Browsing Category

ট্ৰেণ্ডিং

সভ্যতাৰ যুগান্তকাৰী আৱিষ্কাৰ : কৰ্কট ৰোগৰ ঔষধ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : যুগ যুগ ধৰি মানৱ জাতিৰ ওপৰত কৌতুক কৰি আহিছে কৰ্কট ৰোগে। জীৱনৰ লগত খেলা কৰি আহিছে। কাকো ৰেহাই নিদিয়ে এই ৰোগে। কিন্তু মানুহ হাৰ মনা প্ৰাণী নহয়। সেয়ে এই মাৰাত্মক ৰোগৰ নিৰাময় বিচাৰি বিজ্ঞানীয়ে অহৰহ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন সংগ্ৰহ: দুই কৰ্মচাৰী নিলম্বিত

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,২২আগষ্টঃ বির্তকই লগ নেৰা হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক। কেতিয়াবা ধন দাবী, কেতিয়া শিশু সলনি, কেতিয়াবা চিকিৎসক-নাৰ্চৰ দুব্যৱহাৰ আকৌ কেতিয়াবা দালালৰাজ! এনেবোৰ কাণ্ডই চিকিৎসা মহাবিদ্যালয়খনৰ বাতৰিৰ শিৰোনাম…

পাঁচবিধ শাক-পাচলি খাওক আৰু সুস্থ হৈ থাকক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : ৩০ বছৰ বয়সৰ সীমাত উপনীত হওক বা নহওক, ইটোৰ পিছত সিটো ৰোগ আহি শৰীৰত শিপায়। আনহাতে সৰুৰে পৰা বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছ, হৃদযন্ত্ৰৰ সমস্যা, চাপ, উচ্চ ৰক্তচাপৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ…

নিৰ্জন দ্বীপত আবদ্ধ এজন ব্যক্তিৰ কাহিনী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : সুস্থ আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে প্ৰতিজন মানুহক পৰ্যাপ্ত পৰিমাণৰ খাদ্য আৰু পানীৰ প্ৰয়োজন। যিয়ে আমাৰ শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পুষ্টিৰ অভাৱ পূৰণ কৰে। এনে অৱস্থাত এজন ব্যক্তি এদিন বা দুদিন নোখোৱাকৈ…

ভাৰতীয় বিজ্ঞানীৰ আচৰিত উদ্ভাৱনঃ সাগৰৰ পানীৰ পৰা ইউৰেনিয়াম নিষ্কাষণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : আমি সৰুৰে পৰা শিকি আহিছোঁ যে পৃথিৱীৰ তিনি অংশ পানী আৰু এভাগ মাটি। এনে ক্ষেত্ৰত পৃথিৱীত সাগৰৰ পানীৰ অভাৱ নাই। আনকি সাগৰৰ তলতো কাৰ্যতঃ এখন বেলেগ পৃথিৱী আছে। ইয়াৰে কিছুমান এতিয়াও অনান্বেষিত হৈ আছে। বিভিন্ন…

আমেৰিকাৰ পৰা ৩০০ কোটি ডলাৰৰ ড্ৰ’ন ক্ৰয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ আগষ্ট : তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা মহম্মদ ওমৰৰ পৰা আৰম্ভ কৰি ছিৰিয়াৰ আল কায়দাৰ মুৰব্বী ছালিম আবু আহমেদলৈকে আমেৰিকাৰ প্ৰিডেটৰ ড্ৰ’নৰ দুটা দশকৰ ‘চিকাৰ’ৰ ভিতৰত অন্যতম। সেই ড্ৰ'ন এইবাৰ ভাৰতলৈ আহিব। লাডাখত প্ৰকৃত…

প্ৰসংগ সীমা বিবাদ : গুৱাহাটীত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ বৈঠক

গুৱাহাটী,২১ আগষ্টঃ অসম আৰু মেঘালয়ৰ মাজত বাকী থকা সীমা সমস্যা সমাধানৰ বাবে আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাজ্য দুখনৰ সীমান্তৰ বাকী থকা ছয়টা বিবদমান এলেকাৰ…

 জামুগুৰিহাটৰ পাতলৰচুকত ২৬৭ বছৰীয়া গৌৰৱোজ্জ্বল বোকাখচা ভাওনা

জামুগুৰিহাট, ২১ আগষ্টঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষ্যে শুকুৰবাৰে নিশাৰ ভাগলৈকে হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ থাকিল জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ নামঘৰ চৌহদ । দিনৰ ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তিপ্ৰাণ ৰাইজে শৰাই শলিতা…

 আটকধুনীয়া ৰূপ পালে তেজপুৰৰ “ডেকাৰগাঁও আঞ্চলিক শান্তিধামে”

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ আগষ্ট : যিকোনো লোকৰ পৰলোকপ্ৰাপ্তিৰ পিছত পূণ্যস্হান হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ বৰ্তমান সময়ত ৰাজহুৱা ভাবে আটকধুনীয়াকৈ গঢ়ি তোলা হয়। বৰ্তমানে এই পূণ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱা শ্মশান সমূহ সুন্দৰকৈ নিৰ্মাণ…

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ বৃহৎ তৰাৰ স্পষ্ট ফটো বন্দী কৰিলে বিজ্ঞানীয়ে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : আমি বিশ্বব্ৰহ্মাণ্ডত কি কি চাব পাৰো তাৰ কোনো সীমা নাই; কাৰণ ইয়াৰ বিস্তৃতি কল্পনাতীতভাৱে বিশাল। আমি কৰিব পৰা কামটো হ’ল আমি ইয়াক আমাৰ লেন্সৰ দ্বাৰা চোৱাৰ ধৰণটো উন্নত কৰা আৰু আমি ইয়াক অধিক বুজি পোৱাৰ লগে…