Browsing Category
ট্ৰেণ্ডিং
তিনিচুকীয়াৰ শিক্ষা বিভাগৰ উদ্যোগত পানীতোলাত কেন্দ্ৰীয়ভাৱে উদযাপন শিক্ষক দিৱস
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ ছেপ্টেম্বৰ : আজি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬১ সংখ্যক শিক্ষক দিৱস কেন্দ্ৰীয়ভাৱে জিলাখনৰ পানীতোলা হিন্দী ইংলিছ হাইস্কুলত উদযাপন কৰা হয় ৷ শিক্ষক দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে ছেবাৰ…
কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন
শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী…
শোণিতপুৰৰ বৰছলাত ৪০০ মহিলাৰে “জয়মতী”ৰ নতুন ৰূপ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৫ছেপ্টেম্বৰ: “মহিলা সকলৰ কৰ্মস্পৃহা পুৰুষতকৈ অধিক৷ বিশ্বৰ যিসমূহ দেশত মহিলা সকলে সামাজিক, অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি আহিছে সেই সমূহ দেশ বিশ্বৰ আনদেশৰ তুলনাত যথেষ্ট আগবঢ়া৷” আজি বৰছলা বিধান সভা সমষ্টিৰ পুঠিমাৰি…
সোৱণশিৰি প্ৰকল্পত পানীৰ প্ৰচণ্ড ঢলৰ শব্দই কঁপাইছে গেৰুকামুখ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত প্ৰায় সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰিবলৈ ধৰাত সমগ্ৰ গেৰুকামুখ…
৫০ বছৰৰ পিছত চন্দ্ৰলৈ মানুহ পঠিয়াব নাছাই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : ১৯৭২ চনৰ ডিচেম্বৰ মাহত মানুহ চন্দ্ৰত অৱতৰণ কৰিছিল। নাছাৰ এপ’ল’ অভিযানৰ ফলত চন্দ্ৰলৈ যোৱা শেষৰটো মানৱীয় অভিযান সম্ভৱ হৈ উঠিছিল। তাৰ পাছত ৫০ বছৰ পাৰ হৈ গ’ল৷ আৰু কোনো মহাকাশ সংস্থাই চন্দ্ৰলৈ মানুহ…
শ্লিপ চেম্পিয়ন : শুই শুয়েই ত্ৰিপৰ্ণাই ঘটিলে ৫ লাখ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ছেপ্টেম্বৰ : শুবলৈ কোনে ভাল নাপায়? কিন্তু বেছিকৈ শুলে ঘৰত খং উঠে। অৱশ্যে শ্ৰীৰামপুৰ ছোৱালীজনীৰ ক্ষেত্ৰত এই কথা বেলেগ। শান্তিৰে শুই তেওঁ লাভ কৰিছে পুৰস্কাৰ। ৫ লাখ টকাৰ বিশাল পুৰস্কাৰ লাভ কৰিছে তেওঁ। 'বেষ্ট শ্লিপাৰ'…
অসমৰ এক ইঞ্চি মাটিও অৰুণাচলক এৰি দিয়া নহ’বঃ অসমীয়া যুৱ মঞ্চ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰশাসনে অসমৰ ভূমিত শনিবাৰে অবৈধ ভাৱে তম্বু স্থাপন কৰাক লৈ আজি সৰৱ হৈ পৰে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটো। সংগঠনটোৱে আজি বিয়লি অসম অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ নাওবৈচাৰ ভিতৰিপামৰ শুকান…
গুৱাহাটীত উপস্থিত সৰ্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৪ ছেপ্টেম্বৰঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ পাছত আজি প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত…
লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী উদযাপন
উত্তৰ লখিমপুৰঃ ৪ আগষ্টঃ অসমৰ উত্তৰ পাৰৰ প্ৰথম উচ্চ শিক্ষাৰ বাণিজ্যিক প্ৰতিষ্ঠান লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সোণালী জয়ন্তী বৰ্ষ আজি উত্তৰ লখিমপুৰত উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন হোৱা এই অনুষ্ঠানৰ আজি পুৱা…
প্ৰসিদ্ধ নাট্যশিল্পী দুলাল ৰয় আৰু চৈয়দ ছাদুল্লালৈ ২০২২ বৰ্ষৰ “চাতক সন্মান”
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৪ আগষ্টঃ ৰাজ্যখনৰ স্বনামধন্য নাট্যশিল্পী, অভিনেতা, পৰিচালক দুলাল ৰয় আৰু বিশিষ্ট সংগীতশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক তথা আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা, সুললিত কন্ঠৰ প্ৰসিদ্ধ ঘোষক চৈয়দ ছাদুল্লালৈ…
