Browsing Category
ট্ৰেণ্ডিং
আটলাণ্টিকৰ তলত চাৰে ৮ কিলোমিটাৰ বহল গাঁত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : আটলাণ্টিক মহাসাগৰৰ তলত উদ্ধাৰ হৈছে ৮.৫ কিলোমিটাৰ বহল এটা গাঁত! প্ৰায় ৬ কোটি ৬০ লাখ বছৰৰ পাছত ইয়াক উদ্ধাৰ কৰা হয়। এতিয়ালৈকে সেই প্ৰকাণ্ড গাঁতটো সাগৰৰ তলত লুকাই আছিল। গাঁতটো সাগৰৰ পৃষ্ঠত নহয়…
অভূতপূৰ্ব! প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাত ‘দেশী কুকুৰ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বান জনাইছিল। তেওঁ কৈছিল, আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ ভৰিৰ ওপৰত থিয় হ’ব লাগে। সেই নিৰ্ভৰতাৰ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা…
“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন
গুৱাহাটী, ২০ আগষ্টঃ গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত ফটোগ্ৰাফী ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ দ্বাৰা কালি উদযাপন কৰা হয় বিশ্ব ফটোগ্ৰাফী দিৱস৷ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ক্লাৱৰ সদস্যসকলে দুপৰীয়া দুই বজাৰ পৰা চাৰি বজালৈ এটা ফটো আড্ডা…
টেমছুলা আও এক অনন্য নাৰী
বিমল বৰগোহাঁই
সাহিত্য অকাডেমী বঁটাৰে সন্মানিত নগা সম্প্রদায়ৰ কবি আৰু লেখিকা টেমছুলা আওৰ বিষয়ে কিছু কথা জানিছিলো যদিও, তেওঁৰ বিচিত্র জীৱনটোৰ বিষয়ে গম পোৱা নাছিলো। ২০১৮ চনৰ নৱেম্বৰ মাহত মোৰ এগৰাকী সম্পৰ্কীয় বাইদেউ, দুলীয়াজান অইল উচ্চতৰ…
সম্পাদকলৈ চিঠি
মাননীয় সম্পাদক মহোদয়,অসমত টিভি চেনেলৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে । ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ বাবে এটা ভাল খবৰ । কিন্তু টিভি চেনেলৰ অনুষ্ঠানবোৰ দর্শন কৰিবলৈ সকলোৰে সময় তথা সুবিধা নিমিলে । তাৰ ফলত দৰ্শকসকলে ভাল ভাল অনুষ্ঠানবোৰৰ দর্শন…
তিনি শতাধিক প্ৰতিযোগীৰ উপস্থিতিত তেজপুৰত ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৯ আগষ্ট :"এই পৃথিৱী এক ক্ৰীড়াংগন /ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন" - শীৰ্ষক ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেজপুৰতে ৰচনা কৰা এই গীতৰ মাজত আজি ৰাজ্যখনৰ তিনি শতাধিক যোগ ক্ৰীড়াৰ প্ৰতিযোগীয়ে মুখৰিত কৰি তোলে তেজপুৰৰ…
তিনিচুকীয়াৰ যুৱক সন্ধানহীন : ডিব্ৰু নদীত এছ ডি আৰ এফ, আৰক্ষীৰ অভিযান
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ আগষ্ট : তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ বাসিন্দা প্ৰদীপ বৰ্মনৰ পুত্ৰ দৰ্পণ বৰ্মন (২৩) কালিৰ পৰা সন্ধানহীন হৈ থকাৰ সময়তে তেওঁৰ চাইকেলখন তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ ডিব্ৰু নদীৰ গুইজান ঘাটৰ সমীপত উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ…
শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ আগষ্টঃ নতুন শৰাইঘাট দলঙত শুকুৰবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এ এছ-২৫-ইচি-৩৬৪৩ নম্বৰৰ আমিনগাওঁ অভিমুখী তীব্ৰবেগী ডাম্পাৰখনে আগে আগে গৈ থকা এএছ-০১-এইচচি-৪৫৮৮ নম্বৰৰ আন এখন ডাম্পাৰক পিচফালৰ খুন্দা…
চন্দ্ৰৰ ক’ত অৱতৰণ কৰিব মহাকাশচাৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : নাছাই আৰ্টেমিছ ৩ অভিযানৰ অধীনত চন্দ্ৰলৈ মানুহ পঠোৱাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি ২০২৫ চনত নাছাই চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। নাছাই মহাকাশযান অৱতৰণৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ একাধিক অঞ্চল চিনাক্ত…
