Browsing Category

ট্ৰেণ্ডিং

শ্ৰীলংকা এৰিলে চীনৰ বিতৰ্কিত ‘চোৰাংচোৱা জাহাজ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : অৱশেষত চীনৰ ‘চোৰাংচোৱা জাহাজ’ ‘ইউয়ান ৱাং ৫’-এ শ্ৰীলংকা এৰিলে। হামবাণ্টোটা বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, ছদিনৰ পাছত ২২ আগষ্টত জাহাজখনে লংগৰ তুলি লয়। সূত্ৰ অনুসৰি এই অত্যাধুনিক জাহাজখনৰ পৰৱৰ্তী গন্তব্যস্থান…

কোটিপতি হ’ল ডেলিভাৰী বয়ঃ এতিয়া চলায় ২ কোটি টকাৰ গাড়ী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : কাৰ ভাগ্যত কি আছে কোনেও ক'ব নোৱাৰে। আজি যি নিঃস্ব, তেওঁ কাইলৈ ​​ধনী হ’ব পাৰে। কেৱল সেয়াই নহয়, কিছুমান মানুহৰ ক্ষেত্ৰত ভাগ্যৰ এই অলৌকিকতা এনেদৰে অনুভৱ কৰায় যে সকলোকে স্তম্ভিত কৰি তোলে। এই ক্ষেত্ৰত আজিৰ…

ক’ৰনা আৰু মাংকীপক্সৰ পিছত টমেটো ফ্লুৰ ভাবুকি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : ক'ৰনা ভাইৰাছ আৰু মাংকীপক্সৰ মাজত এক নতুন ভাবুকি হিচাপে আত্মপ্ৰকাশ কৰিছে টমেটো ফ্লু। ‘দ্য লেন্সেট ৰেস্পিৰেটৰী জাৰ্নেল’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতত এই পৰ্যন্ত প্ৰায় ৮২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।…

লখিমপুৰত একেদিনাই তিনিখন গ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৪ আগষ্ট : উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে ২০২২-২৩ বৰ্ষৰ ষষ্ঠ আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা 'নৱাগত আদৰণী' সভাখনত তিনিখনকৈ মূল্যবান গ্রন্থ উন্মোচন কৰা…

মিজোৰামত দেশৰ ভিতৰতে এইডছ আক্ৰান্ত সৰ্বাধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : মিজোৰামত ৰাষ্ট্ৰীয় গড়ৰ তুলনাত ১০ গুণ বেছি এইডছ ৰোগী আছে। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই। দেশৰ ভিতৰতে সৰ্বাধিক এইডছ ৰোগীৰ সংখ্যা মিজোৰামত আছে। ১০.৯১ লাখ লোকৰ ভিতৰত (২০১১ চনৰ…

ডায়েবেটিছ, মেদবহুলতাৰ বাবে চিন্তিতঃ আইআইটি গুৱাহাটীৰ অধ্যয়নত ওলাল চেনিৰ বিকল্প

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : চৰ্বি বা ডায়েবেটিছ হোৱাৰ ভয়ত চেনিৰ পৰা আঁতৰত থাকে নেকি? যদি হয়, তেতিয়া আই আই টি গুৱাহাটীৰ এটা নতুন অধ্যয়নে আপোনালোকৰ বাবে কঢ়িয়াই আনিছে ভাল খবৰ। প্ৰতিষ্ঠানটোৰ অধ্যাপক বি এছ নাহোলকাৰ, অধ্যাপক বালচিউ…

নাছাৰ আৰ্টেমিছ চন্দ্ৰ অভিযান : ২৯ আগষ্টত উৎক্ষেপণৰ সেউজ সংকেত লাভ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : প্ৰায় ৫০ বছৰৰ পিছত মহাকাশচাৰীক পুনৰ চন্দ্ৰত অৱতৰণ কৰাৰ লক্ষ্যৰে গঢ়ি তোলা আৰ্টেমিছ অভিযান ২৯ আগষ্টত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে উৎক্ষেপণ কৰাৰ বাবে নাছাৰ পৰা সেউজ সংকেত লাভ কৰিছে। আমেৰিকাৰ মহাকাশ…

লখিমপুৰত ‘মানৱ শৃংখল’ৰে উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৩ আগষ্টঃ লখিমপুৰত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ বিৰুদ্ধে মানৱ শৃংখলৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ নগৰখনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা, নলা-নৰ্দমা নিৰ্মাণ কৰা, সঠিক ভাৱে জাবৰ…

নলিনীবালা হাজৰিকাৰ দুটি কবিতা

স্বাধীনতাস্বাধীনতা আমাৰ সপোন স্বাধীনতা শুদ্ধ মনৰ সমাধি দাপোণ ৷হৃদয়ৰ ৰুদ্ধ কপাট খুলি ভাহি অহা কৰুণ বিননিৰ অৱসান সীমাহীন নীল আকাশত মুক্ত পক্ষীৰ উন্মুক্ত কলৰৱ যেন আনন্দৰ জয়গানসেয়ে স্বাগতম হে’ পূৰ্ণ স্বাধীনতা তোমাৰ উদাৰ গভীৰ…

জলজীৱন আঁচনিৰ নামত ৰঙাপৰাত প্ৰৱঞ্চনা দৰিদ্ৰ পৰিয়ালক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অভিলাষী জলজীৱন আঁচনি ৰূপায়ণৰ নামত আৰ্থিকভাবে দৰিদ্ৰ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা এক গুৰুতৰ অভিযোগ অনুসৰি,এক আঁচনিৰ…