Browsing Category

ট্ৰেণ্ডিং

মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনিত পুনৰ ৩ শ্ৰমিক নিহত

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত পুনৰ মৃত্যুমুখত পৰিছে ৩ জন  শ্ৰমিক ৷ জানিব পৰা মতে মালো গাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধ ’খাদান’ত (ৰেট হ’ল মাইনিং) দেওবাৰে…

বিৰল মহাজাগতিক পৰিঘটনা : ৭০ বছৰৰ পাছত পৃথিৱীৰ ওচৰ চাপিব বৃহস্পতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি। ই পৃথিৱীতকৈ প্ৰায় ১১ গুণ ডাঙৰ। ইয়াৰ আকাৰেই ইয়াক সৌৰজগতৰ বাকী গ্ৰহবোৰৰ পৰা পৃথক কৰি তোলে। এই গ্ৰহটোৰ বৃহৎ আকাৰৰ বাবে জ্যোতিৰ্বিজ্ঞানীসকলো আকৰ্ষিত হৈ আহিছে।…

বজাৰলৈ আহিল বিশ্বৰ প্ৰথম উৰণীয়া মটৰচাইকেল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : আমি সাধাৰণতে দৈনন্দিন যাতায়তৰ বাবে চাইকেল, বাইক বা বাছ-ট্ৰেইনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বৃদ্ধি পোৱা যান-জঁটৰ বাবে দৈনিক যাতায়ত কৰা লোকসকলে কাৰ্যালয়ৰ সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই…

চি আৰ পি এফৰ উদ্যোগত তেজপুৰত ৰক্তদান কাৰ্যসূচী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ ছেপ্টেম্বৰঃ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি কালি তেজপুৰস্থিত ৩০ নং চি আৰ পি এফৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ৰক্তদান কাৰ্যসূচী। অখিল ভাৰতীয় টেৰাপন্থ যুৱ পৰিষদৰ আহ্বানত দেশজুৰি সফলতাৰে আয়োজিত হয় এই ৰক্তদান…

সোৱণশিৰিৰ পাৰত খহনীয়াৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদৰ প্ৰস্তুতি

 ভীম পৰা মথাউৰি সহ কুৰিখন গাঁৱলৈ ভাবুকি শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বধাকৰাৰ হৰিদাসত সোৱণশিৰি নদীয়ে এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম…

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গৌৰীপুৰ, যোৰহাট আৰু মৰাণ শাখালৈ শ্ৰেষ্ঠ শাখাৰ স্বীকৃতি শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ ছেপ্টেম্বৰ : মাজুলী জিলা, ধেমাজি জিলা আৰু দৰং জিলাক শ্ৰেষ্ঠ জিলা হিচাপে ঘোষণা কৰিছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে। একেদৰে ধুবুৰী জিলাৰ গৌৰীপুৰ শাখা, যোৰহাট…

 ৭৭৭৫কিলোমিটাৰ জোৰা অমৃত যাত্ৰা স্মাৰকসহ তেজপুৰত আইটিবিপিৰ দল উপস্থিত 

শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১৮ছেপ্টেম্বৰ: ইণ্ডো তিব্বত সীমা আৰক্ষীৰ ৭৫দিনীয়া যাত্ৰা কালি ৰাজ্যত প্ৰৱেশ কৰে৷ ৭৭৭৫ কিলোমিটাৰ দেশৰ সীমান্ত এলেকা স্পৰ্শ কৰিবলগীয়া এই অমৃত যাত্ৰা বাহিনীটোৰ বিভিন্ন বেটেলিয়নে পৰ্যায়ক্ৰমে অব্যাহত ৰাখিছে৷ কালি বিয়লি…

লখিমপুৰত কেন্দ্ৰীয় লাচিত দিৱসৰ প্ৰস্তুতি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৬ ছেপ্টেম্বৰ : হিন্দু যুৱ-ছাত্ৰ পৰিষদ,অসমৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় বীৰ লাচিত বৰফুকনৰ পূণ্য তিথি 'লাচিত দিৱস'দিৱস অহা ২৪ নবেম্বৰত কেন্দ্ৰীয়ভাৱে লখিমপুৰত অনুষ্ঠিত হব। বীৰ যোদ্ধা গৰাকীয়ে যিকোনো…

সুৰাৰ পৰা অধিক ৰাজহ সংগ্ৰহৰ লক্ষ্য: সুৰা ব্যৱসায়ীক হেঁচা

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ছেপ্টেম্বৰ: ঋণৰ বোজাত পোতযোৱা চৰকাৰে যিকোনো প্ৰকাৰে ৰাজহ সংগ্ৰহ কৰাত গুৰুত্ব প্ৰদান কৰিছে৷উল্লেখযোগ্য যে,বিদ্যুত, ৰন্ধন গেছ, ঔষধৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে…

চাহ জনগোষ্ঠীয় ৩০ শতাংশ হিতাধিকাৰীৰ ৰেচন কাৰ্ড কৰ্তনৰ সিদ্ধান্ত : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ ছেপ্টেম্বৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছা) তিনিচুকীয়া জিলা সমিতিয়ে আজি তেওঁলোকৰ ৪ দফীয়া দাবীত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতেহাতে বেনাৰ, প্লেকাৰ্ড লৈ আটছাৰ তিনিচুকীয়া…