Browsing Category

ট্ৰেণ্ডিং

উচ্চ ৰক্তচাপত ভুগি আছে? খালী পেটত কি খাদ্য খাব লাগে জানি লওক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : আলমণ্ড হৈছে প্ৰায় সকলোৱে খাবলৈ ভাল পোৱা খাদ্য। আমি ৰাস্তাত খোজকাঢ়ি থাকোতে যেতিয়াই দেখা পাওঁ বাদাম কিনি খাওঁ। সকলোৱে বাদাম খায় কিন্তু বাদামৰ উপকাৰিতা বহুতে নাজানে। বাদামৰ দামো বহু বেছি নহয় আৰু…

২৩ ঘণ্টাই শুই থাকে এগৰাকী মহিলাইঃ মাধ্যাকৰ্ষণৰ প্ৰতি এলাৰ্জিৰ বিৰল ৰোগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : তেওঁৰ নাম লিণ্ডচে জনছন। তেওঁ এগৰাকী বিবাহিত আমেৰিকান মহিলা। শুনা যায় যে তেওঁ দিনটোৰ বেছিভাগ সময় বিছনাতে কটায়। নাই, তেওঁ অসুস্থ নহয়। তেন্তে তেওঁ কিয় বিছনাত পৰি আছে? তেওঁ মাধ্যাকৰ্ষণত অসুস্থ।…

জামুগুৰিহাটৰ বৰপুখুৰীপাৰ মুকলি বিহু ক্ষেত্ৰ উন্নয়নৰ বাবে পঞ্চাশ লাখ টকাৰ আধাৰশিলা বিধায়ক পদ্ম…

জামুগুৰিহাট: ১ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু পথাৰৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু এখন শিশু উদ্যান নিৰ্মাণৰ উদ্দেশ্যেৰে আজি আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ প্ৰায় ৫০ লাখ টকা…

আতংকৰ অন্ত! ভাৰতত আৰম্ভ হ’ব ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰতিষেধক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ: দেশত আৰম্ভ হ’ব ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰতিষেধক। ভাৰতীয় ছেৰাম ইনষ্টিটিউট আৰু জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগত আজি ১ ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী। এই ভেকচিনক কোৱাড্ৰিভেলেণ্ট হিউমেন…

ভয়ংকৰ টাইফুন : গতিবেগ ঘণ্টাত ২৫৭ কিলোমিটাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ: সাগৰত এটা ভয়ানক ধুমুহা ওচৰ চাপি আহিছে। ২০২২ চনৰ আটাইতকৈ প্ৰবল ধুমুহা আহি আছে। সম্প্ৰতি পূব চীন সাগৰৰ সিপাৰে শক্তি লাভ কৰিছে ছুপাৰ টাইফুন ‘হিন্নামেন’-এ। ইয়াৰ ফলত জাপানৰ দক্ষিণ দ্বীপসমূহৰ লগতে…

বিলাহীৰ বাবেই বন্ধ হ’ল আমেৰিকাৰ এটা পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : আমেৰিকাত সংঘটিত হৈছে এক আচৰিত ঘটনা। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ এটা ঘাইপথ ৰঙা। ৰাস্তাত পৰি আছে লাখ লাখ বিলাহী। পৰিস্থিতি এনে এটা স্তৰত উপনীত হৈছে যে আৰক্ষীয়ে যান-বাহনৰ অহা-যোৱা বন্ধ কৰিবলগা হ’ল৷…

চাইবাৰ অপৰাধৰ হাৰ : অসমৰ দ্বিতীয় স্থান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ছেপ্টেম্বৰ : শেহতীয়া চৰকাৰী তথ্য অনুসৰি ভাৰতত ২০২১ চনত ৫২,৯৭৪ টা চাইবাৰ অপৰাধৰ গোচৰ সংঘটিত হৈছে, যিটো ২০২০ চনৰ তুলনাত ৫ শতাংশতকৈ অধিক (৫০,০৩৫ গোচৰ) আৰু ২০১৯ চনৰ তুলনাত ১৫ শতাংশতকৈ অধিক (৪৪,৭৩৫ টা গোচৰ)।…

নিৰুদিষ্ট এভাৰেষ্টাৰ টাপি ম্ৰা আৰু নিকু দাও

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ আগষ্ট : অৰুণাচল প্ৰদেশত নিৰুদিষ্ট দুই এভাৰেষ্টাৰ টাপি ম্ৰা আৰু নিকু দাও। সম্প্ৰতি ভাৰতীয় সেনাই পূব কামেঙৰ খায়াৰী সাতম পৰ্বতত এভাৰেষ্টাৰ টাপি মৰা আৰু তেওঁৰ সহায়ক নিকু দাওৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ…

নাৰেংগীত অসম চিকিৎসা সেৱা নিগমৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

গুৱাহাটী,৩১ আগষ্ট: গুৱাহাটীৰ নাৰেংগীত অসম চিকিৎসা সেৱা নিগম লিমিটেড (এএমএছচিএল)ৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহলৈ সময়…

তেজপুৰ বিশ্ববিদ্যালয়ৰ মঞ্চত “তোমাৰ নিবিড় মায়াৰে” অসমীয়া নাট প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে স্বাধীন থিয়েটাৰৰ সহযোগত ২৯ আগষ্টত “তোমাৰ নিবিড় মায়াৰে” নামেৰে এখন অসমীয়া নাটক মঞ্চস্থ কৰে। নাটখনৰ মূল অভিনেত্ৰী, অভিনেতা আছিল অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈ।…