Browsing Category
ট্ৰেণ্ডিং
মন্ত্ৰী পীযূষ হাজৰিকাক সাক্ষাৎ অসম বাৰ্তাজীৱী সংঘ-কামৰূপ জিলা সাংবাদিক সন্থাৰ
গুৱাহাটী,৩১ আগষ্ট: গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত সাংবাদিকসকলৰ সমস্যা সমুহ সমাধানৰ উদ্দেশ্য অসম বাৰ্তাজীৱী সংঘ আৰু কামৰূপ জিলা সাংবাদিক সন্থাৰ এটি প্ৰতিনিধি দলে যৌথভাৱে কালি সন্ধিয়া তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ…
অসমৰ বাবে এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম উদ্বোধন
গুৱাহাটী, ৩১ আগষ্ট : বিশ্ব সম্পদ প্ৰতিষ্ঠান, ভাৰতবৰ্ষ অৰ্থাৎ ৱৰ্ল্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট, ইণ্ডিয়া (WRI India)-ই এ ই ডি এ (AEDA) অৰ্থাৎ অসম শক্তি উন্নয়ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আজি দিনৰ ১০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যখনৰ বাবে…
নগাঁৱত ৪৫ফুট গভীৰ কুঁৱাৰ পৰা ভিন্ন প্ৰজাতিৰ ১২টা দুস্প্ৰাপ্য কাছ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩১আগষ্ট: এটা ৪৫ফুট গভীৰ কুঁৱাৰ পৰা কালি উদ্ধাৰ কৰা হয় বিভিন্ন প্ৰজাতিৰ মুঠ ১২টা দুস্প্ৰাপ্য কাছ ৷ নগাঁৱৰ লাওখোৱা বজাৰ অঞ্চলত কালি চলা চাৰি ঘন্টাযোৰা এই সফল অভিযানক নেতৃত্ব দিয়ে নগাঁও কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ…
আলফাৰ কৰ্প’ৰেল ৰিহন অসমক মৃত্যুদণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ আগষ্টঃ আলফা স্বাধীনে আজি সংগঠনটোৰ এজন সদস্যক মৃত্যুদণ্ড বিহে। একাধিক বাৰ পলায়ন কৰি ধৰা পৰা তথা সংগঠনৰ হৈ শত্ৰুৰ চোৰাংচোৱাৰে মিতিৰালি কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা সদস্যজন হল কৰ্প'ৰেল ৰিহন অসম ওৰফে ছাইফুল…
পৃথিৱীৰ আটাইতকৈ নিঃসংগ মানুহজনৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ আগষ্ট : পৃথিৱীৰ আটাইতকৈ নিঃসংগ মানুহ তেওঁ! তেওঁক hole man বুলিও জনা যায়। শেহতীয়াকৈ তেওঁৰ মৃত্যু হৈছে। তেওঁ এজন আদিবাসী। এটা বিৰল আদিম জনগোটৰ এজন প্ৰতিনিধি। বিগত ২৬ বছৰে তেওঁ সম্পূৰ্ণ অকলশৰীয়াকৈ জীয়াই আছিল।…
বাঢ়িছে জলস্তৰ! সমগ্ৰ বিশ্ব পানীৰে প্লাৱিত হ’ব…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ আগষ্ট : এনে ভয় বহুদিনৰ পৰাই অব্যাহত আছে। পৰিৱেশ বিজ্ঞানী, জলবায়ু বিশেষজ্ঞসকলে বাৰে বাৰে মানুহক এই কথা সোঁৱৰাই আহিছে। কিন্তু কোন দেশ, কি মানুহে, কোনেও হয়তো এই সতৰ্কবাণী মানি লোৱা নাই। গতিকে পৰিস্থিতি একেই…
তেজপুৰত মৃতদেহ উদ্ধাৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ,৩০আগষ্টঃ তেজপুৰ চহৰৰ জাহাজঘাটত আজি এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে, জাহাজঘাটৰ পুৰণা ৰেল ষ্টেচনৰ সমীপৰ পথত থকা দলঙৰ তলত ব্ৰহ্মপুত্ৰৰ পানীজুৱলীত উপঙি থকা…
জীয়াভৰলীৰ বালি খননৰ উদ্বেগজনক ঘটনা
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৩০আগষ্টঃ তেজপুৰৰ নিকটৱৰ্তী ৰঙাপৰা বিধানসভা সমষ্টিৰ ডিকৰাইজানত আৰ এছ এম নামৰ কোম্পানীটোৱে জীয়াভৰলীৰ বুকুত জধেমধে খনন চলাই বালি সংগ্ৰহ কৰা ঘটনাই কাষৰীয়া অঞ্চললৈ অশনি সংকেট কঢ়িয়াই অনাৰ লগতে সম্প্ৰতি এই কোম্পানীটোৰ…
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩০ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ…
“য়েছে দৰজে ঠংচি” হওঁক এক মিলনৰ সেতু
বিমল বৰগোহাঁইযোৱা ১৮ আগষ্ট, ২০২২ তাৰিখৰ "দৈনিক জনমভূমি" কাকতৰ সম্পাদকীয় পৃষ্ঠাত বিশিষ্ট লেখক, নিবন্ধকাৰ সুমন্ত চলিহা আৰু আন এগৰাকী লিখক তিতাবৰৰ ৰাতুল মহন্ত ডাঙৰীয়াই যথাক্ৰমে "ভূপেনদাৰ সপোন আৰু য়েছে দৰজে ঠংচি" আৰু 'শৱ কটা মানুহৰ সপক্ষে"…
