Browsing Category

ট্ৰেণ্ডিং

তেজপুৰ বিহগুৰিৰ বাটচ’ৰা নাট্য সমাজৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২অক্টোবৰঃ বিগত ১৭বছৰে অৰ্থাৎ ২০০৫ ৰে পৰা অবিৰত ভাবে নাট্যচৰ্চা আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াই আহিছে তেজপুৰৰ বিহগুৰিস্থিত “বাটচ’ৰা নাট্য সমাজে৷ এ ভৱ সাগৰে, আতুৰ ভৈলো অপাৰ, জিৰাঙত এটি অপৰাহ্ণ, মহাপ্ৰস্থান আদিৰ দৰে উন্নত…

বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰত জিলা প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ অক্টোবৰঃ ১৯৭২ চনৰ ২ অক্টোবৰত ডিব্ৰুগড় জিলাৰ পৰা লখিমপুৰক পৃথক কৰি লখিমপুৰ জিলা প্ৰতিষ্ঠা কৰা হৈছিল৷ সেইদৰে পৰৱৰ্তী সময়ত লখিমপুৰৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাক নিলগাই সুকীয়া জিলাৰ মৰ্যাদা দিয়া হয়৷ উল্লেখ্য…

সোৱণশিৰি নদীৰ ঘাগৰ ঘাটত ফেৰী সেৱা বিকলঃ যাত্ৰীৰ হাহাকাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ অক্টোবৰঃ লখিমপুৰ জিলাৰ ঘাগৰ ঘাটত আজি ফেৰী সেৱা বিকল হৈ পৰাত যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ লখিমপুৰ নগৰৰ লগত একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে সোৱণশিৰি নদীৰ বক্ষৰে নাৱৰ জৰিয়তে লখিমপুৰৰ লগত যোগাযোগ কৰি অহা…

ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱসৰ অনুষ্ঠানত থেলাচেমিয়া সাহায্য আঁচনি মুকলি মন্ত্রী অতুল বৰাৰ 

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ৰক্তদান মহান দান আৰু আপোনাৰ ৰক্তই বচাব পাৰে আন দহজনৰ জীৱন। ৰক্তদানৰ সৈতে ধন-সম্পত্তি একোৰেই তুলনা নহয়। সকলোৱে মানৱ কল্যাণ সাধনৰ উদ্দেশ্যে ৰক্তদান কৰা উচিত। এই আহ্বান মন্ত্রী অতুল বৰাৰ। আজি গুৱাহাটীৰ…

অসম আৰক্ষীত ‘সুৰঞ্জনা’ নামেৰে নতুনকৈ সংযোজন হ’ল ‘অসম আৰক্ষী মহিলা বেণ্ড’

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ 'অসম আৰক্ষী অসমৰ সমাজ জীৱনৰ এক অপৰিহাৰ্য্য অংগ। নিয়মানুৱৰ্তিতা, দায়িত্ববোধ আৰু নিৰ্ভিকতা অসম আৰক্ষীৰ মূল চালিকা শক্তি। বিগত দিনবোৰত আৰক্ষীৰ বহুলোকে ৰাজ্যবাসীৰ সুৰক্ষাৰ স্বাৰ্থত নিজৰ প্ৰাণ পৰ্যন্ত…

সংবাদমেলত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী ৰণজিত কুমাৰ দাস

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ অক্টোবৰঃ ন্যূনতম সমৰ্থিত দামত ধান ক্ৰয়ৰ সময়সীমা শেষ হ’ল যদিও ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি ১০ লাখ মেট্রিকটন ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ল। চলিত বৰ্ষৰ ধান ক্ৰয়ৰ সময়সীমা ৩০ ছেপ্টেম্বৰত অন্ত পৰাৰ…

তেজপুৰত কিশোৰ হৰ্ষজিতে গঢ়া দশভূজাৰ মৃন্ময় প্ৰতিমাই আকৰ্ষণ কৰিছে সহস্ৰজনক

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ বাবে এক আনন্দমুখৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ৰাজ্যৰ লগতে তেজপুৰতো৷ ইতিমধ্যে পূজাৰ মণ্ডপত অধীষ্ঠিত হৈছে মহিষমৰ্দিনীৰ মৃন্ময় প্ৰতিমা৷ নানা ৰঙী বেলুন,পুতলা আৰু বিভিন্ন খাদ্য সম্ভাৰৰ…

মৰমেৰে সজোৱা এটি দিন

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১ অক্টোবৰঃ আজি শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় তথা জিলাৰ সমাজ কল্যাণ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত তেজপুৰ আৱৰ্ত ভৱনত আয়োজন কৰা এক অনুষ্ঠানত আন্তৰ্জাতিক জ্যেষ্ঠ…

চতিয়াত মঙ্গলবৰীয়াত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবিৰ

শতাব্দ প্ৰতনিধি, জামুগুৰিহাট, ৩০ ছেপ্টেম্বৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মঙ্গলবৰীয়া সামুহিক মঞ্চত আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত নদুৱাৰ খণ্ডৰ সৌজন্যত, মদন হোমিঅ'ৰ দ্বাৰা উত্তৰ মুঢ়াদল মণ্ডলৰ সহযোগত এটি বিনামূলীয়া চিকিৎসা শিৱিৰ…

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতানুষ্ঠান সম্পন্ন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ছেপ্টেম্বৰঃ গুৱাহাটী আজাৰাস্থিত অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৩০  ছেপ্টেম্বৰত এখন প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক…