Browsing Category
ট্ৰেণ্ডিং
সভ্যতাৰ সংকট! বাহৰেইনৰ সমুদ্ৰ পুতি বেদখল
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : পাৰস্য উপসাগৰত ক্ৰমান্বয়ে বেদখল চলিছে। বাহৰেইন দ্বীপৰ আকাৰ বৃদ্ধি পাইছে। ১৯৮০ চনত বসতি স্থাপন কৰা এই দ্বীপটো ২০২২ চনত সম্পূৰ্ণৰূপে সলনি হৈছে। ইউনিভাৰ্চিটি অৱ নৰ্থ কেৰ’লিনা উইলমিংটনৰ ভৌতিক ভূগোলবিদ…
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিঃ থানাত এজাহাৰ
লখিমপুৰৰ চৌদিশে উত্তাল প্ৰতিবাদঃ সঘনাই জ্বলিছে মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকাঃ মেডিকেল কলেজ চৌহদত ভূমিদাতা পৰিয়ালৰ প্ৰতিবাদশতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ সদ্যঘোষিত লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰিয়ে…
৩০ বছৰত অবৈধভাৱে হত্যা কৰা হৈছে এক মিলিয়নতকৈ অধিক সাগৰীয় কাছ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে যোৱা ৩০ বছৰত ১১ লাখৰো অধিক সাগৰীয় কাছ অবৈধভাৱে হত্যা কৰা হৈছে। এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলৰ মতে, যোৱা দহ বছৰত ৬৫খন দেশত বছৰি কমেও ৪৪ হাজাৰ কাছ…
নতুন ইতিহাস : গৌতম আদানী হ’ল বিশ্বৰ দ্বিতীয় ধনী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে গৌতম আদানীয়ে। বিশ্বৰ শীৰ্ষ ১০ বিলিয়নাৰৰ তালিকাত প্ৰথম স্থানত আছে এলন মাস্ক। এই তালিকাত গৌতম আদানীয়ে দ্বিতীয় ধনী ব্যক্তি হিচাপে…
সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটনঃ ভূমিস্খলনত বহি গ’ল ডাইভাৰ্চন টাৰ্নেলৰ মুখ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ নামনিবাসী ৰাইজ আৰু দল-সংগঠনৰ ব্যাপক প্ৰতিবাদক ভেঙুচালি কৰি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মাণ কৰি থকা অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱানিশা ভয়ানক ভূমিস্খলন সংঘটিত…
জনজাতিকৰণৰ পৰা বঞ্চিত ছয় জনগোষ্ঠী : প্ৰতিবাদত উত্তাল তিনিচুকীয়া
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ কথা ঘোষণা কৰাৰ পাছতে বঞ্চিত অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে তিনিচুকীয়া ৷ আজি পুৱাৰ ভাগত সদৌ মৰাণ…
লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ বুধবাৰে ঘোষণা কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ব্যাপক বিসংগতি আৰু অনিয়মৰ মাজেৰে…
লখিমপুৰত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ ছেপ্টেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত অসমৰ বাদে বিভিন্ন ৰাজ্যৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিপৰীতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰি প্ৰতাৰণা কৰাৰ…
মহাকাশত সূৰ্যৰ ৰং বগা ! সত্য প্ৰমাণ কৰিলে নাছাৰ প্ৰাক্তন মহাকাশচাৰীয়ে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : জ্বলি থকা জুইকুৰাৰ দৰে সূৰ্যৰ ৰং হালধীয়া। ইয়াৰ ৰং ৰঙা-কমলাও হয়। অন্ততঃ আমি খালী চকুৰে সেইটোৱেই দেখিবলৈ পাওঁ আৰু এই বিশ্বাস দীৰ্ঘদিনীয়া। কিন্তু সেই বিশ্বাসত আঘাত হানিছিল নাছাৰ এজন প্ৰাক্তন…
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত ভয়ংকৰ বিস্ফোৰণৰে আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ এতিয়াও চলি আছে আৰু যুদ্ধৰ মাজতে বহু ডাঙৰ ডাঙৰ দাবী কৰা হৈছে। কিন্তু ইয়াৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক…
