Browsing Category
ট্ৰেণ্ডিং
দুই যুৱকৰ অসম-অৰুণাচলৰ সমন্বয় চাইকেল যাত্রাক লখিমপুৰত সাদৰ আদৰণি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক তথা পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ সমৰ্থনত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালিৰে পৰা অৰুণাচলৰ পূৱ চিয়াং জিলা পাছিঘাটৰ পৰা অসমৰ ধেমাজি, লখিমপুৰ হৈ ইটানগৰ-…
তেজপুৰৰ চিপী ভেংৰাৰ ৰহস্যজনক মৃত্যুৰ তদন্তক লৈয়ো সন্দেহ
শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰ নপামৰ চিপী ভেংৰা নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ তদন্তই গতি লাভ কৰিব বুলি আশা কৰা হৈছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঢেকিয়াজুলিৰ এগৰাকী কিশোৰীৰ হত্যাৰ অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাৰ…
তেজপুৰৰ প্ৰবীণ নৃত্যশিল্পী, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শান্তি শংকৰ দাসগুপ্তৰ পৰলোকপ্ৰাপ্তি
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৩ আগষ্ট : পঞ্চাশৰ পৰা ৭০ দশকলৈ তেজপুৰৰ শিল্পকলা ক্ষেত্ৰখনৰ এগৰাকী প্ৰসিদ্ধ কথক আৰু শাস্ত্ৰীয় নৃত্যৰ শিল্পী হিচাপে সকলো প্ৰান্ততে সমাদৃত হোৱা অসমৰ "গোপী কিষণ" হিচাপে পৰিচিত তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য…
লখিমপুৰত ১৫০জন কণমানি লেখকক কিতাপৰ টোপোলা, ৰাষ্ট্ৰীয় পতাকাৰে সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি,লখিমপুৰ, ১৩ আগষ্টঃ শৈক্ষিক আলোচনী ‘ন’ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উদ্যোগত আজি লখিমপুৰ জিলা পুথিভঁৰালত ১৫০জন কণমানি লেখকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ বিভিন্ন সময়ত এই কণমানি তথা শিশু-কিশোৰ লেখকসকলে কবিতা, গল্প আদিৰ লগতে…
লখিমপুৰত ৬৫ ফুট উচ্চতাত উৰিল বৃহৎ ৰাষ্ট্ৰীয় পতাকা
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তথা কেন্দ্ৰীয় চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাপে আজি লখিমপুৰত উত্তোলন হয় ১০ ফুট দৈঘ্য, ১৫ ফুট প্ৰস্থৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা ৷ লখিমপুৰ নগৰৰ ৰহঢলা পুখুৰীৰ…
অসম-অৰুণাচল সদ্ভাৱ চাইকেল যাত্ৰাৰ ধেমাজিত প্ৰৱেশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৩ আগষ্টঃ অসম সাহিত্য সভাৰ সভাপতি পদৰ অন্যতম প্ৰাৰ্থী য়েছে দৰজে ঠংচিৰ সমৰ্থনত আৰু অসম-অৰুণাচলৰ ভ্ৰাতৃত্ববোধ শক্তিশালী কৰাৰ স্বাৰ্থত আবিদ আজাদ নামৰ যুৱকজনে আৰু এজন সতীৰ্থ চফিউজ জামানৰ সৈতে আজি পুৱা পাছিঘাটৰ পৰা…
অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী আৰু ভূগোল : মুখ্যমন্ত্রী
শতাব্দ গুৱাহাটী,১৩ আগষ্টঃ আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রত সংযোজিত হ'ব বুৰঞ্জী আৰু ভূগোল। অষ্টম শ্ৰেণীৰ পৰা ভাৰত বুৰঞ্জীৰ লগতে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব। লগতে বাধ্যতামূলক হ'ব ভূগোল। এইক্ষেত্রত পাঠ্যক্ৰম প্ৰস্তুত কৰি থকা হৈছে।…
পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ হুংকাৰ নিৰ্লজ্জৰ উৎকৃষ্ট উদাহৰণ: হিন্দু যুৱ-ছাত্ৰ
উত্তৰ লখিমপুৰ, ১৩আগষ্ট: কেইজনমান নেতাই পুনৰ 'কা' বিৰোধী আন্দোলন কৰাৰ হুংকাৰ দিয়া কাৰ্য্য নিৰ্লজ্জৰ এক উৎকৃষ্ট উদাহৰণ বুলি মন্তব্য কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে । আজি এক…
তিনিচুকীয়াৰ হোটেলত মাজনিশা আৰক্ষীৰ অভিযান : ড্ৰাগছ, ছিৰিঞ্জ, নগদ ধনসহ ধৃত ২
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ আগষ্ট : যোৱা মাজনিশা তিনিচুকীয়া আৰক্ষীয়ে চহৰখনৰ মাজমজিয়াৰ এখন হোটেলত অভিযান চলাই ড্ৰাগছসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিদ্বয় ক্ৰমে জয়পুৰ থানাৰ অন্তৰ্গত ২ নং বাঘমৰাৰ কেশৱ গগৈ (৪২) আৰু নামৰূপ…
২০২২ চনৰ বাবে সাংবাদিক পেঞ্চনাৰৰ নাম ঘোষণা
দিছপুৰ, ১৩ আগষ্ট: অসম পেঞ্চন আঁচনিৰ অধীনত ২০২২ চনৰ বাবে নিৰ্বাচিত সাংবাদিকসকলৰ নাম অসম চৰকাৰে ঘোষণা কৰিছে। তথ্য আৰু জনসংযোগ সঞ্চালকালৰ জৰিয়তে প্ৰদান কৰিবলগীয়া পেঞ্চন ২০২২ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। পেঞ্চন লাভ কৰা সাংবাদিকসকল হৈছে…
