Browsing Category

ট্ৰেণ্ডিং

নিউয়ৰ্কত ছলমান ৰুছদীক ছুৰীকাঘাতঃ গ্ৰেপ্তাৰ আক্ৰমণকাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : মঞ্চত কথা ক'বলৈ উঠিছিল তেওঁ। এনে সময়তে হঠাৎ ছুৰীৰে আক্ৰমণ। নিউয়ৰ্কত সংঘটিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বুকাৰ বিজয়ী লেখক ছলমান ৰুছদী। ঘটনা সংঘটিত হোৱাৰ পিছতে অতি সোনকালেই সাহিত্যিকগৰাকীক…

লখিমপুৰত ৰাজসাহায্যযুক্ত ২০২৪ মেট্ৰিক টন ইউৰিয়া সাৰৰ কেলেংকাৰিৰ অভিযোগঃ দোষীক শাস্তি প্ৰদানৰ দাবী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১২ আগষ্ট: সাৰৰ নাটনিৰ বাবে কৃষকে বিভিন্ন সময়ত চৰকাৰক বিভিন্ন মাধ্যমত ক্ষোভ প্রকাশ কৰাৰ সময়তে লখিমপুৰত ইউৰীয়া সাৰৰ এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে সদৌ অসম হিন্দু যুৱ পৰিষদৰ…

‘এ শ্বৰ্ট এণ্ড ইনকমপ্লিট হিষ্টৰী অৱ চিনেমা ইন অসম’ শীৰ্ষক তথ্যচিত্ৰখন প্ৰদৰ্শন

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১২আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত কালি অসমীয়া বিভাগত তথ্যচিত্ৰ প্ৰদৰ্শনীৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। তথ্যচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠানটোত তেজপুৰ…

ডিমৌত বিশ্ব হস্তী দিৱস উদযাপন

ডিমৌ, ১২ আগষ্ট : বিশ্বৰ অন্যন্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে শিৱসাগৰ জিলা বন সংমণ্ডলৰ সৌজন্যত ডিমৌ চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ত সমাজকৰ্মী ঘনশ্যাম বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত…

নিষিক্ত ডিম্বাণু-শুক্ৰাণু অবিহনেই সৃষ্টি কৰা হ’ল বিশ্বৰ প্ৰথমটো ভ্ৰূণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : ইজৰাইলৰ ইউচেমান ইনষ্টিটিউট অৱ চাইন্সৰ বিজ্ঞানীসকলে এট অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে। পিতৃ-মাতৃ বা নিষিক্ত ডিম্বাণু আৰু শুক্ৰাণু অবিহনেই এটা ভ্ৰূণ সৃষ্টি কৰিলে তেওঁলোকে। ‘সহায়ক প্ৰজনন প্ৰযুক্তি’ ব্যৱহাৰ কৰি…

৮১ বছৰীয়া বিৰল পতাকাখন আজিও সংৰক্ষিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ আগষ্টঃ এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ। স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ "ভাৰত ত্য়াগ" আন্দোলনত ব্য়ৱহৃত এখন পতাকা আজিও সযতনে সাঁচি থৈছে ঢকুৱাখনাৰ বাসুদেৱ থানৰ প্ৰসিদ্ধ মুক্তিযোদ্ধা শিৱচন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ তথা থানখনৰ বৰ পূজাৰী…

অৱশেষত দিছপুৰ কলেজে ঘূৰাই পালে হৰলুকী হোৱা ধন

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ আগষ্টঃ দিছপুৰ মহাবিদ্যালয়ে অৱশেষত ঘূৰাই পালে একাউণ্টৰ পৰা হৰলুকী হোৱা ধন। ২১ এপ্ৰিলত দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্টৰ পৰা হেৰাইছিল ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত চলাই বেংক কৰ্তৃপক্ষৰ…

আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ আগষ্ট: লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া ৭ বজাত আৰু ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ , আগষ্টৰ সন্ধিয়া ৭ বজাত “অভিনৱ থিয়েটাৰ শিশু নাট…

অস্থিৰ হ’ব নেকি স্বাধীনতা দিৱসঃ তিনিচুকীয়াত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে…

বিজ্ঞান লেখক মানস প্ৰতিম দত্তক অনিৰ্বাণ যুৱ বঁটা প্ৰদান

গোগামুখৰ পৰা বিনয় কৃষ্ণ তামুলী ফুকন, ১২ আগষ্টঃ এইবাৰৰ "অনিৰ্বাণ যুৱ সফলতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যুৱ পৰিৱেশ সুৰক্ষাকৰ্মী, বিজ্ঞান আৰু পৰিৱেশ বিষয়ৰ লেখক মানস প্ৰতিম দত্তই। ধেমাজি জিলাৰ মাছখোৱাৰ বৰপাক জিয়ামৰীয়া গাঁৱৰ নিবাসী গোবিন দত্ত…