Browsing Category

ট্ৰেণ্ডিং

উদ্বেগ বৃদ্ধি কৰি ভাৰত মহাসাগৰত চীনৰ ঘাটি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : আফ্ৰিকাৰ একেবাৰে মাজমজিয়াত জিবুটিত নিৰ্মাণ কৰা চীনা ঘাটিটোৱে সম্পূৰ্ণৰূপে কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ ঘাটিটোৰ কেইবাটাও উপগ্ৰহৰ ফটো পোহৰলৈ আহিছে। সেই ফটো বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰত মহাসাগৰ…

মাজ আকাশত বিমানৰ মুখামুখি সংঘৰ্ষ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : আমেৰিকাৰ কেলিফৰ্ণিয়াত আকাশমাৰ্গত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাটোত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। সংবাদ সংস্থাই জনোৱা মতে, ১৮ আগষ্ট বৃহস্পতিবাৰে ৱাটছনভিলৰ স্থানীয়…

শোণিতপুৰ জিলা আন্তঃ বিদ্যালয় বক্সিং প্ৰতিযোগিতা সমাপ্ত

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ আগষ্ট : শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বক্সিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।…

তেজপুৰত আজিৰে পৰা তিনিদিনীয়াকৈ ২৫ সংখ্যক ৰাজ্যিক যোগ ক্ৰীড়া প্ৰতিযোগিতা

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট : তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগণত ১৯-২১ আগষ্টলৈকে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব "২৫ সংখ্যক চাব জুনিয়ৰ আৰু জুনিয়ৰ ৰাজ্যিক যোগ ক্ৰীড়া - ২০২২" প্ৰতিযোগিতা । উল্লেখ্য যে, অসম অলিম্পিক সন্থা আৰু যোগ…

ভাৰত ভূষণ দেৱ চৌধুৰী অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৮ আগষ্টঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। জ্যেষ্ঠ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক ৰাজ্য চৰকাৰে অসম লোক সেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে। পূৰ্বেও এ পি এছ চিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন…

পৃথিৱী ধীয়াই আহি আছে বিশাল গ্ৰহাণুঃ খুন্দা মাৰিলেই ঘটিব অথন্তৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : শেহতীয়াকৈ আৱিষ্কাৰ হোৱা পাঁচটা ধুমকেতুৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহাণু ২০২২ অ'টি১ হৈছে ১১০ ফুট দৈৰ্ঘ্যৰ। অহা দেওবাৰৰ পুৱালৈকে ই পৃথিৱীৰ ৪ কোটি ৭০ লাখ কিলোমিটাৰৰ ভিতৰলৈ অহাৰ কথা! মহাকাশ গৱেষকসকলে আগ্ৰহেৰে…

তেজপুৰৰ সত্ৰ-নামঘৰত ভাদমাহৰ ভক্তিৰসৰ অনন্য পৰিৱেশ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৮ আগষ্ট: ৰাজ্যৰ জাতীয় জীৱনৰে সংপৃক্ত সত্ৰ-নামঘৰ সমূহত ভাদ মাহ উপলক্ষে আৰম্ভ হোৱা নাম প্ৰসংগ, হৰিনাম, কীৰ্ত্তনৰ অনন্য পৰিৱেশত ডুব গৈছে তেজপুৰৰো সকলো সত্ৰ নামঘৰ৷ আয়তী - নামতি আৰু ভকত - বৈষ্ণৱৰ এবুকু আবেগ জড়িত থকা…

কণী খাবলৈ ভাল পায় আপুনি? জানি লওক লোকচান বেছি নে লাভ বেছি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : প’চ কৰা বা ভজা, আমলেট কৰা বা আধা সিজোৱা কণী— খাই ভাল পায় চাগে আপুনি! ৰন্ধাটোও সহজ। আকৌ পুষ্টিকৰ উপাদানৰেও ভৰপূৰ। এটা কণীত ১৪৩ কেলৰি শক্তি থাকে, প্ৰটিন থাকে ১২.৫৬ শতাংশ। যিসকলে কণী খাই ভাল পায়, তেওঁলোকে…

ঢকুৱাখনাত গণ প্ৰহাৰত নিহত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই

 শতাব্দ প্ৰতিবেদক, ঢকুৱাখনা ১৮ আগষ্ট : ঢকুৱাখনা আৰু সমীপৱৰ্তী এলেকাত বহু বছৰধৰি নানা প্ৰকাৰৰ আইনবিৰোধী কাম-কাজ আৰু অপৰাধ সংঘটিত কৰি সাধাৰণ জন-জীৱন আতংকময় কৰি আৰক্ষীৰ মূৰ কামোৰণিলৈ পৰিণত হোৱা তথা মংগলবাৰে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ…

তিনিচুকীয়াত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষক দুষ্কৃতিকাৰীৰ আক্ৰমণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৮ আগষ্ট : তিনিচুকীয়া চহৰৰ নপুখুৰী অঞ্চলত আজি পুৱা দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হয় এজন শিক্ষাগুৰু ৷ নপুখুৰীস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ সিঙক আজি পুৱা দুৰ্বৃত্তই গজাল থকা কাঠেৰে আক্ৰমণ কৰাৰ ঘটনাক…