্জাতিক জ্যেষ্ঠ…

চতিয়াত মঙ্গলবৰীয়াত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰ

শতাব্দ প্ৰতনিধি, জামুগুৰিহাট, ৩০ ছেপ্টেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মঙ্গলবৰীয়া সামুহিক মঞ্চত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত নদুৱাৰ খণ্ডৰ সৌজন্যত, মদন হোমিঅ'ৰ দ্বাৰা উত্তৰ মুঢ়াদল মণ্ডলৰ সহযোগত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ…

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতানুষ্ঠান সম্পন্ন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ছেপ্টেম্বৰঃ গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩০  ছেপ্টেম্বৰত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক…

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তিনিচুকীয়াতো আছুৰ তীব্ৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ ৷ উল্লেখ্য যে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা সন্দেহ ব্যক্ত কৰা প্ৰতিটো কথাই আখৰে আখৰে ফলিয়াবলৈ আৰম্ভ কৰিছে ৷ সেয়েহে অসমৰ মূৰৰ…

ৰাইজৰ বাবে মুকলি হ’ল গুৱাহাটীৰ আৰ্য নগৰ উৰণীয়া সেতু

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে মহানগৰৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখন আজি উদ্বোধন কৰা হয়। উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰে…

সোৱণশিৰিৰ বুকুৰে সৰবৰাহ হোৱা  ১ হাজাৰ চেপ্টি চোৰাং শিমলু কাঠ জব্দ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ যি সময়ত চৰকাৰে শিমলু কাঠৰ ব্যৱসায় বন্ধ কৰি ৰাখিছে তেনে সময়তে লখিমপুৰ জিলাত সোৱণশিৰিৰ বক্ষৰে নিতৌ চোৰাং কাঠৰ অবাধ বেহা অব্যাহত আছে৷ যোৱা নিশা লখিমপুৰৰ বন বিভাগে অতৰ্কিতে অভিযান চলাই নিষিদ্ধ ঘোষিত…

কৰ্ম আৰু সততাৰ প্ৰতিভূ তেজপুৰৰ ৰবীন্দ্ৰ চন্দ্ৰ দে

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০ছেপ্টেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজহিতৈষী ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’৷ ৰাজ্যখনৰ জাতি গঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ…

লখিমপুৰত জিলাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বাটৰ নাট প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ চলিত বৰ্ষৰ ২ অক্টোবৰত লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত উপনীত হ’ব৷ তদুপলক্ষে লখিমপুৰ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে৷ সেই অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত লখিমপুৰ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী…

তেজপুৰৰ বাণ থিয়েটাৰত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাৰ দুটি মনপৰশা গীত উন্মোচন

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ৩০ ছেপ্তেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত শুভ মুক্তি লভিলে ৰাজ্যখনৰ বিশিষ্ট গীতিকাৰ - সুৰকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দুটিকৈ জনপ্ৰিয় গীত। উল্লেখ্য…

কৃষি বিভাগৰ ৪০ খন বীজ পাম অসম বীজ নিগমক হস্তান্তৰ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ ৰাজ্যৰ কৃষি খণ্ডৰ বাবে আজি এক ঐতিহাসিক দিন। আজি কৃষক আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ মাজত উৎকৃষ্ট মানৰ বীজ পৰ্যাপ্ত পৰিমাণে উপলব্ধ কৰোৱাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ মাজত…