Browsing Category

ট্ৰেণ্ডিং

১৯৯৮ চনৰ পৰা ভাৰতত চোৰাংচোৱাগিৰিঃ ২৪ বছৰৰ মূৰত গ্ৰেপ্তাৰ পাকিস্তানী হিন্দু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : বিগত ২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দুক পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ১৯৯৮ চনৰ পৰা দক্ষিণ-পশ্চিম দিল্লীৰ ভাটী মাইন (সঞ্জয় কলনী)ত বসবাস কৰি অহা অভিযুক্তজনৰ নাম ভগ…

জাতীয় সত্তাৰ উত্তৰণত মাতৃ ভাষাৰ ভূমিকা

বিমল বৰগোঁহাই  এটি শিশুৱে মাতৃ গৰ্ভৰ পৰা জন্ম লাভ কৰা লগে লগেই মাতৃগৰাকীৰ মুখৰ পৰা নিগৰি অহা প্ৰতিটো কথা, বাক্য শব্দ শিশুটিয়ে শিকিবলৈ ধৰে আৰু আওৰাবলৈ শিকে আৰু মাকগৰাকীয়েও নিজৰ সন্তানৰ লগত কথাৰ বা ভাৱৰ আদান-প্ৰদান কৰিবলৈ যি ভাষা ব্যৱহাৰ…

পেভিলিয়ন নিৰ্মাণৰ নামত তিনিচুকীয়াৰ একমাত্ৰ টেনিছ কৰ্ট বন্ধৰ চক্ৰান্ত

 ক্ৰীড়াপ্ৰেমীৰ আজৱ কাণ্ড : শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : সুদীৰ্ঘ প্ৰায় ৩৫ টা বছৰ অতিক্ৰম কৰা তিনিচুকীয়া চহৰৰ কচুজান খেলপথাৰস্থিত একমাত্ৰ টেনিছ কৰ্টখন বন্ধ কৰাৰ বাবে এটা ফৈদে চক্ৰান্ত ৰচনা কৰা কাৰ্য্যই ক্ষোভিত কৰি তুলিছে…

যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত নগাঁও শ্ৰেষ্ঠ: শোণিতপুৰ দ্বিতীয়

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: যোৱা ১৯-২১আগষ্টলৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা ২৫সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ অসম ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা ২০২২ৰ যোৱানিশা সফল সমাপ্তি ঘটিছে৷ উল্লেখযোগ্য যে,শোণিতপুৰ জিলা যোগ…

পানীপৰা-উৱলি যোৱা গৃহত অব্যাহত লখিমপুৰ ভূমি সংমণ্ডল কাৰ্যালয়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ লখিমপুৰৰ জাপিসজীয়াত থকা জিলা ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নতুনকৈ নিৰ্মাণৰ বাবে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰে গৃহ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰে যদিও বিগত প্ৰায় এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণ…

এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তেজপুৰত সৰ্বাত্মক কৰ্মবিৰতি আৰু…

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: নতুন পেঞ্চন নীতি প্ৰত্যাহাৰৰ দাবীত তেজপুৰতো আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা হয়৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু শিক্ষক-কৰ্মচাৰী সংস্থাৰ সমৰ্থনত অসমৰ চৰকাৰী কৰ্মচাৰী সমাজে আজি সৰ্বাত্মক…

জ্যোতি চিত্ৰবনত মুখ্যমন্ত্রীয়ে মুকলি কৰিলে অডিঅ’-ভিজুৱেল হাব

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসমৰ মৃতপ্ৰায় চলচ্চিত্ৰ ক্ষেত্ৰখনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে চৰকাৰৰ এক বিশেষ পদক্ষেপে। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাহিলিপাৰস্থিত জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা এটা…

গাড়ী বিক্ৰীত প্ৰৱঞ্চনাৰ অভিযোগত তিনিচুকীয়াত ধৃত ১

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ আগষ্ট : তিনিচুকীয়া চহৰৰ হিজুগুৰিৰ ম‌ইনুল আবেদিন নামৰ এজন লোকক গাড়ী বিক্ৰীত প্ৰৱঞ্চনা কৰাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিছে ৷ অভিযোগ অনুসৰি ধৃত ম‌ইনুলে মিথ্যাৰ আশ্রয় লৈ একেখন গাড়ীকে দুজন লোকক বিক্ৰী…

তেজপুৰত সেনাৰ চতুৰ্থক’ৰৰ মুৰব্বী ৰাণাৰ স’তে সাংবাদিকৰ সৌহাৰ্দ্যপূৰ্ণ বৈঠক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২২আগষ্ট: “আমাৰ দেশত সংবাদমাধ্যমৰ যথেষ্ট গুৰুত্ব আছে আৰু স্বাধীনতা দিয়া হৈছে৷ সংবাদমাধ্যমক সেয়ে দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদমাধ্যমৰ স’তে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে…

ৰাজ্যৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধিৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ আগষ্টঃ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত আৰু অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী,…