Browsing Category
ট্ৰেণ্ডিং
বগীনদীত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত জাতীয় পতাকা লৈ সমদল
উত্তৰ লখিমপুৰ,১৪আগষ্টঃ স্বাধীনতাৰ ৭৫ বৰ্ষৰ উপলক্ষে আয়োজিত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত আজি প্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত…
পুনৰ অঘটনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষী মোতায়েন
শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৪ আগষ্টঃ দুৰ্ভাগ্যই যেন লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক ৷ যোৱা নিশাও চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী চিজাৰিয়ান কৰা প্ৰসূতিৰ মৃত্যুক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই পৰিস্থিতি পিছত আৰক্ষীয়ে…
তিনিচুকীয়াত মাজনিশা সন্দেহজনক গাড়ীলৈ গুলীচালনা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ সময়ত আলফাই কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ ৰূপে চিহ্নিত তিনিচুকীয়া জিলাত কঠোৰ নিৰাপত্তা বেহু গঢ়ি তোলাৰ সময়তে যোৱা…
তেজপুৰত স্বাধীনতা অমৃত মহোৎসৱৰ বৰ্ণিল পৰিৱেশ
৭৫ মিটাৰ দৈৰ্ঘ্যৰ জাতীয় পতাকা লৈ ইন্সপায়াৰ একাডেমীৰ শিক্ষাৰ্থী-শিক্ষকৰ শোভাযাত্ৰা-আছামভেলী ছিনিয়ৰ ছেকেণ্ডেৰীৰ স্বাধীনতা শীৰ্ষক মুকলি কুইজঃৰঙাপৰা মহাবিদ্যালয়ৰ পৰা ৭৫খন বাইকেৰে ৭৫ কিলোমিটাৰ শোভাযাত্ৰা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ দেশৰ…
লখিমপুৰত একেদিনাই ১১টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন মন্ত্ৰীৰ
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৪ আগষ্টঃ পূৰ্বৰ আওপুৰণি অংগনবাড়ী কেন্দ্ৰ সমূহৰ স্থানত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ১৬টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি লখিমপুৰ জিলাত শুভ উদ্বোধন কৰা হয়৷ ইয়াৰে লখিমপুৰ বিধানসভা সমষ্টিৰ ১১টা অংগনবাড়ী কেন্দ্ৰ ৰাজহ দুৰ্যোগ…
গুৱাহাটী ৰে’লৱে ষ্টেচনত নগদ ২২ লাখ টকা উদ্ধাৰ, গ্ৰেপ্তাৰ এজনক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্ট: গুৱাহাটী ৰে'লৱে ষ্টেচনত দেওবাৰে উদ্ধাৰ হয় নগদ ২২ লাখ টকা। আৰক্ষীয়ে টকাসহ আটক কৰে বিহাৰৰ চঞ্জেশ কুমাৰ সিং( ৪০) নামৰ লোকজনক। ৰে'লৱে আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত দেওবাৰে ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই জব্দ…
ভাৰতীয় ৰে’লৱেৰ ইতিহাস সৃষ্টিঃ ৮ বছৰত ৩০,৫৮৫ কিলোমিটাৰ লাইন বৈদ্যুতিকৰণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ আগষ্ট : আমাৰ দেশৰ যাতায়াতৰ অন্যতম মাধ্যম হ’ল ৰে’ল ৷ প্ৰতিদিনে লাখ লাখ লোক ৰে'লযোগে নিজৰ গন্তব্যস্থানত উপস্থিত হয়। এই কাৰণেই ৰে’ল কৰ্তৃপক্ষই ক্ৰমান্বয়ে সামগ্ৰিক আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ সঠিক সেৱা…
১৬ আগষ্টত বিধান সভাৰ ১৯৬৮ চনৰ অধ্যক্ষ মহীকান্ত দাসৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীৰ সোঁৱৰণ
শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৪ আগষ্টঃ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কিছুদিন তেজপুৰ কাৰাগাৰত আৰু তাৰ পিছতেই যোৰহাট কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অসম বিধান সভাৰ প্ৰাক্তন…
আলফাত সদস্যভৰ্তিৰ প্ৰচেষ্টা : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আলফাৰে যোগাযোগ ৰখাৰ অভিযোগত তিনিচুকীয়াত…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : সুদীৰ্ঘ ৭ বছৰৰ ব্যৱধানত দেশৰ স্বাধীনতা দিৱসৰ দিনটো এইবাৰ সৰ্বাত্মক বন্ধ ঘোষণা কৰা আলফাই ১৫ আগষ্টৰ সময়ছোৱাত কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে…
অসমৰ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৪ আগষ্টঃ সোমবাৰে দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ বিভিন্ন আৰক্ষী পদকসমূহ। অসমৰ বহু কেইগৰাকী আৰক্ষী বিষয়া আৰু জোৱানে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন শাখাৰ…
