Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰৰ দুলুংত অসমৰ যুৱকক অৰুণাচলী দুবৃৰ্ত্তৰ দলবদ্ধ আক্ৰমণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ৰূপহী ৰাজগড়ত ১৪ আগষ্টৰ নিশা ৪০ জনীয়া আৰুণাচলী দুষ্কৃতিকাৰীয়ে অসমৰ গাঁও আৰক্ষী বাহিনীৰ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷…

বুধবাৰে অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্টঃ অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন বুধবাৰে অনুষ্ঠিত হ’ব। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবে এদিনীয়া এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে। বুধবাৰে বিয়লি ৩ বজাত আৰম্ভ হ’বলগীয়া বিশেষ অধিৱেশনখন সন্ধিয়া ৭ বজালৈ…

লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ লখিমপুৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰম্ভণী অনুষ্ঠান আজিৰে পৰা অনুষ্ঠিত হয়৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্গিল যোদ্ধা শোভন চন্দ্ৰ কাকতিয়ে৷ মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ…

স্বাধীনতা দিৱসত লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ উদিত সূৰ্য প্ৰতীক চিহ্নৰ এই পতাকাখন পুৱা বগীনদী ৰেলৱে ষ্টেচনৰ ফুট ব্ৰীজত উৰি থকা প্ৰত্যক্ষ কৰি স্থানীয়…

বগীনদীত এখন ৰভাৰ তলত বহিল ২৭৬ জোৰা দৰা-কইনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৬ আগষ্টঃ আজি লখিমপুৰৰ বগীনদীত একেখন ৰভাৰ তলত বিবাহত বহিল ২৭৬ জোৰা দৰা-কইনা৷ পূৰ্বতে অ-সামাজিক ব্যৱস্থাৰে বিয়া হোৱা দৰা-কইনা সকলে এইবাৰ সংস্কাৰ বিবাহেৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে৷ আজি লখিমপুৰ জিলা বিবাহ সংস্কাৰ…

কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি

শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৬ আগষ্ট : খেতিয়কৰ বাবে আমাক অধিক শক্তিশালী আইন লাগে । অধিক সুৰক্ষিত আইনৰ প্ৰয়োজন আছে ।কি ধৰণৰ আইন হব লাগে কমেন্ট নিদিও কিন্ত কৃষকৰ সুৰক্ষাৰ বাবে আইন লাগে আৰু কৃষকৰ সম্পদ বৃদ্ধিৰ বাবেও আইন হব লাগে । যোৰহাটৰ অসম…

ৰঙাপৰাত কটা মূৰ হাতত লৈ থানাত উপস্থিত হ’ল হত্যাকাৰীঃ তীব্ৰ চাঞ্চল্য

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৬ আগষ্টঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত নিশা এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে । গভীৰ নিশা এজন লোকৰ কটা মূৰ লৈ ৰঙাপৰা থানাত উপস্থিত হ'ল এজন ২৫ বছৰীয়া যুৱক। যিটো দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে…

এইবাৰ ঢকুৱাখনা আদালতৰ ল’ক আপৰ পৰা পলাল গেৰজাই

শতাব্দ প্ৰতিবেদক ঢকুৱাখনা, ১৬ আগষ্ট: আৰক্ষীৰ তথাকথিত কটকটীয়া পহৰাৰ ফোপোলা আৰু সোপাঢিলা অৱস্থাৰ স্বৰূপ উদঙাই আজি অৰ্থাৎ সোমবাৰে দিন-দুপৰতে ঢকুৱাখনা মহকুমা ন‍্যায়িক দণ্ডাধীশৰ আদালত ভৱনৰ পৰা পলায়ন কৰে অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা…

ৰাজ্যৰ ১৮৫ খন মহাবিদ্যালয়লৈ হিৰোৰ দুচকীয়া বাহন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৬ আগষ্ট: দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট'কৰ্প লিমিটেডে চি এছ আৰৰ অধীনত শিক্ষা বিভাগৰ সহযোগত ৰাজ্যৰ মুঠ ১৮৫ খন মহাবিদ্যালয়ক দুচকীয়া বাহন প্ৰদান কৰে। এই উপলক্ষ্যে আজি গুৱাহাটীৰ লোক নিৰ্মাণ…

ওজন কমাবলৈ কিয় জিৰা পানী খাব লাগে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ আগষ্ট : অতিৰিক্ত চৰ্বি সদায় সকলোৰে বাবে চিন্তাৰ বিষয়। ই সদায় সৌন্দৰ্যৰ বাটত বাধাৰ সৃষ্টি কৰে। বিশেষকৈ পেটৰ চৰ্বিয়ে। বহুতে ওজন কমাবলৈ জিৰা পানী খায়। এই পানীয় কিয় খাব লাগে জানি লওক। জানি লওক জিৰা পানীৰ…