Browsing Category
ট্ৰেণ্ডিং
হিতাধিকাৰীক প্ৰৱঞ্চনাঃএটিএম কাৰ্ড নিলে ঠিকদাৰ ৰূপী সদস্যই
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৭আগষ্ট: ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শোণিতপুৰ যথেষ্ট পিছপৰি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে জিলাখনৰ বিহগুৰি উন্নয়ন খণ্ডৰ কেতবোৰ অঞ্চলত হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগলৈ একাংশই এনে গৃহ…
গুৱাহাটীত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল…
উদ্বোধনৰ পূৰ্বেই নাওবৈছা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত ভৱনত চিৰাল ফাট
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাওবৈছাত সাতাইশ লাখ টকা ব্যয় সাপেক্ষে লখিমপুৰ গ্ৰামোন্নয়ন অভিকৰণৰ অন্তৰ্গত নাওবৈচা উন্নয়ন খণ্ডৰ নৱনিৰ্মিত কাৰ্য্যালয় ভবনটোত উদ্বোধনৰ পূৰ্বেই ছিৰাল ফাট মেলা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ…
বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিত অন্তৰ্ভুক্ত সৰ্বানন্দ সোণোৱাল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। দলৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ত্তমানৰ কেন্দ্ৰীয় মন্ত্রী…
১ মিনিটতে পাবগৈ গন্তব্যস্থানঃ বিশ্বৰ আটাইতকৈ চমু দূৰত্বৰ বিমান যাত্ৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : বিমান যাত্ৰাৰ সময়সীমা মাত্ৰ ১ মিনিট! হয়, শেহতীয়াকৈ এজন ট্ৰেভেল ব্লগাৰৰ ভিডিঅ’ত আহিল বিশ্বৰ আটাইতকৈ সৰু বিমানখনৰ কথা। পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ সহজে যাব পৰা একমাত্ৰ উপায় হৈছে বিমান। এতিয়া চৰ্চালৈ…
পৃথিৱীলৈ পানী ক’ৰ পৰা আহিল জানেনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱী উত্তপ্ত হৈ আছিল। ইয়ালৈ পানী ক’ৰ পৰা আহিল? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা নাই। জ্যোতিৰ্বিজ্ঞানীসকলে এতিয়াও গৱেষণা কৰি আছে। অৱশ্যে শেহতীয়াকৈ জাপানৰ মহাকাশ অভিযানৰ গৱেষণাত পৃথিৱীৰ পানীৰ উৎস সম্পৰ্কে…
মালয়েছিয়াত বাংলাদেশৰ পৰা নিয়োগ কৰিব ৫ লাখ শ্ৰমিক
শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ নতুন বুজাবুজি চুক্তিৰ অধীনত মালয়েছিয়াই অহা তিনি বছৰৰ ভিতৰত বাংলাদেশৰ পৰা প্ৰায় ৫ লাখ শ্ৰমিক নিয়োগ কৰিব। মালয়েছিয়াত বাংলাদেশৰ উচ্চায়ুক্ত গোলাম সৰৱাৰে জনোৱা মতে, বিগত সপ্তাহত ৫৩ জন বাংলাদেশী শ্ৰমিকক…
আজাদী কী অমৃত মহোৎসৱৰ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ
উত্তৰ লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া আৰু ১নং মাজ গাওঁৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ আগষ্টৰ সন্ধিয়া “অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ’২০২২” অনুষ্ঠিত কৰা হয়৷ এই…
সমাজকল্যাণ বিভাগত কৃপাত এখন চামুচৰ মূল্য ১৬৫টকা
শতাব্দ প্ৰতিনিধি তেজপুৰ,১৬আগষ্ট: মুকলি বজাৰত যিবিধ চামুচৰ একডজনৰ মূল্য ৫০টকা সেই একেই চামুচ মাত্ৰ এখনৰে মূল্য ১৬৫টকা৷ ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ যোগানিয়াৰৰ বজাৰত ষ্টিলৰ এনে চামুচৰ মূল্য ইমান৷ চকুমুদি এই আচৰিত মূল্যত সামগ্ৰী যোগানৰ…
তিনিচুকীয়াত শোক দিৱস পালন
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ আগষ্ট : বিগত ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিলে তেওঁলোকক সুঁৱৰি আজি…
