Browsing Category
ট্ৰেণ্ডিং
তেজপুৰত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২ছেপ্টেম্বৰ: তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তল কলিবাৰি অঞ্চলত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখযোগ্য যে, জিনছ, টি চাৰ্ট আৰু জোতা…
অৰুণাচলে প্ৰস্তুত কৰিছে নিজা মানচিত্ৰ : সীমা সমস্যা সমাধানৰ নামত অৰুণাচল চৰকাৰৰ কৌশলী স্থিতি
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২ছেপ্টেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা অব্যাহত ৰখাৰ বিপৰীতে অৰুণাচলে ইতিমধ্যেই তেওঁলোকে দাবী কৰা ভূমিৰ এখন মানচিত্ৰ প্ৰস্তুত কৰিছে৷সেই অনুসৰি বিশ্বনাথ জিলাৰ…
বোপাককাৰ কথাই সঁচা— ‘ফোন হ’ব মৃত্যুৰ কাৰণ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰঃ আমি সকলোৱে হয়তো শুনি আহিছোঁ বয়োজ্যেষ্ঠৰ হাক বচন। আমাৰ পিতৃ-মাতৃ বা অভিভাৱকে আমাক কৈ আহিছে যে এই যন্ত্ৰবোৰ আমাৰ মৃত্যুৰ কাৰণ হ’ব। এতিয়া নতুন গৱেষণাই প্ৰমাণ দিছে যে স্মাৰ্টফোন, কম্পিউটাৰ,…
পৃথিৱীৰ সমান পুৰণি ভূত্বকৰ অংশ আৱিষ্কাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰঃ আয়াৰলেণ্ডৰ সমান আকাৰৰ পৃথিৱীৰ ভূত্বকৰ এটা চাৰি মিলিয়ন বছৰ পুৰণি অংশ পশ্চিম অষ্ট্ৰেলিয়াৰ তলত ওপঙি থকা অৱস্থাত আৱিষ্কাৰ হৈছে। যোৱা ১৭ জুনত Terra Nova নামৰ আলোচনীখনৰ অনলাইন সংস্কৰণত প্ৰকাশ পোৱা গৱেষণা…
বিয়াৰ বাবে সঞ্চিত টকাৰে পথ নিৰ্মাণ যুৱকৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰ : গাঁওখনত নাই পকী পথ। স্কুললৈ যোৱা কণকণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি ৰোগীলৈকে সকলো গাঁৱৰ বিধ্বস্ত পথটোৰে যাত্ৰা কৰিবলৈ চৰম অসুবিধাৰ সন্মুখীন হয়। বিষয়টো বহুবাৰ গাঁও পঞ্চায়তত আবেদন কৰা হৈছিল যদিও কোনো…
‘টাইটানিক’ উদ্ধাৰ আছিল সামৰিক অভিযান!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ছেপ্টেম্বৰ : টাইটানিক। এই জাহাজখনৰ নাম নুশুনা মানুহ হয়তো খুব কমেই আছে! ১৯৯৭ চনত জেমছ কেমেৰুনৰ অস্কাৰ বিজয়ী কথাছবি 'টাইটানিক'-এ এই অভিশপ্ত জাহাজখনক বিশ্বজুৰি প্ৰাধান্য প্ৰদান কৰিছিল। হোৱাইট ষ্টাৰলাইন যাত্ৰীবাহী…
২২ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব ১২ হাজাৰ নিযুক্তি-পত্ৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১ ছেপ্টেম্বৰঃ এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ২২ ছেপ্টেম্বৰত ১২ হাজাৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰিব। খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া অনুষ্ঠানত এই…
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ‘জয়মালা’ক আনিবলৈ যাব বন বিভাগৰ দল
শতাব্দ প্ৰতিনিধি গুৱাহাটী,১ ছেপ্টেম্বৰঃ তামিলনাডুত আৱদ্ধ হৈ থকা অসমৰ 'জয়মালা' নামৰ হাতীজনীক ঘূৰাই অনাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে বন বিভাগৰ এটা দল তামিলনাডুলৈ পঠিওৱা হ'ব। বন…
আকাশমাৰ্গত অধিক শক্তিশালী হৈছে ভাৰতঃ দেশতে LCA-Mk2 নিৰ্মাণৰ চৰকাৰী অনুমোদন লাভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : অত্যাধুনিক লঘু যুদ্ধ বিমান LCA Mk2 নিৰ্মাণৰ বাবে কেন্দ্ৰই সেউজ সংকেত দিছে। এই অস্ত্ৰৰে ভবিষ্যতে বিমান যুদ্ধত ভাৰত অধিক শক্তিশালী হ’ব বুলি ধাৰণা কৰা হৈছে। খবৰ অনুসৰি এই নতুন প্ৰকল্পটোৰ বাবে চৰকাৰে ১০…
অসমৰ মাটি অৰুণাচলক দিয়া নহবঃ আছুসহ একাধিক সংগঠনৰ হুংকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টম্বৰঃ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে এক বিবৃতি যোগে জনায় যে আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত জিলা ছাত্ৰ সন্থা, টি,এম, পি,কে লখিমপুৰ জিলা…
