Browsing Category
ট্ৰেণ্ডিং
নৰ্থ লখিমপুৰ কলেজত গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ ছেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগেন তামুলী স্মাৰক কবিতা প্ৰতিযোগিতাৰ বঁটাসমূহ আজি প্ৰদান কৰা হয়৷ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ…
১৩অক্টোবৰৰ পৰা তেজপুৰত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি, তেজপুৰ ,১২ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৩ অক্টোবৰৰ পৰা ক্ৰীড়া সন্থাৰ খেলপথাৰ পলফিল্ডত আৰম্ভ হ’ব ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা৷ উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ডুগৰ শ্বিল্ড…
জৰাজীৰ্ণ হৈ পৰিছে কলকতাৰ টালিগঞ্জত থকা ড০ ভূপেন হাজৰিকাৰ বাসগৃহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১২ ছেপ্তেম্বৰঃ উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহতো অসম চৰকাৰে উৰিষ্যা চৰকাৰৰ সহযোগত বিশেষ ভাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলে যদিও অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন, বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ,…
তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড
শতাব্দ প্ৰতিনিধি তেজপুৰ,১২ছেপ্টেম্বৰঃ তেজপুৰ সদৰ আৰক্ষী থানা অধীনস্থ শালনিবাৰী আৰক্ষী চকী অন্তৰ্গত ঘোৰামাৰী ঢেকিদ’লত যোৱা নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড৷ সুৰাৰ ৰাগীত পিতা পুত্ৰই মিলি চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যা কৰে…
শোণিতপুৰৰ কাৱৈমাৰীত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন জ্বৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১২ছেপ্টেম্বৰঃ শোণিতপুৰৰ ঢেকিয়াজুলিৰ কাৱৈমাৰীৰ দুই নম্বৰ বামুণ পুখুৰীত আফ্ৰিকান ছোৱাইন জ্বৰত গাহৰি আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে পশুপালন বিভাগে আজি এনে আঠটা গাহৰি নিধন কৰি পোতাৰ ব্যৱস্থা কৰিছে৷ গাহৰিৰ…
বেগ, জোতা, লিপষ্টিকৰ পৰা গুলী ওলাব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ এজন যুৱকে মহিলা সুৰক্ষাৰ বাবে কেইবাটাও আধুনিক সঁজুলি তৈয়াৰ কৰি শ্বেলফত ৰাখিছে। তেওঁৰ এই উদ্ভাৱনে বহুতৰে মন কাঢ়িছে। তেওঁৰ নতুন বেগ, লিপষ্টিক আৰু জোতাৰ ডিজাইন এতিয়া চৰ্চিত হৈ…
প্ৰতি ৪৪ ছেকেণ্ডত ১ জন ব্যক্তিৰ মৃত্যু হৈ আছে!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : কৰ’না এতিয়া নিয়ন্ত্ৰণত আছে— এনে এটা ধাৰণা যোৱা কেইমাহমানৰ পৰা প্ৰচাৰ হৈ আহিছে। কিন্তু এই লৈ আত্মতুষ্টিৰ কোনো কাৰণ নাই, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণীয়েই প্ৰমাণ কৰিছে। এতিয়াও বিশ্বজুৰি…
অভিলেখ ভংগ কৰা গৰমৰ পিছত ভয়ংকৰ বান!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : চকু যিফালেই যায় তাতেই পানী। ৰাস্তাৰ অস্তিত্ব আৰু নাই। নাৱেই একমাত্ৰ যাতায়তৰ মাধ্যম। কিন্তু এই ছবিখন দুমাহ আগতে নাছিল। ৰাস্তা-ঘাট, খেতিৰ বাবে পথাৰ, খেলপথাৰ, নৈ আছিল। এইবাৰ বাৰিষা প্ৰৱেশ কৰাৰ…
অৱশেষত পিছুৱাইছে পুটিন!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : ইউক্ৰেইনৰ পূব প্ৰান্তত ৰাছিয়ান সেনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতি আক্ৰমণ চলাইছে ইউক্ৰেইনৰ বাহিনীয়ে। এনে অৱস্থাত ৰাছিয়াই খাৰকিভৰ পূব অংশৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ চিন্তা কৰিছে। ইতিমধ্যে…
সংকল্প অনুসৰি নিজে সজা মন্দিৰত সাত বছৰৰ পাছত প্ৰৱেশ কৰিলে ৰাইজে
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: বিগত সাতবছৰে নিজে স্হাপন কৰা মন্দিৰলৈ নোযোৱাকৈ আছিল তেজপুৰৰ একাংশ লোক৷তেজপুৰৰ তিনিমাইলৰ চটাই চাপৰি অঞ্চলৰ এইসকল লোকে এই আৱাসিক অঞ্চলত সাতবছৰ পূৰ্বে স্হাপন কৰা এখন সুৰাৰ বিপনীৰ বাবেই এনেদৰে আনকি নিজে…
