Browsing Category
ট্ৰেণ্ডিং
তেজপুৰৰ ডাইমেনচন একাডেমিত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা হিন্দী গীতৰ তালত ছাত্ৰ-ছাত্ৰীৰ উদ্দাম নৃত্যঃ…
শতাব্দ প্ৰতিনিধি তেজপুৰ,৩০আগষ্ট: তেজপুৰৰ ডাইমেনচন একাডেমী নামৰ বেচৰকাৰী শিক্ষানুষ্ঠানখনত কালি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত একাংশ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী গীতৰ তালত কৰা উদ্দাম নৃত্যৰ দৃশ্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ…
লখিমপুৰত ২৭১গৰাকী সখীক স্কুটী প্ৰদান
লখিমপুৰ,৩০আগষ্টঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,লখিমপুৰ জিলাৰ অধীনৰ ৯টা উন্নয়ন খণ্ডৰ ২৭১গৰাকী সামূহিক সমল ব্যক্তিক (সখী)মঙলবাৰে স্কুটী প্ৰদান কৰা হয়।লখিমপুৰ জিলা পুথিভঁৰালত দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লখিমপুৰৰ…
এশ গৰু মাৰিলে বাঘৰো মৰণ : ভাড়াঘৰ এৰি ৰঙাঘৰলৈ চতিয়াৰ প্ৰাঞ্জল
শতাব্দ প্ৰতিনিধি, ধেমাজি ৩০ আগষ্ট : “এশ গৰু মাৰিলে বাঘৰো মৰণ” আপ্তবাক্যশাৰীৰ সঁচা প্ৰমাণিত কৰি অৱশেষত ভাড়াঘৰ এৰি ৰঙাঘৰলৈ যাবলগীয়া হ’ল চতিয়াৰ প্ৰাঞ্জল বৰমুদৈ আৰু তেওঁৰ দুই সহযোগী ৷ এখন দুখন নহয় নখনকৈ বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা বিশ্বনাথ…
শেষ মুহূৰ্তত বাতিল নাছাৰ চন্দ্ৰ অভিযান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : শেষবাৰৰ বাবে মানুহে চন্দ্ৰৰ মাটিত ভৰি দিছিল ৫০ বছৰ পূৰ্বে নাছাৰ অভিযানৰ সময়ত। তাৰ পিছত আকৌ আমেৰিকাৰ মহাকাশ সংস্থাই চন্দ্ৰ অভিযান আৰম্ভ কৰিলে। কিন্তু শেষ মুহূৰ্তত ইয়াক বন্ধ কৰিব লগা হ’ল। নাছাৰ সূত্ৰ…
আই আই টি গুৱাহাটীৰ বিজ্ঞানীৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ আৰু চেণ্টাৰ ফৰ এক্সেলেন্স ইন ছাষ্টেনেবল পলিমাৰ (CoE-SusPol)ৰ অধ্যাপক বিমল কাটিয়াৰৰ নেতৃত্বত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ গুৱাহাটীৰ গৱেষকসকলে ফল-মূল আৰু শাক-পাচলিৰ নিজৰ…
বিশ্বত আজব বিভাগৰ মন্ত্ৰীপদ সৃষ্টি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : কামৰ ক্ষেত্ৰখন বৃদ্ধি পাইছে, চোৱাচিতা বা যত্নৰ পৰিসৰো বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে গুৰুত্বপূর্ণ কর্তব্য সম্পাদন কৰাৰ লগতে বিভিন্ন কাম-কাজ চোৱা-চিতা কৰিবলৈ মন্ত্রী নিযুক্ত কৰে৷ কিন্তু…
থলুৱা প্ৰযুক্তিৰ দীৰ্ঘ দূৰত্বৰ ৰকেটৰ সফল পৰীক্ষা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট : ভাৰতীয় সেনাৰ মুকুটত এটা নতুন মুকুতা। সম্পূর্ণ দেশীয়ভাৱে বিকশিত আৰু নির্মাণ কৰা 'পিনাকা' ৰকেটটো ভাৰতীয় সেনাই সফলতাৰে পৰীক্ষা-নিৰীক্ষা কৰিছে৷ ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি এই পিনাকা ৰকেটৰ ৰেঞ্জো বৃদ্ধি কৰা…
ইউক্ৰেইন যুদ্ধত নামি বিপদত পুটিন!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ আগষ্ট: ছমাহতকৈয়ো অধিক সময় ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। প্ৰচণ্ড লোকচান আৰু হতাহতিৰ পিছতো যুদ্ধ এতিয়াও বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। এই পৰিস্থিতিত আমেৰিকাই ৰাছিয়াৰ ওপৰত এক উল্লেখযোগ্য দাবী কৰিছে।…
অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাই প্ৰতিষ্ঠা কৰা তেজপুৰৰ তৰুণ অসম সংঘৰ স্থিতি
গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকালে স্কুল এৰা বিদ্যাৰ্থীৰ সংখ্যা আৰু বাঢ়িব কিয়নো শিশুক জটিল কথা বোধগম্য কৰাবলৈ মাতৃভাষাৰ কোনো বিকল্প নাই
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৯ আগষ্টঃ অসমৰ বিদ্যালয়সমূহত যদিহে তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংকৰ…
লখিমপুৰত নিৰ্মাণৰ তিনিমাহতে বখলা-বখলে এৰাইছে পকী পথ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বৰ্তমানৰ লোকনিৰ্মাণ বিভাগ আৰু পূৰ্বৰ গড়কাপ্তানি পথ সংমণ্ডলৰ অন্তৰ্গত মৈদমীয়া চুতীয়াকাড়ীত এটি পকী পথ নিৰ্মাণৰ পিছতে বখলা বখলে এৰাই যোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰায় ৩…
