Browsing Category

ট্ৰেণ্ডিং

চীনৰ সহায়ত পাকিস্তানৰ নতুন পাৰমাণৱিক ক্ষেপণাস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : চৌদি আৰৱ আৰু চীনৰ পৰা লোৱা ঋণৰ বাবে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰ দুলি থকাৰ সময়তে দেশখনে পৰ্দাৰ আঁৰত পাৰমাণৱিক অস্ত্ৰৰ বাবে যথেষ্ট ব্যয় কৰিছ। জনা গৈছে যে পাকিস্তানে 'বন্ধু' চীনক অনুসৰণ কৰি দ্বিতীয়টো…

তিনিচুকীয়াত আইন সেৱা শিবিৰৰ উদ্বোধনী কাৰ্য্যসূচীত মুখ্য ন্যায়াধীশ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৭ আগষ্ট : তিনিচুকীয়াৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত তথা তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত আইন সেৱা শিবিৰ আজি উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয় মুখ্য…

পৰিকল্পিত ষড়যন্ত্ৰৰ বলি নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষঃ লখিমপুৰত ৬ আহোম সংগঠনৰ সংবাদমেলত দাবী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয় ৰ সদ্য নিলম্বিত অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অশ্লীল বাৰ্তালাপ, ফটোৰ প্ৰসংগক লৈ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ৬টাকৈ আহোম সংগঠনে সংবাদমেলৰ জৰিয়তে…

আৰ্জেণ্টিনাই কিনিব ভাৰতৰ যুদ্ধ বিমান ‘তেজচ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ভাৰতৰ শেহতীয়া যুঁজাৰু বিমান তেজচ যুঁজাৰু বিমানৰ চাহিদা বৃদ্ধি পাইছে, যি বিমান সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত। ইতিমধ্যে ফিলিপাইনছ, মালয়েছিয়া, আমেৰিকাৰ দৰে…

নামচাই ঘোষণাঃ অৰুণাচল প্ৰদেশৰ ভালুকপুঙত অৰুণাচল প্ৰদেশ-অসম সীমান্ত বিষয়ক আঞ্চলিক সমিতিৰ বৈঠক

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৭ আগষ্ট: নামচাই ঘোষণাৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা অসমৰ ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ আঞ্চলিক সমিতি আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আঞ্চলিক সমিতিৰ মাজত…

কেন্দ্ৰই বিক্ৰী কৰিব বিএছএনএলৰ ১৩,৫৬৭ টা টাৱাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : যোৱা ২৫ আগষ্টত ৰে’ল, যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে চলিত বৰ্ষৰ ১২ অক্টোবৰৰ পৰা দেশত ৫জি সেৱা আৰম্ভ হ’ব। দেশৰ ব্যক্তিগত টেলিকম অপাৰেটৰসকলে ৫জি সেৱা আৰম্ভ…

ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ উদয় উমেশ ললিতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : আজি ২৭ আগষ্ট শনিবাৰে ভাৰতৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ন্যায়াধীশ উদয় উমেশ ললিতে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ ললিতক শপত গ্ৰহণ কৰায়। ৬৪ বছৰীয়া ন্যায়াধীশ উদয় উমেশ…

অৰুণাচল সীমান্তত উপনীত হ’বলৈ চীনে সম্পূৰ্ণ চাৰিশৰীয়া পথ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাসিন্দাসকলে চাগলাগামৰ হাদিগৰা-ডেল্টা ৬ৰ ওচৰত চীনা সেনাৰ জোৱান আৰু যন্ত্ৰপাতি নিৰ্মাণৰ কাম চলাই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। সূত্ৰসমূহে নিশ্চিত কৰিছে যে সাধাৰণতে এজন ব্যক্তি এই…

জেমছ ৱেব টেলিস্কোপৰ আন এক আৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : পৃথিৱীৰ পৰা ১৫,০০,০০০ কিলোমিটাৰ দূৰত অৱস্থিত জেমছ ৱেব টেলিস্কোপে সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহক জুম কৰি চাইছে। ইয়াৰ ফলত যিটো পোৱা গৈছে সেয়া হৈছে কাৰ্বন ডাই অক্সাইড। সৌৰজগতৰ বাহিৰৰ কোনো গ্ৰহত CO2 থকাৰ এইটোৱেই…

১৫০ মিলিয়ন বছৰ পুৰণি ডাইনোছৰৰ কংকাল উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : ইউৰোপত আৱিষ্কাৰ হোৱা আটাইতকৈ ডাঙৰ ডাইনোছৰ হ’ব পৰা এটা ডাইনোছৰৰ অৱশিষ্টখিনি পৰ্তুগীজৰ এখন বাগিচাত খনন কৰা হৈছে। ২০১৭ চনত মধ্য চহৰ পম্বালত এজন লোকে নিজৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়তে আৱিষ্কাৰ হৈছিল এটা…