Browsing Category
ট্ৰেণ্ডিং
গ্ৰীণ টিত পদিনা পাত মিহলাই খাওকঃ দ্ৰুততাৰে ওজন কমাওক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : অতিৰিক্ত ওজন সকলোৰে বাবে চিন্তাৰ বিষয়। এই ওজনৰ পৰা যিহেতু বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। সৌন্দৰ্যৰ বাটতো ই সদায় বাধাৰ সৃষ্টি কৰে। ওজন কমাবলৈ সকলোৱে কিছুমান পদক্ষেপ লয়। কিছুমানে কঠোৰ খাদ্য মানি চলে আন…
যুদ্ধৰ বাবে চীনৰ প্ৰস্তুতি! বাহিনী বৃদ্ধিৰ বাবে সৈন্য নিয়োগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : চীনৰ সেনাত অধিক সৈনিক নিযুক্তিৰ বাবে নিজৰ নিযুক্তিৰ বয়স বৃদ্ধি কৰাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে। চলিত মাহৰ পৰা আৰম্ভ হৈছে চীনা সেনাত নিযুক্তি প্ৰক্ৰিয়া। যিসকল যুৱকে আধুনিক যুদ্ধৰ লগত জড়িত…
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ শতাধিক বিশ্বখ্যাত লেখকৰ পত্ৰ
সৰব ছলমান ৰুছদীকে ধৰি বহু বিশ্ববিখ্যাত সাহিত্যিক
ধুমকেতুৰ আচৰিত চন্দ্ৰ! লুছিৰ আৱিষ্কাৰত বিস্মিত নাছা, মুগ্ধ বিশ্ব…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : নাছাৰ লুচি মিছন আৰম্ভ কৰাৰ আগতে ই আন যিকোনো মিছনৰ অভিলেখ ভংগ কৰাৰ পথত ভালদৰেই আগবাঢ়িছিল। লুচি মিছন পূৰ্বৰ যিকোনো মিছনতকৈ অধিক গ্ৰহাণু ভ্ৰমণ কৰি অভিলেখ ভংগ কৰাৰ পথত আছিল। দীৰ্ঘদিনীয়া এই নিৰীক্ষণ অভিযানৰ…
গাড়ী কিনক আৰু আকাশত উৰক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : ধৰি লওক, কোটি টকা খৰচ কৰি আপুনি সপোনৰ গাড়ীখন কিনিছে। কিন্তু যেতিয়া সেই গাড়ী চিগনেল আৰু ট্ৰেফিক জামৰ বাবে আবদ্ধ হৈ পৰে, তেতিয়া বাৰু কেনে লাগে? ভৱিষ্যতে আৰু এনে দিন দেখা নাপাব। গাড়ী এতিয়া উৰি যাব।…
চৰকাৰৰ শিক্ষাবিৰোধী নীতি:তেজপুৰত এ আই ডি এছ অ’ৰ প্ৰতিবাদ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৭আগষ্ট: ৰাজ্য চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয় সমূহত নৱম আৰু দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ টিউচন মাছুল ৭০ টকাৰ পৰা ১২০ টকালৈ বৃদ্ধি কৰা , ৰাজহুৱা আদৰ্শ বিদ্যালয়ত ছাত্র ছাত্রীৰ মাহিলী মাছুল তিনিশ টকা কৰা আৰু পুজিঁৰ অভাৱৰ…
হিতাধিকাৰীক প্ৰৱঞ্চনাঃএটিএম কাৰ্ড নিলে ঠিকদাৰ ৰূপী সদস্যই
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৭আগষ্ট: ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শোণিতপুৰ যথেষ্ট পিছপৰি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে জিলাখনৰ বিহগুৰি উন্নয়ন খণ্ডৰ কেতবোৰ অঞ্চলত হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগলৈ একাংশই এনে গৃহ…
গুৱাহাটীত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল…
উদ্বোধনৰ পূৰ্বেই নাওবৈছা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত ভৱনত চিৰাল ফাট
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাওবৈছাত সাতাইশ লাখ টকা ব্যয় সাপেক্ষে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত নাওবৈচা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত কাৰ্য্যালয় ভবনটোত উদ্বোধনৰ পূৰ্বেই ছিৰাল ফাট মেলা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ…
