Browsing Category

ট্ৰেণ্ডিং

মন্ত্ৰী সঞ্জয় কিষাণৰ হাতত শাৰীৰিকভাৱে অপদস্থ তিনিচুকীয়াৰ পৌৰপতি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ ছেপ্টেম্বৰ : ক্ষমতাই মূৰত ধৰিছে মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ ক্ষমতাৰ ৰাগীত মতলীয়া মন্ত্ৰী কিষাণৰ দৰে বিতৰ্কিত জনপ্ৰতিনিধিৰ কেতবোৰ অভব্য আচৰণে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ভাৱমূৰ্তি…

৫ ছেপ্টেম্বৰত শিক্ষক দিৱস বৰ্জনৰ সিদ্ধান্ত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ,৩ছেপ্টেম্বৰঃ আজি লখিমপুৰ জিলাৰ পহুমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক টিউটৰ শিক্ষক সন্থাৰ আহ্বান ক্ৰমে লখিমপুৰ জিলাৰ টিউটৰ সকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত চিনিয়ৰ চেকেণ্ডৰী আৰু উচ্চ মাধ্যমিক আৰু…

তেজপুৰ কলা-বীথিকাৰ দ্বিতীয় বাৰ্ষিক যুৱ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৩ ছেপ্টেম্বৰ: তেজপুৰৰ অসমীয়া ক্লাবৰ সভা কক্ষত তেজপুৰ কলা-বীথিকাৰ পঞ্চম প্রতিষ্ঠা দিৱস উপলক্ষে আজিৰ পৰা তিনিদিনীয়াকৈ এখন চিত্ৰকলাৰ প্ৰদৰ্শনী আৰম্ভ হয় |শোণিতপুৰ জিলাৰ উদীয়মান চিত্রশিল্পীসকলক উৎসাহ যোগোৱাৰ অৰ্থে…

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা

গুৱাহাটী,৩ ছেপ্টেম্বৰ : অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত আজি দিনৰ ১০ বজাত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ…

আলফাৰ সক্ৰিয়তাত উদ্বিগ্ন : তিনিচুকীয়াৰ ৬ স্থান, শদিয়াৰ বিভিন্ন ঠাইত এন আই এৰ ৰেইড

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ : আলফাৰ (স্বাঃ) শেহতীয়া গতিবিধি সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এৰ দলে শুকুৰবাৰে তিনিচুকীয়াৰ ৬ টা নিৰ্দিষ্ট স্থানত অভিযান চলায় ৷ তিনিচুকীয়া আৰক্ষীয়ে এই…

লখিমপুৰ-পাপুমপাৰে জিলাৰ বিবদমান সীমান্ত পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত- অৰুণাচলৰ শিক্ষা…

উত্তৰ লখিমপুৰ, ৩ ছেপ্টেম্বৰ: আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে আন্তঃৰাজ্যিক সীমা-সমস্যাৰ স্থায়ী সমাধান-সূত্ৰ নিৰূপণৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে লোৱা শেহতীয়া যৌথ উদ্যোগৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মন্ত্ৰীস্তৰীয় সীমা পৰ্যবেক্ষণ…

নয়নমণি শইকীয়াক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্র প্ৰদান

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ ছেপ্টেম্বৰঃ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষ্যে আজি জনতা ভৱনত চৰকাৰীভাৱে ক্ৰীড়া পেঞ্চন দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত কমনৱেল্থ গেমছত ল'ন বলত সোণৰ পদক লাভ কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি ৫০ লাখ টকাৰ…

আই এন এছ বিক্ৰান্ত কি, ক’ত, কিয় বিখ্যাত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'আত্মনিৰ্ভৰ' ভাৰতৰ কল্পনা কৰিছিল। আৰু সেই সপোনৰ বাস্তৱতা হৈছে INS Vikrant। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে পানীত ওপঙি উঠিল এই বিশাল বিমানবাহী জাহাজখন। ভাৰত সাগৰত…

ম্যাদ উকলা বিস্কুট ভক্ষণ কৰি তেজপুৰত বিষক্ৰিয়াত আক্ৰান্ত শিশুসহ পাঁচজন

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰত ম্যাদ উকলা বিস্কুট খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছে এটা পৰিয়ালৰ শিশুসহ পাঁচজন সদস্য৷ উল্লেখযোগ্য যে, পাঁচমাইল চামধৰাৰ পৰিয়ালটোৰ সদস্যসকলে সমীপৰ দোকানৰ পৰা কালি সন্ধিয়া অনা বিস্কুটৰ স’তে আজি পুৱা চাহ…

অভিভাৱক মন্ত্রীৰ নতুন তালিকাত কোনে কোন জিলাৰ দায়িত্ব পালে

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ ছেপ্টেম্বৰঃ অৱশেষত সলনি হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী। একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যি উদ্দেশ্যৰে মন্ত্রীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া…