Browsing Category

ট্ৰেণ্ডিং

সম্পাদকলৈ চিঠি

মাননীয় সম্পাদক মহোদয়, অসমীয়া বাতৰি কাকত তথা আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা হ্রাস হৈছে বুলি সঘনাই এক অভিযোগ উঠা দেখা যায়। বৰ্তমান অসমত নিজৰ মাতৃভাষাটো পঢ়িব আৰু লিখিব পৰা লোকৰ সংখ্যা লাহে লাহে কমি অহাটোৱেই ইয়াৰ মূল কাৰণ বুলি ক’ব পাৰি। যিকোনো মাধ্যমতে…

ডুবাইত বিশ্বৰ গভীৰতম চুইমিং পুল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : বুৰ্জ খলিফা, পাম জুমেইৰাৰ পিছত ডুবাইৰ মানৱসৃষ্ট অন্যতম গঠনে মূৰ ঘূৰাই দিয়াটো নিশ্চিত! ডিপ ডাইভ ডুবাই— বিশ্বৰ আটাইতকৈ গভীৰ চুইমিং পুল এতিয়া সমগ্ৰ বিশ্বৰ দুঃসাহসিক প্ৰেমীসকলৰ বাবে মূল আকৰ্ষণ হৈ পৰিছে। এই…

সপ্তম অজিৎ বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

গুৱাহাটী, ২০ আগষ্টঃ ‘‘শব্দৰ আত্মা সন্ধানৰ আনন্দ লেখক আৰু পঢ়ুৱৈ দুয়ো উপভোগ কৰে৷ কিন্তু সঠিক শব্দ বিচাৰি পোৱা কাৰবাৰটো অত্যন্ত জটিল৷’’ আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ ৯৬সংখ্যক জন্মদিৱসৰে…

মাখিৰ খেতিঃ এক নতুন সম্ভাৱনা

ড° লক্ষীপ্রসাদ হাজৰিকা  প্রতি বছৰত বিশ্বৰ বাঢ়ি অহা জনসংখ্যাৰ তথ্যই সচেতন মহলক চিন্তাত পেলাইছে। কাৰণ এই বাঢ়ি অহা জনসংখ্যাৰ সমান্তৰালকৈ গুণগত খাদ্য উৎপাদন বহাব পৰা নাই। ভােকাতুৰৰ লগতে পুষ্টিহীনতাৰ সংখ্যাই ভাৰতবৰ্ষৰ দৰে দেশকো লাজত পেলাইছে।…

তিনিচুকীয়াত গা ধুবলৈ গৈ ২ যুৱকৰ সলিল সমাধি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ আগষ্ট : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানৰ কলীয়াপানী ঘাটত গা ধুবলৈ গৈ আজি গভীৰ পানীত ডুব গৈ তিনিচুকীয়াৰ দুই যুৱকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা হোৱাৰ ঘটনাই ইয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে আজি দিনৰ…

তেজপুৰত অসম ক্ৰিকেট সন্হাৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২০আগষ্ট: তেজপুৰৰ বটামাৰীস্হিত কনভেনচন চেন্টাৰত অসম ক্ৰিকেট সন্হাৰ এখন বিশেষ সাধাৰণ সভা আজি অনুষ্ঠিত হয়৷ তেজপুৰ ক্ৰিকেট সন্হাৰ ব্যৱস্থাপনাত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত অসম ক্ৰিকেট সন্হাৰ সভাপতি ৰমেন দত্ত…

গুৱাহাটীৰ ভঙাগড়ত ভয়াৱহ অগ্নিকাণ্ড

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মহানগৰীত শনিবাৰে পুৱাৰ ভাগত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ দোকান। মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই অগ্নিকাণ্ডটো। জানিব পৰা মতে এখন হোটলত চিলিণ্ডাৰ বিস্ফোৰণৰ…

তৃতীয়-চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদত অৱতীৰ্ণ হ’ব ১৪ লাখৰো অধিক প্ৰাৰ্থী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ'ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া এছ আই পি অধিবেশন

উত্তৰ লখিমপুৰ, ২০ আগষ্টঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত নৱাগত স্নাতক ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিদিনীয়া ছাত্ৰ প্ৰবেশ কাৰ্যসূচী (এছ. আই. পি.) অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত যোৱা ১৬ আগষ্টৰ পৰা ১৮…

বুলেট ট্ৰেইনৰ অগ্ৰগতি কিমানঃ প্ৰতিবেদন দাখিল ৰে’ল মন্ত্ৰালয়ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : আহমেদাবাদ আৰু মুম্বাইৰ মাজৰ হাইস্পীড ৰে’ল কৰিডৰত প্ৰতি ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত চলিবলগীয়া মুম্বাই-আহমেদাবাদ হাই স্পীড ৰে’ল (MAHSR) প্ৰকল্পৰ বৰ্তমানৰ অৱস্থা বিষয়ে ৰে'ল মন্ত্ৰালয়ে সবিশেষ ভাগ-বতৰা কৰিছে…