Browsing Category

ট্ৰেণ্ডিং

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক বাধ্যতামূলক ছুটীঃ তদন্তৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ অগ্ৰণী অনুষ্ঠান নৰ্থ লখিমপুৰ (স্বায়ত্ত শাসিত) মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়া আৰু এগৰাকী অজ্ঞাত যুৱতীৰ মাজত ফেচবুকৰ মেচেঞ্জাৰ আৰু ৱাটচএপত যৌনগন্ধি বাৰ্তালাপ কৰাৰ কেতবোৰ স্কীন…

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱা আঁচনিৰ দৰেই সা-সুবিধা লাভ কৰিব ৰাজ্যিক বিষয়া-কৰ্মচাৰীয়ে

সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৰ্গৰ সৈতে জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক। মাষ্টাৰ ৰোলৰ ১২ হাজাৰ কৰ্মচাৰীলৈ ৩ শতাংশ বছৰেকীয়া বৃদ্ধি আদায় দিয়াৰ লগতে ২০০৫ চনত নিয়মীয়া কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবে ৰিটেনচন ৫ বছৰৰ বাবে ৰেহাই। শতাব্দ…

৫ মাহত বিশ্বজুৰি বিমান যাত্ৰাৰ অভিলেখ কিশোৰৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ আগষ্ট : ব্ৰিটিছ-বেলজিয়ামৰ কিশোৰ মেক ৰাদাৰফৰ্ডে ৫ মাহৰ ভিতৰত বিমানযোগে বিশ্ব ভ্ৰমণ কৰিলে। ফলত তেওঁ বিশ্ব ভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৩০ খন দেশৰ মাজেৰে ৫৪,১২৪ কিলোমিটাৰ…

চপৰা-চপৰে খহিছে সোৱণশিৰিৰ গৰা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰ জিলাৰ বধাকৰাত সোৱণশিৰি নদীয়ে এতিয়া চপৰা চপৰে গৰা খহোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ লাইলেঙিয়াত নদীখনে ধেনুভিৰিয়াকৈ…

তেজপুৰত চাউলৰ ক’লা বজাৰ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৪আগষ্টঃ দৰিদ্ৰ জনসাধাৰণৰ বাবে আৱন্টিত চৰকাৰী চাউলৰ ক’লা ব্যৱসায় তেজপুৰৰ বিভিন্ন স্হানত চলি থকাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কালি তেজপুৰৰ বেছেৰীয়া কটকী চুবুৰীত খাদ্য আৰু অসামৰিক যোগান বিভাগে চলোৱা এক অভিযানত…

এসময়ত পৃথিৱী শাসন কৰা দেশ মহা সংকটত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ এসময়ত এইখন দেশত ডুব যোৱা নাছিল বেলি! ইমানেই হৈছিল উন্নতি। পিছে এসময়ত দীৰ্ঘদিন ধৰি ভাৰতকে ধৰি বিশ্বৰ আন আন দেশ শাসন কৰা দেশখনৰ অৰ্থনীতি এতিয়া এক ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হৈছে। হয়, আপুনি ঠিকেই অনুমান…

ৰঙা গ্ৰহত আছে বৈ যোৱা নদী আৰু হ্ৰদ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ মহাকাশ বিজ্ঞানীসকলে ইতিমধ্যে জানিছিল যে মংগল গ্ৰহত পানী আছে। এতিয়া তেওঁলোকে তেওঁৰ প্ৰুফ মেপো পাইছে। ভূতত্ত্ববিদসকলে ৰঙা গ্ৰহটোৰ জৰীপ কৰিবলৈ মংগল এক্সপ্ৰেছৰ ওমেগা যন্ত্ৰ আৰু মংগল গ্ৰহৰ বাবে কম্পেক্ট…

নিমিষতে ধ্বংস কৰিব শত্ৰুৰ বিমান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্টঃ ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) থলুৱাভাৱে নিৰ্মিত চমু দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলকভাৱে সফলতাৰে পৰীক্ষা কৰিছে। এই পৰীক্ষণ কালত নৌসেনাৰ গৱেষকসকলো…

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

পাঁচদিনীয়া কাৰ্যসূচীৰে হ'ব অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন। দাখিল হ'ব বিধেয়ক। ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত হ'ব ভোটদান। উপস্থাপন হ'ব ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ। শতাব্দ প্ৰতিনিধি,…

এমজিএনৰেগা আঁচনিৰ পথ নিৰ্মানত ধন লুণ্ঠনৰ অভিযোগ তুলি ৰাইজৰ উত্তাল প্ৰতিবাদঃ

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৪আগষ্টঃ শোণিতপুৰ জিলাৰ ৭২নং বৰছলা সমষ্টিত স্বয়ং দলীয় নেতাৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মকলৈ ক্ষোভিত হৈ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে।সমষ্টিটোৰ অন্তৰ্গত প্ৰায় সমুহ পঞ্চায়ততে ব্যাপক দুৰ্নীতি সংঘটিত…