Browsing Category

ট্ৰেণ্ডিং

ৰুছদীৰ আক্ৰমণক গৰিহণা দিবলৈ ভাৰতে সময় ল’লে ১৩ দিন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : লেখক ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিছে। ঘটনাৰ ১৩ দিন পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথম সঁহাৰি দি লেখকজনৰ আশু আৰোগ্য কামনা কৰে। ১২ আগষ্টত নিউয়ৰ্কত এখন সাহিত্য সমাৱেশত ৰুছদীক…

ব্যক্তি এজন : একেলগে আক্ৰান্ত মাংকী পক্স, কভিড আৰু এইডছত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বতে খেলা-ধূলা কৰি আহিছে কভিড আৰু মাংকীপক্সে। ইয়াৰ ভিতৰত এইচ আই ভি অলপ বয়সীয়াল। তেৱোঁ ঠায়ে ঠায়েও কম আতংক বিয়পোৱা নাছিল। শেহতীয়াকৈ কভিডৰ মাত্ৰা অলপ কম হোৱা যেন লাগিছে; কিন্তু…

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ছমাহ

দাদুল দেৱকৃষ্ণ বৰুৱা ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱা ৬ মাহ পাৰ হৈ গ’ল। যোৱা ২৪ ফেব্ৰুৱাৰীত টেলিভিছনত দিয়া ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ডনবাছ অঞ্চলত 'বিশেষ সামৰিক অভিযান' আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে ইউক্ৰেইনৰ…

ইয়াংখু অসম ওৰফে অচিন্ত মৰাণক শ্বহীদ ঘোষণা আলফা স্বাধীনৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ আগষ্টঃ যোৱা ৯ আগষ্টত সেনা- আৰক্ষীৰ অভিযানত আহত হোৱা আলফা স্বাধীনৰ অনায়োগ বিষয়া চাৰ্জেণ্ট ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ আজি পুৱা ৫-২৫ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। এক ই মেইল বাৰ্তাৰে এই কথা সদৰী কৰে আলফা…

লখিমপুৰত সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীয়ে কঁপালে শিক্ষা বিষয়াৰ কাৰ্যালয়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰত আজি সহস্ৰাধিক ৰন্ধন কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীৰে শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত পুৱা…

তিনিচুকীয়াত আবকাৰী অভিযানত উচ্ছেদ ১২ টা অবৈধ চুলাই ভাটি

শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৫ আগষ্টঃ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজান অঞ্চলত আজি আবকাৰী বিভাগে চলোৱা এক অভিযানত গুইজানৰ নতুন গাঁৱত ১২ টা অবৈধ চুলাই ভাটি ধ্বংস কৰাৰ লগতে কেইবা হেজাৰ লিটাৰ চুলাই মদ আৰু গেলাপাছ নষ্ট কৰে। জানিব পৰা…

অৰুণাচল প্ৰদেশৰ বিভিন্ন বিভাগত কোটি টকাৰ কেলেংকাৰীৰ প্ৰতিবাদত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পদ পথে দিল্লী…

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ আগষ্টঃ অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যখনৰ দুৰ্নীতি বিৰোধী এটা সংগঠনে। আৰু সেইবাবেই অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা পদ পথৰে প্ৰতিবাদ কৰি নতুন…

ঢেকিজুলিৰ দুৰ্ভগীয়া বনকৰা কিশোৰীৰ বাসগৃহত ফৰেনছিকৰ দলঃখান্দি উলিয়ালে মৃতদেহ

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৫আগষ্টঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ বনকৰা কিশোৰী মৃত্যু হোৱাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াইছে আৰক্ষীয়ে ৷বনকৰা কিশোৰী আৰতি তুৰিৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া বিশেষ…

ৰাজ্যত ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে স্থাপন কৰা হ’ব ৫০টা ধান মিল

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ অসম চৰকাৰে ৰাজ্যত ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী শৰ্মাই জনতা ভৱনত…

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাগাৰ “ঐতিহ্য…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয় সমূহৰ ভিতৰত "প্ৰাণীবিজ্ঞান" বিভাগৰ সৰ্ববৃহৎ গৱেষণাগাৰ হিচাপে পৰিগণিত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এই গৱেষণাগাৰটো এক উন্নতমানৰ সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে বিশেষ…