Browsing Category
ট্ৰেণ্ডিং
৬০০ বছৰ আগতে মহাকাশত বিস্ফোৰিত এটা তৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : মহাজাগতিক নক্ষত্ৰীয় বিস্ফোৰণৰ বিষয়ে জ্যোতিৰ্বিজ্ঞানীসকলে অধ্যয়ন কৰি আছে। জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে এতিয়া এটা তৰাৰ মৃত্যুৰ সময়সীমা নিৰ্ণয় কৰি আছে। জ্যোতিৰ্বিজ্ঞানীসকলে ইয়াৰ বিশ্লেষণ আৰম্ভ কৰিছে।…
চন্দ্ৰত সম্ভাৱ্য শক্তিৰ উৎস আৱিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : চীনে অতি সোনকালে চন্দ্ৰ অন্বেষণ কৰিব বিচাৰিছে। সেই উদ্দেশ্যে ছি জিনপিঙৰ দেশখনে এতিয়া চাং’ই চন্দ্ৰ কাৰ্যসূচীৰ অংশ হিচাপে অহা দহ বছৰত তিনিটাকৈ চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু এই…
অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত পৰীক্ষামূলক ভাবে ড্ৰোণৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৩ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন' ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ…
অত্যাৱশ্যকীয় তালিকাৰ পৰা বাতিল ২৬বিধ দৰব
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : কেন্দ্ৰই অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ পৰা কিছু পৰিচিত ঔষধ আঁতৰাই পেলাইছে। স্বাস্থ্য মন্ত্ৰালয়ে আশংকা কৰিছে যে একাংশ ঔষধত কেইবাটাও গেছ যৌগ আছে যাৰ ফলত কৰ্কট ৰোগ সৃষ্টি হ’ব পাৰে। অত্যাৱশ্যকীয় তালিকাৰ…
১৯৩৬ চনৰ পিছত প্ৰথমবাৰলৈ কেংগাৰুৱে হত্যা কৰিলে মানুহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পোহনীয়া জন্তুৱে গৰাকীক হত্যা কৰিছে। ই পোহনীয়া জন্তু হোৱাৰ লগতে সেই দেশত চূড়ান্ত মৰ্যাদা থকা প্ৰাণী। এই জন্তুটো হৈছে এটা কেংগাৰু। অষ্ট্ৰেলিয়াত কেংগাৰু…
বিশিষ্ট নাট্যশিল্পী, সত্ৰীয়া শিল্পী গুণাকৰ দেৱগোস্বামীলৈ হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৩ ছেপ্টেম্বৰঃ নিজৰ বহুমুখী প্ৰতিভাৰে তেজপুৰ তথা ৰাজ্যবাসীৰে অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা তেজপুৰৰ লগতে জিলাখনৰ সাহিত্য-সংস্কৃতি জগতৰ সব্যসাচী ব্যক্তি হেমন্ত কুমাৰ বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেজপুৰবাসীয়ে…
কলকাতাত গীতে-মাতে ভূপেন হাজৰিকাক স্মৰণ
কলকাতা, ১২ ছেপ্টেম্বৰঃ অসম সাহিত্য সভা আৰু কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাৰ যৌথ উদ্যোগত যোৱা ১০ ছেপ্টেম্বৰত কলকাতাত ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী অতি আড়ম্বৰতাৰে পালন কৰা হয়। সুধাকণ্ঠৰ কলকাতাৰ সংযোগক সুঁৱৰি অনুষ্ঠিত…
বাৰেকুৰিত দুদিনীয়াকৈ বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ : দুষ্প্ৰাপ্য হলৌ বান্দৰক কেন্দ্ৰ কৰি গ্ৰাম্য পৰ্যটনৰ ভেটি গঢ় লৈ উঠা তিনিচুকীয়া জিলাৰ বাৰেকুৰিত এইবাৰো বিশ্ব হলৌ দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই উপলক্ষে তৰাজান-ডেংকা সন্মিলিত যুৱক সংঘৰ…
জিঅ’ৰ বিৰুদ্ধে গ্ৰাহকক ঠগি কোটি কোটি লু্ণ্ঠনৰ অভিযোগ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ ছেপ্টেম্বৰঃ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানী মালিকানাধীন ৰিলায়েন্স কোম্পানীয়ে জিঅ’ ম’বাইল সেৱা প্ৰৱৰ্তনৰ নামত গ্ৰাহকক ৰামঠগন দি কোটি কোটি টকা লু্ণ্ঠন কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷…
নিৰ্মাণৰ পূৰ্বেই গৃহ নিৰ্মাণৰ ম্যাদ উকলিল
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা ভূমি সংৰক্ষণ সংমণ্ডল কাৰ্যালয়টোত নতুনকৈ গৃহ নিৰ্মাণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰক গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ পিছতো এই পৰ্যন্ত গৃহতো নিৰ্মাণ কৰি উলিয়াব…
