Browsing Category
ট্ৰেণ্ডিং
আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে অভিনৱ থিয়েটাৰ শিশু নাট সমাৰোহ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ আগষ্ট: লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ পূৱ-ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১৪ আগষ্টৰ সন্ধিয়া ৭ বজাত আৰু ১নং মাজ গাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্পত ১৫ , আগষ্টৰ সন্ধিয়া ৭ বজাত “অভিনৱ থিয়েটাৰ শিশু নাট…
অস্থিৰ হ’ব নেকি স্বাধীনতা দিৱসঃ তিনিচুকীয়াত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিৰাপত্তাৰ দিশটো তদাৰক কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত হৈছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিং ৷ বৃহস্পতিবাৰে তিনিচুকীয়াত উপস্থিত হোৱা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে…
বিজ্ঞান লেখক মানস প্ৰতিম দত্তক অনিৰ্বাণ যুৱ বঁটা প্ৰদান
গোগামুখৰ পৰা বিনয় কৃষ্ণ তামুলী ফুকন, ১২ আগষ্টঃ
এইবাৰৰ "অনিৰ্বাণ যুৱ সফলতা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে যুৱ পৰিৱেশ সুৰক্ষাকৰ্মী, বিজ্ঞান আৰু পৰিৱেশ বিষয়ৰ লেখক মানস প্ৰতিম দত্তই। ধেমাজি জিলাৰ মাছখোৱাৰ বৰপাক জিয়ামৰীয়া গাঁৱৰ নিবাসী গোবিন দত্ত…
লিংগ পৰিৱৰ্তন কৰা পাইলটক বিমান উৰণৰ অনুমতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : অন্তৰ্ভুক্তিৰ দিশত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰি ৰক্ষণশীলতাৰ বেৰা ভাঙি ভাৰতৰ অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰণ সংস্থা অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ ১০ আগষ্টত প্ৰথমবাৰৰ বাবে চিকিৎসা নিৰ্দেশনা জাৰি…
এটা কুকুৰা কণীৰ দাম ৪৮ হাজাৰ টকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : প্ৰিয় খাদ্যৰ তালিকাত কণীক বিভিন্ন লোকে ঠাই দিয়ে। কণী সহজলভ্য হোৱাৰ বাবে ইয়াৰ চাহিদাও অধিক হয়।বজাৰত এটা কণীৰ দাম অতি বেছি ১০ টকাৰ পৰা ১৫ টকা। কিন্তু এই প্ৰতিবেদনত আজি আমি আপোনালোকৰ সন্মুখত এনে এটা কণীৰ…
১১ দিনত এবছৰ ! নতুন পৃথিৱী আৱিষ্কাৰ নাছাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গোপনীয়তা। সেই ৰহস্য উন্মোচন কৰিবলৈ বিজ্ঞানীসকল বছৰ বছৰ ধৰি দীঘলীয়া গৱেষণাত নিয়োজিত হৈ আহিছে। অৱশ্যে এইবাৰ এক আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ…
আমেৰিকাৰ গাড়ী নিৰ্মাতা ফৰ্ডৰ প্লাণ্ট ক্ৰয় টাটা মটৰ্ছৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১২ আগষ্টঃ ভাৰতৰ টাটা মটৰ্ছে ক্ৰয় কৰিছে আমেৰিকাৰ গাড়ী কোম্পানী ফৰ্ডৰ প্লাণ্ট। পশ্চিম ভাৰতৰ ৰাজ্য গুজৰাটত থকা ফৰ্ড কোম্পানীৰ এই প্লাণ্টটো টাটাই ৭২৫.৭ কোটি টকাত ক্ৰয় কৰিছে মূলতঃ নিজৰ গাড়ীৰ উৎপাদন বৃদ্ধিৰ বাবে।…
সন্মিলিত গণশক্তিক বৰ্জনৰ সিদ্ধান্ত জোনাই প্ৰেছ ক্লাৱৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ জোনাই প্ৰেছ ক্লাৱৰ গুৰুত্বপূৰ্ণ সভা এখন আজি ঙাচাৰচুক উকোমত অনুষ্ঠিত হয়। সভাত সন্মিলিত গণশক্তি অসমৰ জোনাই ব্লক সমিতিৰ সভাপতি ৰাজু মেদকে এক ৰাজহুৱা সভাত সাংবাদিকক অশুভনীয় মন্তব্য কৰা সন্দৰ্ভত গুৰুত্ব সহকাৰে…
জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব : মুখ্যমন্ত্রী
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত গ্ৰহণ…
তিনিচুকীয়াত ডেম্পৰ পৰা ওলাল বস্তাই বস্তাই গুলীৰ খালী কাৰ্টিজ : সজীৱ গুলীও জব্দ
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আলফাই (স্বা) সংঘটিত কৰিব পৰা যিকোনো কূটাঘাতমূলক কাৰ্য্য প্ৰতিৰোধ কৰাৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলাৰ সময়তে আজি চহৰখনৰ নপুখুৰীৰ এটা ডেম্পৰ পৰা…
