Browsing Category

ট্ৰেণ্ডিং

ক্ৰমশঃ মৃত্যুৰ দিশে অগ্ৰসৰ সূৰ্য

সূৰ্যৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বিজ্ঞানীসকলে। সৌজন্যত গাইয়া মহাকাশযান। এই তথ্যসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকলে জানিব বিচাৰিছে যে ভৱিষ্যতে সূৰ্যৰ কি হ’ব? কেতিয়া মৰিব সূৰ্য? কাৰণ বেছিভাগ বিজ্ঞানীৰ মতে প্ৰতিটো তৰাৰ মৃত্যু অনিবাৰ্য।…

লখিমপুৰত সাংকেতিক ভাষাৰে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন দিব্যাঙ্গ শিশুৰ

উত্তৰ লখিমপুৰ, ১৫ আগষ্টঃ লখিমপুৰ শিক্ষাখণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তিদ্বয় পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত শিক্ষা খণ্ডৰ বিভিন্ন সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শ্ৰৱণ সমস্যা থকা এঘাৰজন দিব্যাঙ্গ শিশুৰ এটি দলে আজি দেশৰ…

যোৰহাট বিজ্ঞান কেন্দ্ৰ-তাৰকাগৃহত উদ্ভাৱন কেন্দ্ৰ উদ্বোধন বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

যোৰহাট, ১৫ আগষ্ট: দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত এটা "উদ্ভাৱন কেন্দ্ৰ" উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী কেশৱ মহন্তই। ছাত্ৰ-ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক অনুসন্ধিৎসাক…

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক “পৰিৱেশ মিত্ৰ” সন্মান প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ, যোৰহাটত (ফটো…

প্ৰকৃতিবিদ দেৱজিৎ ফুকনক আজি ৰাজ্য চৰকাৰৰ "পৰিৱেশ মিত্ৰ" সন্মান প্ৰদান কৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই, যোৰহাটত

লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ ২১প্ৰাক্তন সৈনিকক সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ,…

৬খন মহাদেশলৈ ৭ মহীয়া ভ্ৰমণলৈ যোৱাৰ মাজতে ইউৰোপৰ মহা সমুদ্ৰত “তৰংগিনী”ত ত্ৰিৰংগা উত্তোলন

শতাব্দ বিশেষ প্ৰতিনিধি, ১৫ আগষ্টঃ ইউৰোপৰ সুদূৰ সমুদ্ৰৰ নীলা গভীৰ জলৰাশিৰ মাজত আজি ত্ৰিৰংগা উত্তোলন কৰে ভাৰতীয়ে নৌ সেনাই।উল্লেখ্য যোৱা মে মাহত এণ্টাৰ্কটিকা মহাদেশক বাদ দি আন ৬ খন মহাদেশলৈ বুলি পাল তৰি যাত্ৰা আৰম্ভ কৰিছিল নৌ সেনাৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, যোৰহাট,১৫ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ।বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ…

স্বাধীনতাৰ বছৰত কি বস্তুৰ দাম কিমান আছিল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰত বহু বিৱৰ্তন ঘটিছে। উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ ৰূপান্তৰিত হৈছে ভাৰত। লগতে স্বাধীনতাৰ পাছৰ পৰা কেইবাটাও বস্তুৰ দাম আকাশলংঘী হৈছে। ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ পেট্ৰ’ল, সোণ…

ঢকুৱাখনা ব্যৱসায় সন্থাৰ নতুন সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ আগষ্টঃ অসম চেম্বাৰ্চ অব কমাৰ্চৰ অধীনস্থ ঢকুৱাখনা ব্যবসায় সন্থাৰ এখন সাধাৰণ সভা ১৪ আগষ্টৰ বিয়লি ২.৩০ বজাত সন্থাৰ সভাপতি যোগেশ বৰুৱাৰ সভাপতিত্বত সন্থাৰ ধৰমশালা ভৱনত অনুষ্ঠিত হয়। সাধাৰণ পৰিষদৰ সভাত সন্থাৰ পুৰণি…

ভাৰতৰ নিষেধাজ্ঞাক অৱমাননা : চীনৰ ‘চোৰাংচোৱা জাহাজ’ ডক কৰিবলৈ অনুমতি শ্ৰীলংকাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ভাৰতৰ আপত্তিক আওকাণ কৰি শ্ৰীলংকাই চীনৰ বিতৰ্কিত গৱেষণা জাহাজখন বন্দৰত লংগৰ পেলাবলৈ অনুমতি দিছে। এই সন্দৰ্ভত নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে। জাহাজখনৰ পৰা চীনে চোৰাংচোৱাগিৰি কৰিব পাৰে বুলি চিন্তিত…