Browsing Category

ট্ৰেণ্ডিং

১ টকাৰ পৰা কোটিপতি হোৱা অসমীয়া ব্যৱসায়ীজন

      সুনন্দ ৰাম ডেকা ওলাই আহিছিল নলবাৰীৰ বৰনৰ্দ্দী গাঁৱৰ ঘৰখনৰ পৰা৷ এটা এটকা ৷ তাতকৈ দিবলৈ আৰু একোৱেই নাছিল মানুহজনীৰ ৷ অভাৱে জুৰুলা কৰা ঘৰখনৰ হিচাপৰ অংক মিলাই মিলাই হাৰি গৈছিল তেওঁ ৷ কাম বিচাৰি ঘৰৰ পৰা ওলাই যাব খোজা ল’ৰাটোক দিবলৈ মাকজনীৰ…

প্ৰাক্তন অধ্যক্ষ,বিহগুৰি নিবাসী প্ৰভাত চন্দ্ৰ নাথৰ বিয়োগ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২৬আগষ্ট: তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিহগুৰি ভালুকে খোৱা নিবাসী প্ৰভাত চন্দ্ৰ নাথ(৬৯)ৰ কালি সন্ধিয়া ৬-১৫বজাত নিজা বাসগৃহত বিয়োগ ঘটাত অঞ্চলটোত শোকৰ ছাঁ…

তেজপুৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এবিভিপিৰ প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: ৰাজ্য চৰকাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ আজি তেজপুৰৰ আদালত চাৰিআলিত  ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত…

 চি আৰ পি এফ মহাপৰিদৰ্শকৰ তেজপুৰ ভ্ৰমণ

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬আগষ্টঃ শোণিতপুৰস্থিত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নটো কালি পৰিদৰ্শন কৰে যোৰহাট সংমণ্ডলৰ মহাপৰিদৰ্শক সৰবজিত সিংহই। পৰিদৰ্শন কালচোৱাত সিংহই যোৰহাট সংমণ্ডল অধীনষ্ঠ শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰৰ আইন শৃংখলা পৰিস্থিতিৰ…

চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: চৰকাৰী খণ্ডৰ বহু সংখ্যক বিদ্যালয় বন্ধ কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি অল ইণ্ডিয়া ডি এছ অ'ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বান মৰ্মে সংগঠনটোৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ আদালত…

দীৰ্ঘ মিত্ৰতাৰ অন্ত ! ৰাছিয়াৰ বিৰুদ্ধে ভাৰতৰ ভোট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : শেহতীয়াকৈ পৰিস্থিতিলৈ চাই ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰতা শেষ হোৱাটো স্বাভাৱিক যেন লাগিছে। কাৰণ ৰাষ্ট্ৰসংঘত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইন বিষয়ক লৈ ভাৰতে…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়া মহাবিদ্যালয়ত ছাত্ৰ বিক্ষোভ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ মাচুল বৃদ্ধিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ছাত্ৰ…

বিষৰ দাম কোটি কোটি টকাঃ ২০ হাজাৰ বৃশ্চিক পালন কৰি ধনী হৈছে কৃষক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : তেওঁ এজন খেতিয়ক, কিন্তু শস্য নহয়, হাজাৰ হাজাৰ বৃশ্চিকৰ খেতি কৰে! সেই বৃশ্চিকৰ বিষ বিভিন্ন প্ৰসাধন আৰু ড্ৰাগছ প্ৰস্তুত কৰা কোম্পানীক বিক্ৰী কৰি তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে। অদ্ভুত যেন লাগিলেও তুৰ্কীৰ…

বতৰৰ পৰকিতি লৰিছে ! উত্তৰ-পূব ভাৰতত ১২২ বছৰৰ সৰ্বনিম্ন বৰষুণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ বাকী অংশত যথেষ্ট বৰষুণ হোৱাৰ বিপৰীতে জুলাই মাহত উত্তৰ-পূব ভাৰতত ৪৪ শতাংশ বৰষুণৰ ঘাটি পঞ্জীয়ন কৰা হৈছে। উত্তৰ-পূবত জুলাই মাহৰ ভিতৰত ২৩৪.৬ মিলিমিটাৰ…

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন ( আপ ডেটেড বাতৰি )

 পূৰ্বৰ একাধিক অভিযোগ পৰিচালনা সমিতিয়ে গাপ দিয়া অভিযোগ উত্থাপন শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্টঃ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত চলা যৌনগন্ধী বাৰ্তালাপ তথা অশ্লীল ফটো ভাইৰেল হোৱা…