Browsing Category
ট্ৰেণ্ডিং
লখিমপুৰত ‘মানৱ শৃংখল’ৰে উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ২৩ আগষ্টঃ লখিমপুৰত আজি উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ বিৰুদ্ধে মানৱ শৃংখলৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ লখিমপুৰ নগৰখনৰ কৃত্ৰিম বান প্ৰতিৰোধ কৰা, নলা-নৰ্দমা নিৰ্মাণ কৰা, সঠিক ভাৱে জাবৰ…
নলিনীবালা হাজৰিকাৰ দুটি কবিতা
স্বাধীনতাস্বাধীনতা আমাৰ সপোন
স্বাধীনতা শুদ্ধ মনৰ সমাধি দাপোণ ৷হৃদয়ৰ ৰুদ্ধ কপাট খুলি
ভাহি অহা কৰুণ বিননিৰ অৱসান
সীমাহীন নীল আকাশত
মুক্ত পক্ষীৰ উন্মুক্ত কলৰৱ
যেন আনন্দৰ জয়গানসেয়ে স্বাগতম
হে’ পূৰ্ণ স্বাধীনতা
তোমাৰ উদাৰ গভীৰ…
জলজীৱন আঁচনিৰ নামত ৰঙাপৰাত প্ৰৱঞ্চনা দৰিদ্ৰ পৰিয়ালক
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত অভিলাষী জলজীৱন আঁচনি ৰূপায়ণৰ নামত আৰ্থিকভাবে দৰিদ্ৰ লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰা এক গুৰুতৰ অভিযোগ অনুসৰি,এক আঁচনিৰ…
৩৭সংখ্যক ৰাজ্যিক টাইকোৱানড’ত শোণিতপুৰৰ সাফল্য
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩আগষ্ট: ৰাজ্যত টাইকোৱানড’ খেলৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকা শোণিতপুৰৰ বহুসংখ্যক টাইকোৱানড’ খেলুৱৈয়ে ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় তথা ৰাজ্যিক আদি কৰি বিভিন্ন পৰ্যায়ত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ১৭-২০…
তেজপুৰ বিশ্ববিদ্যালয়ত ‘অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী’ শীর্ষক আলোচনা-সত্ৰ সম্পন্ন
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩আগষ্ট: ভাৰতবৰ্ষৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে, বছৰজুৰি উদযাপিত 'মহাৰজত জয়ন্তী'ৰ বিশেষ পদক্ষেপ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী' বিষয়ক এখন…
আজিয়েই এই সাতটা অভ্যাস ত্যাগ কৰক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : বয়সৰ লগে লগে অহা পৰিৱৰ্তনবোৰেই নহয়, শৰীৰৰ সকলো অংগত হোৱা পৰিৱৰ্তনবোৰো অন্যতম। শৰীৰৰ বিভিন্ন অংগত যিবোৰ পৰিবৰ্তন ঘটে, সেইবোৰ কাৰো দৃষ্টিগোচৰ নহয়। বিশেষকৈ মগজুৰ পৰিৱৰ্তন। বিশেষজ্ঞসকলৰ মতে, যেতিয়া আমি ৩০ৰ…
নাছাই প্ৰকাশ কৰিলে বৃহস্পতিৰ মনোমোহা ফটো
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (NASA)ই জেমছ ৱেব স্পেচ টেলিস্কোপে তোলা বৃহস্পতি গ্ৰহৰ এখন নতুন ফটো প্ৰকাশ কৰিছে। মহাকাশত থকা বস্তু ধৰা পেলাবলৈ ইনফ্ৰাৰেড বিকিৰণ ব্যৱহাৰ কৰা…
পৃথিৱীসহ তিনিটা গ্ৰহ গ্ৰাস কৰিব সূৰ্যই!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : সূৰ্যটো এটা জ্বলি থকা অগ্নিপিণ্ড। পৃথিৱীকে ধৰি সৌৰজগতৰ সকলো গ্ৰহ সেই সূৰ্যৰ পৰাই গঢ় লৈ উঠিলেও বহু বছৰ ধৰি গ্ৰহবোৰ শীতল হৈ আহিছে। এইবোৰৰ ভিতৰত পৃথিৱীৰ পৰিৱেশ পানী আৰু জীৱৰ বাবে অনুকূল হৈ পৰিল। কিন্তু এনে…
হতাশাৰ দিন উকলিব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : এটা অধ্যয়নত আৱিষ্কাৰ কৰা হৈছে যে যাদুকৰী কাঠফুলা বা মেজিক মাশ্বৰুমত থকা চাইলোচাইবিনে এই কাঠফুলা ব্যৱহাৰৰ কেইসপ্তাহমানৰ পিছতে হতাশগ্ৰস্ত ব্যক্তিৰ মগজু 'খোল' খোৱাত সহায় কৰে। এই গৱেষণা ইম্পেৰিয়েল…
আপোনাৰ ভিটামিন ডিৰ অভাৱ হৈছে নেকি? কেনেকৈ গম পাব
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : ভিটামিন ডিৰ অভাৱ যিকোনো বয়সৰ, যিকোনো লিংগৰ লোকৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছেনে নাই কেনেকৈ জানিব? শৰীৰত ভিটামিন ডি কম হ’লে কি হয় জানেনে? চাওঁ আহক।
* ভিটামিন ডি কম হ’লে কি হ’ব…
