Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে মনোজ্ঞ অনুষ্ঠান

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১১ ছেপ্টেম্বৰঃ এখন সুস্থ সমাজ, একোগৰাকী সুস্থ মনৰ অধিকাৰী ব্যক্তিত্বৰ সন্ধান, নিজস্ব দৰ্শন আৰু পৰম আধ্যাত্মিক চিন্তা- চেতনাৰে ওৰেটো জীৱন নিজকে উৎসৰ্গিত কৰি বিশ্ব মানৱতাবাদী গুৰুলৈ পৰ্যৱসিত হোৱা স্বামী বিবেকানন্দৰ…

তেজপুৰত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যুত ক্ষোভ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ছেপ্টেম্বৰ: যোৱা নিশা প্ৰায় ৭-৪৫বজাত তেজপুৰত এজন যুৱকৰ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু ঘটাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷উল্লেখযোগ্য যে,কালি তেজপুৰ মহাবিদ্যালয়ৰ সমীপৰ এছ এছ বিৰ কাৰ্যালয়ত এই শোকাবহ ঘটনাটো…

এতিয়া ধন থাকিলে চন্দ্ৰতো কটাব পাৰিব ৰাতি !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ ছেপ্টেম্বৰ : বিহুগীতত গাইছে— "জোনবাইৰ দেশতে সাজিম ঘৰেখনি...!" এতিয়া আপুনি নিজে জোনত ঘৰ সাজিব নোৱাৰিলেও সঁচাকৈয়ে আপোনাৰ সংগীৰ সৈতে চন্দ্ৰ ভ্ৰমণ কৰিব পাৰিব। নাই, তাৰ বাবে মহাকাশযান নালাগে। কেৱল বিমানেৰে ডুবাই…

নৈথী মংগলবাৰ (গল্প)

শিখাজ্যোতি কোঁৱৰ 'বিশ্ব দৰবাৰত ভাৰতৰ নাম উজলালে অসমীয়াই।' ব্ৰেকিং নিউজটো বাজি উঠিছে। সবিশেষ বাতৰিটো ইতিমধ্যে জ্ঞাত। তথাপি ডাঠ ফ্ৰেমত আবদ্ধ সেই জলমলীয়া দৃষ্টি টি ভিৰ পৰ্দাতে ন্যস্ত। উৎসাহৰ কোৰ্হালৰ মাজতো বুকুৰভৰা মৌনতাই বিৰাজ কৰিছে সেই…

চতিয়াৰ মেধাৱী ছাত্ৰী হিমাদ্ৰী বৰুৱালৈ তেজপুৰৰ “গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটা প্ৰদান

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১০ ছেপ্টেম্বৰ : ২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাবহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা বহুমুখী প্ৰতিভাৰ মেধাৱী ছাত্ৰী তেজপুৰৰ গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি বিয়লি অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত চতিয়াৰ আৰ্থিক ভাবে পিছপৰা…

ৰাজ্যৰ ৫ সহস্ৰাধিক অস্থায়ী বিদ্যুৎ কৰ্মীয়ে শীঘ্ৰে লব আন্দোলনৰ পথ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৫ হেজাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীয়ে শীঘ্ৰে নামিব আন্দোলনত আৰু যাৰ বাবে সমগ্ৰ অসমতে স্তব্ধ হৈ পৰিব বিদ্যুৎ সেৱা । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে আউটচ'ৰ্চ পাৱাৰ…

বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১০চেপ্তেম্বৰঃ তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজি উদযাপন কৰা হয় বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস। এই দিৱস তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ "য়ুথ…

টাটা গ্ৰুপে দেশত নিৰ্মাণ কৰিব আইফোন!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ ছেপ্টেম্বৰ: বিশ্বজুৰি আইফোন ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ইতিমধ্যে মুকলি কৰা হৈছে আইফোন ১৪ ছিৰিজ। আইফোন ১৪ আৰু আইফোন ১৪ প্লাছ মুকলি কৰিছে কোম্পানীটোৱে। গ্ৰাহকৰ মাজত আগ্ৰহ…

অমৰত্বৰ পথত আৰু এখোজ আগলৈ মানুহ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ ছেপ্টেম্বৰ : অমৰত্ব এতিয়া আশা কৰিব পাৰি! কাৰণ বিজ্ঞানীসকলে মানুহক অমৰ কৰি তোলাৰ উপায় বিচাৰি পাইছে। শেহতীয়াকৈ তেওঁলোকে এটা জেলিফিছৰ ওপৰত গৱেষণা কৰি বহু ৰহস্য আৱিষ্কাৰ কৰিছে। সেইবিধ জেলিফিছৰ নাম Turritopsis…

পবিত্ৰ মাহত ‘ডিজিটেল উপবাস’!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ ছেপ্টেম্বৰ : স্মাৰ্টফোন অবিহনে গোটেই দিনটো আমি কল্পনা কৰিব নোৱাৰোঁ! ৰাতিপুৱা সাৰ পোৱাৰ পৰা আৰম্ভ কৰি ৰাতি শুই থাকোঁতে দেশ-পৃথিৱীৰ খবৰ, নেট জগতত গোটেই দিনটো কি হৈছিল, হাতৰ এটা ক্লিকতে সকলো গম পোৱা যায়।…